Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Chief Executive Devolal Garlocha as a land mafia:ভূমাফিয়াৰ ৰূপত মুখ্য কাৰ্যবাহী দেৱোলাল গাৰ্লোচা !

ধোঁৱাচাঙত উঠিল উন্নয়ন-আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, ধনকুবেৰ হ'বলৈ সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলিছিল গর্লোছাই, স্বায়ত্তশাসিত পৰিষদ পৰিণত হৈছে লুণ্ঠনৰ কেন্দ্ৰত

publisher by publisher
November 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Chief Executive Devolal Garlocha as a land mafia:ভূমাফিয়াৰ ৰূপত মুখ্য কাৰ্যবাহী দেৱোলাল গাৰ্লোচা !
2
SHARES
21
VIEWS
ShareShareShareShare

Chief Executive Devolal Garlocha as a land mafia:

এটা সময় আছিল, তেওঁলোকে হাতত মাৰণাস্ত্ৰ লৈ ডিমা হাচাও পাৰ্বত্য জিলাৰ সহজ-সৰল পাহাৰীয়া জনজাতীয় সম্প্রদায়– কার্বি, ডিমাছা, কুকি, বেটে, পাইতে, ৰাংখল, জেমিসকলক মুক্তিৰ সপোন দেখুৱাই ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে সংগ্রাম কৰিছিল। তেওঁলোকে ৰাইজক বুজাইছিল যে জনজাতীয়সকলৰ হাতত ৰাজনৈতিক আত্মনিয়ন্ত্রণ, স্বশাসন আৰু অর্থনৈতিক অধিকাৰ নাথাকিলে ভবিষ্যৎ সুৰক্ষিত নহয়। তেওঁলোকৰ আহ্বান আৰু সশস্ত্র সংগ্ৰামৰ প্ৰতি ৰাইজৰ আছিল অফুৰন্ত শ্রদ্ধা, সমর্থন, মৰম-চেনেহ আৰু বিশ্বাস; কিন্তু এই সপোন ভাঙি চূড়মাৰ হ’বলৈ বেছি পৰ নালাগিল। তেওঁলোকে অসম তথা ভাৰত চৰকাৰৰ লগত শান্তি চুক্তি কৰি শাসনৰ ভাৰ পায়েই ৰাষ্ট্ৰযন্ত্ৰতকৈ অধিক হিংস্র হৈ উঠিল।

ADVERTISEMENT

বঙহৰ মঙহ চোবাবলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁলোকেই আমাৰ প্ৰধান শত্ৰুত পৰিণত হৈছে। কিয়নো, তেওঁলোকে আমাৰ পিতৃ পুৰুষৰ মাটি, সম্পত্তি, আৰু সংবিধান প্রদত্ত সকলো অধিকাৰ কাঢ়ি আমাক ঠিকনাবিহীন, অস্তিত্ববিহীন কৰিবলৈ উঠিপৰি লাগিছে। আমি তেওঁলোকৰ চতুৰালি আৰু ঐতিহাসিক প্ৰতাৰণাৰ বলি হ’লো।’

RelatedPosts

Dima Hasao:ডিমা হাচাওত বিজেপিত খহনীয়া !

Minal Saikia: পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে 

Zubeen Garg:জুবিন গাৰ্গৰ বসতিস্থান ভগদত্তপুৰত সুৰা বিপণীৰ অনুজ্ঞা পত্ৰ নিদিবলৈ চৰকাৰক আহ্বান ৰাইজৰ

‘দৈনিক অগ্ৰদূত’ক এক এনেদৰে ক’লে দ্বীপেন ৰংপিয়ে। দ্বীপেন ৰংপি পাহাৰীয়া জিলাখনৰ এজন জনজাতীয় অধিকাৰ সংগ্ৰামৰ সেনানী আৰু ৰাজনৈতিকভাবে সচেতন যুবক। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তর্ভুক্ত উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদত অব্যাহত থকা বিয়াগোম দুর্নীতি আৰু তথাকথিত উন্নয়নৰ নামত ভূমিপুত্ৰৰ মাটি কাঢ়ি পুঁজিপতিক গতাই দিয়াৰ ঘোৰ সমালোচক ৰংপি। তেওঁ কয় যে সম্প্রতি ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা প্রাকৃতিক সম্পদ আৰু অতি পিছপৰা পহাৰীয়া জনজাতীয়সকলৰ ভূমিৰ ওপৰত পুঁজিপতিৰ সমান্তৰালভাৱে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা প্রাক্তন উগ্রপন্থী দেৱোলাল গর্লোছাৰ নেতৃত্বত ক্ষমতাত থকা স্থানীয় নেতাসকলেও নিজৰ অথবা অঙহী-বঙহীৰ নামত ভূমি দখল কৰিবলৈ উঠিপৰি লাগিছে। আনহাতে, এই পৰিস্থিতিৰ ভুক্তভোগী জনতাৰ প্রতিবাদী কণ্ঠক বন্দুকৰ গুলি ফুটাই, শাৰীৰিক নির্যাতন চলাই দমন কৰাৰ দৰে নিকৃষ্ট পথ বাছি লৈছে।

