Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰেল বিভাগে গুৱাহাটীৰ ভূমি বহিৰাগত বণিয়াক হস্তান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

 ৰেল বিভাগক অসমৰ মাটি ঘূৰাই দিয়াৰ দাবী ছাত্ৰ সন্থাৰ

publisher by publisher
February 28, 2022
in Assam, India, News
Reading Time: 1 min read
0
ৰেল বিভাগে গুৱাহাটীৰ ভূমি বহিৰাগত বণিয়াক হস্তান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

৫৮ বিঘাটো দূৰৰে কথা, এক ইঞ্চি মাটিও হস্তান্তৰ কৰিবলৈ নিদিয়ে ছাত্ৰ সন্থাই

ADVERTISEMENT

গুৱাহাটীৰ আমবাৰী, গুৱাহাটী ক্লাব, ৰেলৱে ষ্টেচনৰ লগতে বিভিন্ন অঞ্চলৰ ৫৮ বিঘা মাটি ৰেল বিভাগে বহিৰাগত বণিয়াক গতাই দিবলৈ ওলোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আছুৰ শতাধিক সদস্য, কৰ্মীয়ে ৰেল বিভাগ তথা অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে কেৱল গুৱাহাটীৰে নহয় বৰঞ্চ অসমৰ এক ইঞ্চি মাটিও বহিৰাগতক হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি ৰেল বিভাগক সকীয়াই দিয়ে ।

তেওঁলোকে হাতে হাতে পোষ্টাৰ, বেনাৰ লৈ অসম চৰকাৰ হায় হায়, ৰেলৱে বিভাগ হায় হায়, ৰেলৱেই অসম বিৰোধী কার্য বন্ধ কৰক, ৰেলৱেত খিলঞ্জীয়া বিৰোধী কার্য নচলিব আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে । প্ৰতিবাদত অংশ লৈ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি নাথে কয়, ‘ৰেল বিভাগে অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰিবলৈ ওলোৱা কথাটোৱেই আমাৰ বাবে লজ্জাজনক তথা ধিক্কাৰজনক । ইয়াৰ পিছতো বিষয়টোৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ মৌনতা কিয় ? যদি এই মৌনতাৰ আঁৰত কিবা স্বাৰ্থ আছে তেন্তে আমি সেয়া সহ্য কৰা নহ’ব । গুৱাহাটীৰ যি ভূমি ৰেল বিভাগে হস্তান্তৰ কৰিবলৈ বিচাৰিছে সেই ভূমিত বিভাগে যদি কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰে তেন্তে ভূমিখিনি অসম চৰকাৰক ঘূৰাই দিয়ক । পূৰ্বতে পাণ্ডু ঘাটৰ পৰা গুৱাহাটী ক্লাৱৰ আমবাৰীৰ মাজেদি উজানবজাৰলৈ ৰেল চলিছিল । যাৰ বাবে ৰেলৱেক মাটি দিয়া হৈছিল । ৰেল ষ্টেচনৰ কাষত, ৰিজাৰ্ভ বেংকৰ কাষৰ মাটি ৰেল বিভাগক ব্যৱহাৰৰ বাবে দিয়া হৈছিল । যদি বিভাগক এতিয়া এই মাটিৰ প্ৰয়োজন নাই তেন্তে ঘূৰাই দিয়ক । তাকে নকৰি বহিৰাগত বণিয়াক উক্ত মাটি গতাবলৈ ওলাইছে । এই কার্য মানি লোৱা নহব ।’

তেওঁলোকে কয়, ‘বিভাগে অসমজুৰি উন্নত ৰেললাইন নিৰ্মান কৰিব পৰা নাই । ইলেক্ট্রিক ৰেলৰ চলাচল কৰিব পৰা নাই । ৰেল বাৰ্থ নিৰ্মান কাৰখানা অসমত স্থাপন কৰিব পৰা নাই । চি ডি স্তৰৰ চাকৰিসমূহ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱাক নিযুক্তি দিব পৰা নাই । নতুন ৰেল প্ৰৱৰ্তনৰ পৰিৱৰ্তে বিভাগে ১২ খনকৈ ৰেল বাতিলৰহে ব্যৱস্থা কৰিছে । তাৰ পিছতো আকৌ ভূমি হস্তান্তৰ কৰিবলৈ ওলাইছে । যদি প্ৰয়োজন নাই সেই ভূমি অসম চৰকাৰক ঘূৰাই দিয়ক। অসম চৰকাৰে উক্ত ভূমি অসমৰ বণিয়াক দিয়ক । তাত আমাৰ আপত্তি নাই । কিন্তু অসমৰ মাটি, সম্পদ যিয়ে যেনেকৈ পাৰে সিয়ে বিক্ৰী কৰিব সেয়া আমি কেনেকৈ মানি ল’ম ? বহিৰাগত বণিয়াক গতাই ভূমি দিয়াৰ যি ষড়যন্ত্ৰ চলিছে সেয়া বন্ধ কৰক । আমাৰ ভূমি আমাৰ আবেগ । বাৰে বাৰে আমাৰ আবেগত আঘাত হানিব দিয়া নহ’ব ।’

নেতাদ্বয়ে ভূমি হস্তান্তৰ কৰাৰ বিষয়ত চৰকাৰৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে । তেওঁলোকে পুনৰ কয়, ‘ আমি আচৰিত হৈছোঁ যে ৰেল বিভাগৰ এই কাৰ্যত ৰাজ্য চৰকাৰে কোনো হস্তক্ষেপ কৰা নাই । অসমৰ মাটি কাক গতাব সেই সিদ্ধান্ত দিল্লীয়েহে লয় । অসমৰ ৰাইজৰ বাবে ই অত্যন্ত দুৰ্ভাগ্যজনক । অসমৰ ৰাইজে ভোট দি একোজন প্ৰতিনিধি নিৰ্বাচন কৰে । কিন্তু অসমৰ ৰাইজৰ হৈ মাত মতাৰ সময়ত তেওঁলোক নিমাত । তেওঁলোকে দিল্লীৰ ৰঙা চকুলৈ চাই কাম কৰে । অনাগত দিনত তেওঁলোকে অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ’ব লাগিব । সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যাব । কেৱল গুৱাহাটীৰে নহয় বৰঞ্চ অসমৰ এক ইঞ্চি মাটিও বহিৰাগতক যাতে নিদিয়ে তাৰ বাবে ৰেল বিভাগক সকীয়াই দিছে । ৰেল বিভাগে এনে কাৰ্যৰ পৰা বিৰত থাকক ।’

তেওঁলোকে অসম চুক্তিৰ ছয় নং দফাৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদনমৰ্মে অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান আৰু খিলঞ্জীয়াৰ ভূমিৰ ওপৰত অধিকাৰ নিশ্চিত কৰা বিষয়টোৰ প্ৰাসংগিকতা আজি পুনৰ প্ৰমাণিত হ’ল বুলিও উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Guwahati Students' UnionIndian RailwaysProtest
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d