Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sivsagar Incident:পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তাল শিৱসাগৰ

শিৱসাগৰৰ ৰাইজৰ সন্মুখত আঁঠু লৈ ক্ষমা ভিক্ষা মাৰোৱাৰী লোকৰ, জিমি দাসৰ পৰিয়ালক চিকিৎসাৰ বাবে ২ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি মাৰোৱাৰী সমাজৰ

publisher by publisher
August 20, 2024
in Uncategorized
Reading Time: 3 mins read
0
Sivsagar Incident:পাঞ্জা খেলুৱৈ জিমি দাসক অনা অসমীয়া ব্যৱসায়ীক প্ৰহাৰ কৰা ঘটনাক লৈ উত্তাল শিৱসাগৰ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

Education Minister Dr Ranoj Pegu:প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু

Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ

Sivsagar Incident:

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাঞ্জা জিমি দাসক শিৱসাগৰৰ মাজমজিয়াত তিনিজনকৈ অনা অসমীয়া ব্যৱসায়ীয়ে আক্ৰমণৰ কৰা ঘটনাক লৈ বহিৰাগতৰ বিৰুদ্ধে ব্যাপক আন্দোলন হৈছিল শিৱসাগৰত ৷ ত্ৰিশটাকৈ জাতীয় সংগঠনে ৰাজপথ উত্তাল কৰাৰ পিছত স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈছিল অনা অসমীয়াৰ ব্যৱসায়ীৰ ৷

ADVERTISEMENT

ইয়াৰ পিছতে আজি এই ঘটনাৰ সন্দৰ্ভত ত্ৰিশ সংগঠন নেতৃবৰ্গ,শিৱসাগৰ জ্যেষ্ঠ নাগৰিক আৰু প্ৰশাসনৰ উপস্থিতিত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে এক যুৱদলত অনুষ্ঠিত এক ৰাজহুৱা সভাত মিলিত হয় ৷ সভাত উপস্থিত থাকে শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷

তাৎপৰ্যপূৰ্ণভাৱে এই সভাতে জাতীয়তাবাদী দল-সংগঠন, শিৱসাগৰৰ ৰাইজৰ সন্মুখত আঁঠু লৈ ক্ষমা ভিক্ষা মাৰোৱাৰী সমাজৰ । ক্ষমা খোজাত পলম হোৱা বুলি দুখ প্রকাশ মাৰোৱাৰী সমাজৰ। আহত পাঞ্জা খেলুৱৈ জিমি দাসক চিকিৎসাৰ বাবে আগবঢ়াব ২ লাখ টকাৰ সাহার্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সমাজে ৷

আনহাতে এই সম্পৰ্কত মাৰোৱাৰী সমাজৰ হৈ এগৰাকী বিষয়ববীয়াৰ মন্তব্য ,আমি দেৰিকৈ হ’লেও এই ঘটনাৰ নিন্দা কৰিছোঁ। আমি সদায় একেলগে আছোঁ ৷

উল্লেখ্য যে, এই সভাতে বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই উদাত্ত কষ্ঠৰে শিক্ষামন্ত্ৰীৰ উপস্থিতিত পুনৰ হুংকাৰ দি কয় যে, এই ঘটনাই শেষ ঘটনা হওক। খিলঞ্জীয়াৰ বিৰুদ্ধে অনাগত দিনত এনে ঘটনা পুনৰাবৃত্তি হ’লে এইবাৰ ক্ষান্ত নহয় থলগিৰী অসমীয়া জনতা।

উল্লেখযোগ্য ,বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ বিৰুদ্ধে দেওবাৰে দিছপুৰ থানাত বিজেপিত থকা মাৰোৱাৰী যুৱ ব্যৱসায়ী গৌৰৱ ছোমানীয়ে গোচৰ তৰিছিল ৷ কিন্ত সোমবাৰে আলফা (স্বাঃ)ই গোচৰ প্ৰত্যাহাৰ নকৰিলে কঠোৰ ব্যৱস্থা লোৱাৰ ভাবুকি দিছিল। অৱশেষত গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ ছোমানীয়ে। দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ কৰে গৌৰৱ ছোমানীয়ে ৷

আনহাতে, আলফা (স্বাঃ)ৰ ভাবুকিৰ পাছতেই গৌৰৱ ছোমানীৰ সুৰক্ষা বৃদ্ধি কৰে আৰক্ষী প্ৰশাসনে৷ গৌৰৱ ছোমানীক দিয়া হৈছে দুজনকৈ ব্যক্তিগত সশস্ত্ৰ দেহৰক্ষী ৷

ইপিনে,শৃংখল চলিহাৰ বিৰুদ্ধে শংকৰ নামৰ অনা অসমীয়া ব্যৱসায়ীয়ে আজি ভৰলুমুখ থানাত ৰজু কৰিছে গোচৰ। উল্লেখ্য যে শংকৰ হিন্দুস্থানী যুৱ সন্মিলন নামৰ হিন্দীভাষী সংগঠন এটাৰ সভাপতি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Education minister Dr. Ranoj PeguPublic MeetingSivsagar Incidentyubadal
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d