Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udalguri:বৰ্দ্ধিত পৌৰকৰকে ধৰি ওদালগুৰি চহৰৰ একাধিক সমস্যাৰ ওপৰত নাগৰিক সভা

খোৱাপানী, ষ্ট্ৰীটলাইট, জৰাজীৰ্ণ পথ, অপৰিস্কাৰ চহৰখনৰ প্ৰসঙ্গ উত্থাপিত হ'ল

publisher by publisher
February 19, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Udalguri:বৰ্দ্ধিত পৌৰকৰকে ধৰি ওদালগুৰি চহৰৰ একাধিক সমস্যাৰ ওপৰত নাগৰিক সভা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

অধিক আয় ঘোষণা কৰিব খোজা কৰদাতালৈ আয়কৰ বিভাগৰ জাননী

Udalguri:ওদালগুৰিত নাগৰিক অধিকাৰ দাবী সমিতিৰ সংবাদমেল

Shakira : আঠ বছৰৰ কাৰাদণ্ড হ’ব পাৰে ছাকিৰাৰ, দিবলগীয়া হ’ব পাৰে মোটা অংকৰ জৰিমনাও

Udalguri:

নাগৰিক অধিকাৰ দাবী সমিতি ওদালগুৰিৰ আহ্বানত কালি ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ সভাগৃহত এখনি ৰাজহুৱা নাগৰিক সভা অনুষ্ঠিত হৈ যায়। গিৰীন্দ্ৰ নাথ চৌধুৰীয়ে সভাপতিত্ব কৰা তথা দীপক শৰ্মাই আতধৰা সভাখনিত ওদালগুৰি জিলা সত্ৰ ন্যায়াধীশৰ দেৱানী আদালতত বিচৰাধীন ওদালগুৰি পৌৰসভাই এক এপ্ৰিল ২০২২ তাৰিখৰ পৰা বলৱৎ কৰা বৰ্ধিত পৌৰকৰৰ বিষয়টিৰ আলোচনা হয় ৷ উল্লেখ্য যে উক্ত তাৰিখৰ পৰা অসমৰ বাকী পৌৰসভাত নতুন পৌৰকৰ বলৱৎ হোৱাৰ সময়ত স্থানীয় নাগৰিকৰ দাবীৰ প্ৰতি সহাৰি দি বিভিন্ন স্থানত অত্যাধিক নিৰিখৰ পৌৰকৰ হ্ৰাস কৰা হ’ল।

ADVERTISEMENT

কিন্তু ওদালগুৰি পৌৰসভাই পাইলট প্ৰজেক্টৰ নামত এটা বছৰ অতিৰিক্তকৈ নতুন নিৰিখত লগতে অত্যাধিক হাৰত পৌৰকৰ বলৱৎ কৰি ওদালগুৰি নগৰবাসীক দুই ধৰণে অন্যায় কৰা বুলি সভাই একেমুখে সমালোচনা কৰে। এনে অগণতান্ত্ৰিক আচৰণৰ পৰা আতৰি অসমৰ বাকী পৌৰসভা সমূহৰ দৰেকৈ পৌৰকৰ নিম্নতম বহনক্ষম হাৰত লোৱা উচিত বুলি সভাত আলোচিত হয়।

এই ক্ষেত্ৰত বিগত বৰ্ষৰ ১০ মাৰ্চ তাৰিখ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই অসমৰ সমূহ পৌৰসভাত পৌৰকৰ পূৰ্বৰ কৰৰ সতে ২৫% শতাংশকৈ বঢ়োৱাৰ বাবে পঠোৱা পত্ৰৰ প্ৰসংগও সভাত আলোচিত হয়। সেই সময়ত বিধান সভাৰ বিতৰ্কতো পৌৰমন্ত্ৰীয়ে উক্ত কথাকে কোৱাৰ প্ৰসংগটিও নাগৰিক সভাত স্থান পায়। যিহেতু ওদালগুৰিৰ পৌৰকৰৰ বিষয়টো ন্যায়ালয়ৰ ওচৰত আছে গতিকে মহামান্য ন্যায়ালয়ে উক্ত নিৰিখত পৌৰকৰ নিৰ্ধাৰণ কৰিলে আপত্তি নাথাকিব বুলি সভাই ঐক্যমত্য প্ৰকাশ কৰে ৷

