Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Meghalaya government is strongly opposed to limestone mining in Dima Hasao:ডিমা হাছাওত চূণশিল খননৰ তীব্ৰ বিৰোধিতাত সৰৱ মেঘালয় চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ সমিতিক অৱগত কৰিলে চাংমা চৰকাৰে, প্রাকৃতিক গুহা-সামূহিক সংৰক্ষিত বনাঞ্চলত বিৰূপ প্ৰভাৱৰ আশংকা

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 3 mins read
0
Meghalaya government is strongly opposed to limestone mining in Dima Hasao:ডিমা হাছাওত চূণশিল খননৰ তীব্ৰ বিৰোধিতাত সৰৱ মেঘালয় চৰকাৰ
3
SHARES
27
VIEWS
ShareShareShareShare

Meghalaya government is strongly opposed to limestone mining in Dima Hasao:

অসম চৰকাৰে ডিমা হাছাওত চুণশিল খননৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰি সৰৱ হৈ উঠিছে মেঘালয়। জিলাখনত চূণশিল খননে গাতে লাগি থকা মেঘালয়ৰ পাহাৰৰ গুহা আৰু বনাঞ্চলসমূহত বিৰূপ প্রভাৱ পেলোৱাৰ আশংকা কৰি চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰে বিষয়টো কেন্দ্ৰীয় ক্ষমতাসম্পন্ন সমিতি (চিইচি) ৰো দৃষ্টিগোচৰ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে অসম চৰকাৰে ডিমা হাছাওত সাতটা চুণশিলৰ খনি নিলামৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে। এই চূণশিলৰ খনিসমূহৰ লগতে এটা লোৰ আকৰৰ খনিৰ নিলাম প্রক্রিয়াও চৰকাৰে আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এই খনিসমূহত খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

RelatedPosts

Dima Hasao:ডিমা হাছাও-কাছাৰ সীমান্তত আৰক্ষীৰ এনকাউণ্টৰ

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

Chief Executive Devolal Garlocha as a land mafia:ভূমাফিয়াৰ ৰূপত মুখ্য কাৰ্যবাহী দেৱোলাল গাৰ্লোচা !

আনহাতে অসম চৰকাৰৰ এই পদক্ষেপৰ কথা ৰাজহুৱা হোৱাৰ পাছতে তৎপৰ হৈ উঠে মেঘালয় চৰকাৰ। ডিমা হাছাওত চূণশিল খননৰ বিৰোধিতা কৰি কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিৰ দ্বাৰস্থ হৈছে কনৰাড চাংমা চৰকাৰ।

এই কথা সদৰী কৰি মেঘালয়ৰ প্ৰধান মুখ্য বন সংৰক্ষক ৰঞ্জিত সিং গিলে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা ১৯ জুনত কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতিৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ডিমা হাছাওত অসম চৰকাৰে চূণশিল খনন কৰিলে মেঘালয়ৰ পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি জনায়।

gohaবৈঠকখনত অংশগ্ৰহণ কৰিবলৈ যাওঁতে শীর্ষ বন বিষয়াজনে মেঘালয়ৰ মুখ্য সচিবে অসম চৰকাৰৰ এই প্ৰস্তাৱিত চূণশিল খননক লৈ উদ্বেগ প্রকাশ কৰি লিখা এখন পত্রও লৈ যায়। বৈঠকত পত্রখন দাখিল কৰা বুলি সদৰী কৰি গিলে লগতে কয়, ‘অসমত চূণশিলৰ খননে মেঘালয়ৰ গুহাসমূহ আৰু সংৰক্ষিত বনাঞ্চলসমূহৰ পৰিৱেশতন্ত্রগত সংহতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পেলাব পৰা বিৰূপ প্ৰভাৱক লৈ আমি গভীৰভাৱে উদ্বিগ্ন।’

উল্লেখ্য যে কেন্দ্রীয় ক্ষমতাসম্পন্ন সমিতি (চিইচি) উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিৱেশ ৰক্ষাৰ বাবে গঠিত এখন সমিতি। এই সমিতিয়ে বন তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতিও চকু ৰাখে। অসম চৰকাৰে ডিমা হাছাওত চূণশিল খননৰ বাবে গ্রহণ কৰা পদক্ষেপ মেঘালয় চৰকাৰে বিৰোধিতা কৰাৰ পাছত সমিতিখনে যোৱা ১৪ আগষ্টত ইয়াৰ দ্বিতীয়খন বৈঠক আহ্বান কৰে।এই সকলো দিশ উক্ত সমিতিৰ দৃষ্টিগোচৰ কৰা হয় বুলিও মেঘালয়ৰ বন বিষয়াজনে সদৰী কৰে।

আনহাতে, প্রযুক্তি ব্যৱহাৰ কৰি ডিমা হাছাওত চূণশিলৰ খনন কৰিলে, জিলাখনৰ জীৱন ৰেখাস্বৰূপ কপিলী নৈৰ লগতে ওচৰ-পাঁজৰৰ পৰিৱেশৰ বিস্তৰ ক্ষতিৰ আশংকাও প্ৰৱল হৈছে। কাৰণ চূণশিল খনন বিস্ফোৰণ ঘটাই কৰা হয়। এই চূণশিল খননৰ ফলত হ’ব পৰা প্ৰদূষণ আৰু নামনি অংশত পৰিব পৰা বিৰূপ প্ৰভাৱৰ কথা বিবেচনা নকৰাকৈয়ে অসম চৰকাৰে ডিমা হাছাওৰ সাতটাকৈ চূণশিলৰ খনি কৰ্প’ৰেট গোষ্ঠীৰ দ্বাৰা খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

লক্ষ্যণীয় যে বিদেশী পর্যটক আৰু গুহা অন্বেষণকাৰীসকলক আকৰ্ষণ কৰা মেঘালয়ৰ গুহাসমূহ পৰিৱেশতন্ত্রগতভাৱে স্পৰ্শকাতৰ বুলি কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি থৈছে। ডিমা হাছাওৰ চূণশিল স্তূপৰ পৰা মাথোঁ দুশ মিটাৰ দূৰৈত অৱস্থিত মেঘালয়ৰ কা ক্ৰেম লেবিট উমক্ৰীপং নামৰ সংৰক্ষিত বনাঞ্চল। এই চূণশিল খননৰ ফলত ৰাজ্যখনৰ ক্ৰেক্রম লিয়াট প্রাহ গুহাৰো বিস্তৰ ক্ষতিৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে উক্ত গুহা হৈছে এছিয়াৰে সর্বাধিক দৈৰ্ঘ্যৰ প্ৰাকৃতিক গুহা। বর্তমানলৈ এই প্রাকৃতিক গুহাৰ ৩০, ৯৫৭ মিটাৰ দৈৰ্ঘ্যৰ অন্বেষণ সম্পূর্ণ হৈছে। উক্ত গুহা প্ৰস্তাৱিত চূণশিল খনিৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্রাকৃতিক বৈচিত্র্যৰে ভৰপূৰ এই অঞ্চলৰে ছাইবেৰিয়াৰ পৰা আমূৰ ফেলক’ন পক্ষী আহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dima HasaoEnvironmental Concernslimestone mining PlanMeghalaya governmentstrongly opposed
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d