পৰিষদখনৰ খিলঞ্জীয়া বিৰোধী দুষ্কাৰ্য ইমানেই বৃদ্ধি পাইছে যে উপায়ান্তৰ হৈ শেহতীয়াকৈ কার্বি ছাত্র সন্থাৰ ডিমা হাছাও জিলা সমিতিকে ধৰি মাইনিং এৰিয়া এফেক্টেড পিপ’লছ এছচিয়েছন, কপিলী এৰিয়া মাইনিং এফেক্টেড পিপ’লছ এছচিয়েছন আৰু কাৰ্বি জাতিৰ পিতৃ সংগঠন চমিণ্ডাৰ কাৰ্বি আমেইৰ ডিমা হাছাও জিলা সমিতিয়ে প্রতিবাদত নামি পৰাৰ সমান্তৰালকৈ দেৱোলাল গর্লোছাৰ নেতৃত্বত সংঘটিত হৈ থকা সমগ্র দুষ্কাৰ্যৰ বিষয়টোত স্মাৰকপত্ৰৰ জৰিয়তে অসমৰ ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰিছে ।

নিৰাপত্তাজনিত কাৰণত নাম প্রকাশত অনিচ্ছুক কার্বি ছাত্র সন্থাৰ এজন নেতাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেবোলাল গর্লোছাই পাহাৰীয়া জিলাখনত দুর্নীতিৰ সকলো অভিলেখ ভংগ কৰিছে। ছাত্র নেতাজনে দাবী করে যে শেহতীয়াকৈ মুখ্য কার্যবাহী সদস্য গর্লোছাই ক্ষমতাৰ অপপ্রয়োগ কৰি কিমান চৰকাৰী মাটি, প্রাকৃতিক কৃতিক সম্পদ আৰু সাধাৰণ জনজাতীয় ৰাইজৰ কৃষিভূমি বেআইনীভাবে নিজৰ অধীনলৈ নিছে তাৰ তালিকা এখন প্রস্তুত কৰি ৰাজহুৱা কৰিবলৈ হ’লে সমগ্ৰ ৰাজ্যবাসী হতভম্ব হৈ পৰিব।

উল্লেখ্য যে পূর্বে এচিএছ প্রশিক্ষণ কেন্দ্ৰৰ নামত আবণ্টিত উমৰাংছ’ৰ এহেজাৰ বিঘা ভূমি ২০১৭ত স্বায়ত্তশাসিত পৰিষদখনৰ ৰাজহ বিভাগে বাতিল কৰে। ২০১৮ত উক্ত এহেজাৰ বিঘা ভূমিক সংশ্লিষ্ট বিভাগে পুনব ‘এম/এছ ক্রিং এণ্ড ৰিয়ান ভেনচাৰ প্রাইভেট লিমিটেড’ নামৰ এটা ব্যক্তিগত প্রতিষ্ঠানৰ নামত পুনৰ আবণ্টন দিয়ে। তাৎপর্যপূর্ণ যে উল্লিখিত ব্যক্তিগত কোম্পানীৰ স্বত্বাধিকাৰ স্ৰিং আৰু ৰিয়ান হ’ল পৰিষদৰ মুখ্য কার্যবাহী দেবোলাল গর্লোচাৰ পুত্ৰ আৰু কন্যা। তদুপৰি কোম্পানীটোৰ সঞ্চালকৰ দায়িত্বত থকা ধৃতি থাউচেন হ’ল গর্লোছাৰ বিশ্বস্ত সংগী তথা বৰ্তমানৰ পৰিষদৰ অন্যতম কার্যবাহী সদস্য।