ইফালে ওদালগুৰি নগৰখনখনক লৈ স্থানীয় পৌৰসভাৰ সচেতনতাৰ দিশটোও সভাত স্থান পায়। কেৱল মাত্ৰ পৌৰকৰ সংগ্ৰহৰ নামত ব্যস্ত থকা পৌৰসভাই নগৰখনত পৰিস্কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ চকুত লগা কাম কৰা পৰিলক্ষিত হোৱা নাই। আনকি ওদালগুৰি সাপ্তাহিক বজাৰত মাংসৰ পেলনীয়া আৱৰ্জনাই পাহাৰ সদৃশ পৰিৱেশৰ সূচনা কৰি অঞ্চলতটোত দুৰ্গন্ধই ছানি ধৰিছে ৷

এই অভিযোগবোৰ পোৱাৰ পিছতো পৌৰসভাই কানসাৰ নিদিয়ে বুলি নাগৰিক সভাত উপস্থিত একাংশই সৌচ্চাৰ হৈ পৰে৷ নলা-নৰ্দমাৰ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত, জনবহুল এলেকাৰ ঢাকনিবিহীন নলাবোৰে দুৰ্গন্ধ বিয়পায় একেই অস্বাস্থ্যসন্মত পৰিবেশ বিৰাজ কৰোৱা বুলি আলোচিত হয়৷ পৌৰসভাৰ কাম কাজবোৰ এনে গতিৰ হৈ থাকিলে সমগ্ৰ ওদালগুৰি নগৰখন প্ৰদূষিত ভয়াবহ এখন অতি লেতৰা নগৰ হবলৈ বেছি দিন নালাগিব বুলি ক্ষোভ ব্যক্ত কৰে ৷

পৌৰসভাই খোৱা পানী যোগানৰ ব্যৱস্থা নকৰা, নগৰখনৰ প্ৰতিটো কাষৰীয়া পথেই জৰাজীৰ্ণ হোৱা, কেইবটাও ৱাৰ্ডৰ পথ আৱেদন জনোৱা জনোৱা স্বত্বেও পকীকৰণ নকৰা, ডাষ্টবিনৰ অভাৱ, পৰ্যাপ্ত ষ্টিট লাইটৰ ব্যৱস্থা নকৰা ইত্যাদি সমস্যাবোৰ কোনো সমাধান নকৰা অৱস্থাত পৌৰকৰ কিহৰ বিনিময়ত দিব লাগে বুলি সভাত কেইবাজনেও প্ৰশ্ন কৰে।

নাগৰিক সভাই ওদালগুৰি নগৰৰ বিভিন্ন সমস্যাক লৈ শীঘ্ৰে এখনি দাবীপত্ৰ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে উক্ত নাগৰিক সভাখনত অৱসৰ প্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া অমল দাস, ওদালগুৰি পৌৰসভাৰ প্ৰাক্তন উপ-সভাপতি হিৰন্ময়ী গোস্বামী, ৰাষ্ট্ৰপতি বটাপ্ৰাপ্ত শিক্ষয়ত্ৰী প্ৰতিভা চহৰীয়া, সাংবাদিক গৌতমজ্যোতি তালুকদাৰ, ওদালগুৰি নগৰ পালিকাৰ প্ৰাক্তন উপ-সভাপতি সুচেন ওজা, অৱসৰ প্ৰাপ্ত অধ্যাপক থুনু দাস, জেষ্ঠ নাগৰিক প্ৰমোদ বৈশ্য, প্ৰভাত দাস, ঋষিৰাম পোখ্ৰেল আদিকে ধৰই শতাধিক নাগৰিকে অংশগ্ৰহণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Citizen MeetingMunicipalityTaxUdalguri MUNICIPALTY bOARD
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d