Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Compensation to families of five martyrs killed in fake army clashes after 30 years:ন্যায়ালয়ৰ নিৰ্দেশত ভুক্তভোগীৰ পৰিয়ালৰ একাউণ্টত সোমাল ক্ষতিপূৰণৰ ২০ লাখকৈ

অপৰাধী বিষয়াই শাস্তি নোপোৱাত ক্ষোভ, ৩০ বছৰৰ মূৰত সেনাৰ ভুৱা সংঘৰ্ষত মৃত পঞ্চ ছহিদৰ পৰিয়ালক ক্ষতিপূৰণ

publisher by publisher
August 2, 2024
in Uncategorized
Reading Time: 2 mins read
0
Lt Gen Gambhir Singh takes over as GOC of 4th Corps:চতুৰ্থ ক’ৰৰ জিঅ’চিৰূপে লেফটেনেন্ট জেনেৰেল গম্ভীৰ সিঙৰ দায়িত্ব গ্রহণ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati High Court:অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত ভুক্তভোগীক বিত্ত বিভাগে প্রদর্শন কৰা হেমাহীক লৈ অসন্তুষ্টি উচ্চ ন্যায়ালয়ৰ

Medical Education :ই ডব্লিউ এছৰ বাবে ১০ শতাংশ আসন সংৰক্ষিত কৰিবলৈ কঠোৰ নিৰ্দেশ

Guwahati High Court Judgement On SPO স্পেচিয়েল পুলিচ অফিচাৰক লৈ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Compensation to families of five martyrs killed in fake army clashes after 30 years:

১৯৯৪ৰ ১৮ ফেব্ৰুৱাৰীৰ পুৱতি নিশা তিনিচুকীয়াৰ ডাঙৰী অঞ্চলৰ পাঁচজন নিৰীহ যুবকক শোৱাপাটীৰ পৰা আটক কৰি নি আলফা সদস্য সজাই ২২ ফেব্ৰুৱাৰীত ভুৱা সংঘৰ্ষৰে ভাৰতীয় সেনাৰ ১৮ নম্বৰ পঞ্জাৱ ৰেজিমেণ্টৰ কেইজনমান বিষয়া- জোৱানে হত্যা কৰিছিল। সুদীর্ঘ সময়ৰ অন্তত সেনাৰ চাৰিজনীয়া বিচাৰপীঠে ২০১৮ৰ ১৩ অক্টোবৰত ভুৱা সংঘর্ষত জড়িত থকা পঞ্জাৱ ৰেজিমেন্টৰ সাতজন বিষয়া-জোৱানক যাৱজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

ADVERTISEMENT

সমান্তৰালভাৱে ন্যায়ালয়ে নির্দেশত ৩০ বছৰৰ পাছত এই ঘটনাৰ ভুক্তভোগী তথা পঞ্চ ছহিদ প্রবীণ সোণোৱাল, প্রদীপ দত্ত, দেৱজিৎ বিশ্বাস, অখিল সোণোৱাল আৰু ভৱেন মৰাণৰ পৰিয়ালক ক্ষতিপূৰণৰূপে কালি ভাৰত চৰকাৰে নিৰ্যাতিত পৰিয়ালকেইটাৰ বেংক একাউন্টলৈ ২০ লাখকৈ টকা আদায় দিয়ে।

উল্লেখ্য যে ৰাজ্য কঁপাই যোৱা এই ঘটনাত সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপ- সভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ন্যায়ালয়ে গোচৰটোৰ স’তে জড়িত প্রত্যক্ষদর্শী আৰু চৰকাৰী-বেচৰকাৰী সকলো পক্ষৰ সাক্ষ্য গ্রহণ কৰাৰ পাছত ২০০০ত চিবিআইক গোচৰটোৰ তদন্ত অর্পণ কৰিছিল। ন্যায়ালয়ৰ নিৰ্দেশ মর্মে চিবিআইয়ে আৰচি-৪ (এছ) ২০০০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই সাতজন সেনা বিষয়া- জোৱানক দোষী সাব্যস্ত কৰি ডেৰবছৰৰ ভিতৰতে তদন্তৰ চূড়ান্ত প্রতিবেদন গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সেনা প্রধানৰ ওচৰত দাখিল কৰিছিল।

পৰৱৰ্তী সময়ত চিবিআইৰ প্ৰতিবেদনৰ ভিত্তিত দোষী সেনা বিষয়া- জোৱানৰ বিৰুদ্ধে বিচাৰ চলাবলৈ ইষ্টার্ণ আৰ্মীৰ দিনজানস্থিত ক’ৰ্ট মার্শাল ক’ৰ্টত চাৰিজনীয়া বিচাৰপীঠক নিয়োগ কৰে সেনাৰ বিশেষ ক্ষমতা কমিটীয়ে। শেষত দোষী সাতজন বিষয়া-জোৱানক সেনাৰ কৰ্টে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। ইয়াৰ পাছতে ভুক্তভোগী পৰিয়াল কেইটাক ন্যায়ালয়ৰ নিৰ্দেশত ভাৰত চৰকাৰে ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰে বুলি গুচৰীয়া ভূঞাই আজি মন্তব্য কৰি কয় যে ৩০ বছৰ পূৰ্বে আৰম্ভ কৰা ন্যায়িক। যুঁজখনৰ অন্ত পৰিল।

যোৱা বছৰৰ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়যোগে আক্রান্ত পৰিয়ালকেইটাৰ প্রতিটোকে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ ভাৰত চৰকাৰক নির্দেশ দিছিল। সেই মর্মে কালি পৰিয়ালকেইটাৰ বেংক একাউন্টত ভাৰত চৰকাৰে এই ক্ষতিপূৰণ আদায় দিয়ে। উল্লেখ্য যে নিৰীহ যুৱককেইজনৰ ওপৰত সেনাৰ বিষয়া-জোৱান কেইজনে চলোৱা নির্যাতন ইমানেই ভয়ংকৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল, কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল। আন কোনোবাজনৰ জিভা কাটি দিয়া হৈছিল। এই ঘটনাৰ আইনী যুঁজৰ সমান্তৰালভাৱে ঘটনাৰ উচিত তদন্ত আৰু দোষী সেনা বিষয়া-জোৱানৰ শাস্তি আৰু পৰিয়ালক ক্ষতিপূৰণৰ দাবীত এক দীঘলীয়া সংগ্রাম চলাই নিছিল সদৌ অসম ছাত্র সন্থাই।

যাৰ ফলত সুদীর্ঘ দিনৰ অন্তত ন্যায়ালয়ৰ হস্তক্ষেপত পৰিয়ালকেইটা ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে, সেনাবাহিনীৰ মেজৰ জেনেৰেল এ কে লালসহ সাতজন বিষয়া-জোৱানক দোষী সাব্যস্ত কৰা হৈছিল যদিও তেওঁলোকক শাস্তিৰ পৰা ৰেহাই দিয়া হ’ল বুলি গুচৰীয়া ভূঞাই মন্তব্য কৰি কয় যে দেশৰ গণতন্ত্ৰৰ মাদকতা এয়াই যে যুঁজি থাকিলে এদিন নহয় এদিন ন্যায় পোৱা যায়; কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক আদালতে শাস্তিৰ পৰা ৰেহাই দিলে। আচলতে তেওঁলোকে ৰেহাই পাব নালাগিছিল। সেই দুখটো থাকি গ’ল বুলি তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Compensation to familiesfake army clashesFive martyrs killedGuwahati High Court Judgement
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d