Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Akhil Gogoi Pressmeet:ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ

৩০ জাতীয় সংগঠনৰ দাবীক পূৰ্ণ সমৰ্থন গগৈৰ

publisher by publisher
August 20, 2024
in Uncategorized
Reading Time: 2 mins read
0
Akhil Gogoi Pressmeet:ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অখিল গগৈৰ
2
SHARES
18
VIEWS
ShareShareShareShare

Akhil Gogoi Pressmeet:

১৩ আগষ্টত শিৱসাগৰৰ একাংশ ব্যৱসায়ীৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নির্যাতিত হোৱাৰ পিছত সোমবাৰে ৩০ টা জাতীয় সংগঠনে বহিৰাগত বণিয়া’ৰ বিৰুদ্ধে সহস্রাধিক জনতাই নগৰৰ ৰাজপথ কঁপাই তোলে।

ADVERTISEMENT

দলমুখ চাৰিআলিত জিলা খনৰ দল-সংগঠনৰ সমবেত হোৱা হেজাৰ হেজাৰ ৰাইজৰ ৰুদ্ৰৰূপ দেখি শিৱসাগৰৰ একাংশ ব্যবসায়ী গোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰে ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

আনহাতে শিৱসাগৰৰ ঘটনাক লৈ আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ গগৈয়ে কয়,ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক শাৰীৰিকভাৱে নির্যাতণ কৰা অনা অসমীয়া ব্যৱসায়ী পাঁচজনৰ ওপৰত আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা ল’ব লাগে ৷ ইতিমধ্যে তিনিজনক আটক কৰিছে যদিও আন দুজনকো তৎকালেই গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে ৷
আনহাতে কিশোৰী পাঞ্জা খেলুৱৈ গৰাকীক প্ৰহাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰজু কৰাৰো দাবী কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

একেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ গৰাকীক চৰকাৰে ক্ষতিপূৰণ হিচাপে বিশ লাখ টকাৰ দিয়াৰ দাবী কৰি বিধায়ক গৰাকী উল্লেখ কৰে যে শিৱসাগৰৰ ৩০ টা জাতীয় সংগঠনে এই ঘটনাক লৈ চৰকাৰৰ প্ৰতি যি তিনিটা দাবী উদ্থাপন কৰিছে । সি সাম্প্ৰতিক সময়ত সময়োচিত দাবী। এই দাবীৰ প্ৰতি বিধায়ক হিচাপে পূৰ্ণ সমৰ্থন আছে ৷ তেওঁলোকৰ তিনি দাবীৰ ভিতৰত খিলঞ্জীয়াৰ ভূমি অনা অসমীয়াই ক্ৰয় কৰিব নোৱাৰিব ৷

জিলা খনত ব্যৱসায় কৰি থকা প্ৰতিটো প্ৰতিষ্ঠানত থলুৱাৰ বাবে ৯০ শতাংশ সংৰক্ষিত হোৱাৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানত অসমীয়া ভাষা প্ৰযোজ্য হোৱাটো বাধ্যতামূলক ৷ এই দাবীৰ প্ৰতি সম্পূৰ্ণ আগবঢ়াই বিধায়ক গৰাকীয়ে কয়,চৰকাৰে শেহতীয়াকৈ নামনি অসমৰ বৰপেটা সহ কে’বাখনো জিলাত খিলঞ্জীয়াৰ ভূমি অন্য লোকক বিক্ৰী কৰিব নোৱাৰা সন্দৰ্ভত যি বিধেয়ক অনাৰ প্ৰস্তুতি চলাইছে । তাত উজনিৰ পাঁচ জিলা ক্ৰমে শিৱসাগৰ শিৱসাগৰ,যোৰহাট,তিনিচুকীয়া আৰু গোলাঘাটতো অনা অসমীয়াই খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰিব নোৱাৰা বিষয়টো সংযোজন কৰাৰ দাবী কৰে গগৈয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akhil Gogoi ReactionGuwahatiPressmeetSivsagar Incident
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d