Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

    Child Kidnapping incident:মহানগৰীৰ হাতীগাঁৱত শিশু অপহৰণৰ ঘটনাক কেন্দ্র কৰি উত্তেজনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kolkata rape-murder case: IMA issues 48-hour ultimatum, threatens nationwide protests:কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ডৰ দেশজুৰি উত্তাল প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ভাৰতীয় চিকিৎসক সন্থাৰ, আজিৰ পৰা দেশজুৰি চিকিৎসকৰ দুদিনীয়া ধৰ্মঘট, বন্ধ হৈ পৰিল বহি:বিভাগ ,পূৰ্ব নিৰ্ধাৰিত অস্ত্ৰোপচাৰ, জিএম চিএইছ সহ অসমতো চিকিৎসকৰ ধৰ্মঘট

publisher by publisher
August 17, 2024
in Uncategorized
Reading Time: 2 mins read
0
Kolkata rape-murder case: IMA issues 48-hour ultimatum, threatens nationwide protests:কলকাতাৰ আৰ জি কৰ হাস্পতাল কাণ্ডৰ দেশজুৰি উত্তাল প্ৰতিবাদ
1
SHARES
10
VIEWS
ShareShareShareShare

Kolkata rape-murder case: IMA issues 48-hour ultimatum, threatens nationwide protests:

ভাৰতীয় চিকিৎসক সন্থাৰ আহ্বানক্ৰমে আজি ২৪ ঘণ্টীয়া ধৰ্মঘট পালন কৰে চিকিৎসকসকলে । কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংঘটিত জঘন্য ঘটনাৰ প্ৰতিবাদত চিকিৎসকৰ প্ৰতিবাদৰ ফলত দেশৰ চিকিৎসালয় মহাবিদ্যালয়ৰ লগতে অসামৰিক চিকিৎসালয় সমূহত বহি:বিভাগৰ সেৱা আৰু পূৰ্ব নিৰ্ধাৰিত অস্ত্ৰোপচাৰসমূহ বন্ধ ৰখা হৈছে ৷ অৱশ্যে বিশেষ জুৰুৰীকালীন সেৱা পূবৰ দৰে অব্যাহত থাকিব ৷ শণিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ অব্যাহত থাকিব ভাৰতীয় চিকিৎসক সন্থাৰ এই ধৰ্মঘট কাৰ্যসূচীৰ।

ADVERTISEMENT

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকক অপকৰ্ম আৰু হত্যাকাণ্ড প্ৰতিবাদত আৰু চিকিৎসকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীত ভাৰতীয় চিকিৎসক সন্থাই এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

RelatedPosts

Flutist Dipak Sarma:বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ অনুদান

Zubeen Garg Post mortem report: জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান গৰিমা শইকীয়া গাৰ্গক

GMCH: জিএমচিএইছত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ পিছত তৎপৰ কৰ্তৃপক্ষ

aiims imageউল্লেখ্য যে ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী মহিলা চিকিৎসকক বল্যাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল এটা দুবৃৰ্ত্তৰ দলে। এই জঘন্য ঘটনাৰ পিছতে ক্ষোভত ফাটি পৰে চিকিৎসক সকল ৷ আনহাতে কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে এই লোমহৰ্ষক ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআই দিয়াৰ নিৰ্দেশৰ পিছত ইতিমধ্যে কলকাতাত চিবিআইৰ এক উচ্চস্তৰীয় দল উপস্থিত হৈ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ সহ বহু কেইজন বিষয়া – কৰ্মচাৰীক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

মনকৰিবলগীয়া যে,৯ আগষ্টত জঘন্য ঘটনাৰ সংঘটিতৰ পিছতে ৰহস্যজনকভাৱে ১৫ আগষ্টৰ নিশা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি চিকিৎসা মহাবিদ্যালয়খনৰ আচবাব লণ্ড-ভণ্ড কৰাৰ লগতে চিকিৎসক গৰাকীক ধৰ্ষণ- হত্যাকাণ্ডৰ স্থানো ভাঙি চুৰমাৰ কৰাৰ লগতে প্ৰতিবাদী কনিষ্ঠ চিকিৎসক ছাত্ৰক আক্ৰমণ কৰে ৷ এই ঘটনাৰ প্ৰতিবাদত শুক্ৰবাৰৰ পৰাই কলকাতাত চিকিৎসক সকলে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখে।

আনহাতে কলকাতাৰ জঘন্য ঘটনাৰ প্ৰতিবাদত অসমতো চিকিৎসক সকলে শুক্ৰবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি ভাৰতীয় চিকিৎসক সন্থাই ২৪ঘন্টীয়া দেশজুৰি চিকিৎসকৰ দুদিনীয়া ধৰ্মঘটৰ প্ৰতি জিএমচিএইছ,অসম চিকিৎসা মহাবিদ্যালয় সহ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু অসামৰিক চিকিৎসালয়ত চিকিৎসক সকল প্ৰতিবাদত বহে ৷

https://dainikagradoot.in/wp-content/uploads/2024/08/aimms-video.mp4

একেদৰে ধৰ্ষণ – হত্যাৰ প্ৰতিবাদত আৰু দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবীত আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা ১২ বজালৈ গুৱাহাটীস্থ এইমছৰ চিকিৎসক সকলে প্ৰতিবাদ কাৰ্যসূচীৰ ৰূপায়ণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmchGMCHGuwahati AiimsIMA issues 48-hour ultimatumKolkata rape-murder casethreatens nationwide protests
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d