দ্বিতীয়তে, শেহতীয়াকৈ মুখ্য কার্যবাহী গর্লোছাই নীপকোৰ উমবং প্রকল্পৰ নিচেই কাষত অৱস্থিত পুশ্রিংদি দ্বীপ নিজৰ দখললৈ নি বিলাসী ৰিজ’ট নির্মাণ কৰাৰ লগতে দ্বীপটোৰ দাঁতি-কাষৰীয়া পৰসমূহ নিজৰ নামত আবণ্টন কৰাই কে’বাটাও অট্টালিকা আৰু বিনোদন পার্ক পূর্ণগতিত নির্মাণ কৰাই আছে সম্প্রতি তাৰ পৰা দ্বীপৰ মাজলৈ জলসংযোগ সুচল কৰাৰ স্বাৰ্থত জাহাজৰ ব্যৱস্থা কৰাৰ লগতে জলক্রীড়াৰ কাৰণে কে’বাখনো অত্যাধুনিক মেচিন নাওৰ আমদানি কৰি গর্লোছাই নিজকে পর্যটন ক্ষেত্ৰৰ উদ্যোগী হিচাপে আবির্ভাব হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে। পূর্বে উক্ত দ্বীপক সাঙুৰি বৃহত্তৰ উমৰং অঞ্চলত বাস কৰা চ্ছতলার্ফেং, বৰলাফেং গাঁৱৰ বাসিন্দাক মাট ঘূৰাই নিদি গর্লোছাই কিয় ব্যক্তিগতভাবে নিজৰ দখললৈ নিলে এই লৈয়ো এতিয়া ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

তৃতীয়তে, নীতিগতভাৱে পৰিষদৰ সংশ্লিষ্ট বিভাগৰ অধীনত প্রাকৃতিক সম্পদৰ খনন নকৰি মাহুৰ নদীৰ বক্ষ চিৰাচিৰ কৰি ব্যক্তিগত নিয়ন্ত্রণত বৃহৎ শিলাখণ্ডৰ খনন আৰু ৰেলৰ জৰিয়তে ৰপ্তানি কৰি পোৱা সমুদায় ধন গর্লোছাই নিজৰ লগত ৰাখি ধনকুবেৰ হ’বলৈ সশস্ত্র সংগ্রাম কৰিছিল নেকি বুলিও জিলাখনৰ বহু দল-সংগঠনে ‘দৈনিক অগ্রদূত’ৰ আগত ক্ষোভ ব্যক্ত কৰে।

চতুৰ্থতে, পৰিষদৰ ঔদ্যোগিক চহৰ উমৰাংছ’ৰ লাংচিবাইত (১৫ কিলো) ৰাইজৰ পুঁজিৰে এশ বিঘা ভূমিত ২৮ টা গৃহ নির্মাণ কৰি উক্ত অঞ্চলক গর্লোছাই ‘আদর্শ গাঁও’ ঘোষণা কৰে। নির্মাণ সম্পূর্ণ হৈ আনুষ্ঠানিকভায়ে মুকলি কৰাৰ পৰৱৰ্তী সময়ত স্থানীয় যোগ্য পৰিয়ালক গৃহ আবণ্টন দিয়াৰ বিপৰীতে গর্লোছই কিয় জিলাখনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা নিজৰ পৰিয়াল, জ্ঞাতি-কুটুম্বক মাতি আনি আবণ্টন দিলে এই লৈয়ো উমৰাংছ’ৰ স্থানীয় বাসিন্দাৰ মাজত ক্ষোভৰ অগনি জ্বলি আছে।

পঞ্চমতে, পৰিষদৰ ধনেৰে গৰমপানী সমষ্টিৰ পানীমূৰৰ কাষত স্থানীয় জনজাতীয় কৃষকৰ পৰা ৪০ বিঘা কৃষিভূমি পৰ্যটকৰ কাৰণে অতিথিশালা নিৰ্মাণৰ অচিলাৰে অধিগ্রহণ কৰি ২৮ টা আছুতীয়া অত্যাধুনিক গৃহৰ নির্মাণ সম্পূর্ণ হোৱাৰ পাছত পৰ্যটকৰ কাৰণে মুকলি নকৰি সেই সমগ্ৰ প্ৰাংগণটোত কিহৰ স্বাৰ্থত গলোছাই নিজৰ অঙহী-বঙহীক সংস্থাপন দিবলগীয়া হ’ল বুলিও সংগঠনসমূহে ‘দৈনিক অগ্রদূত’ৰ আগত হতাশা ব্যক্ত কৰে।

অতি পৰিতাপৰ বিষয়টো হ’ল নিজৰ নামত, পৰিয়ালৰ নামত, জাতি-কুটুম্বৰ নামত অবৈধভাবে পাহাৰসম সম্পত্তি গোটাই লোৱাৰ সমান্তৰালকৈ পৰিষদখনৰ মুখ্য কার্যবাহী সদস্য গর্লোছাই শেহতীয়াকৈ দেশৰ বহু পুঁজিপতিৰ হৈ সমগ্র পাহাৰীয়া জিলাখনত সাধাৰণ দালাল ৰূপত আবির্ভাব হোৱা বুলিও স্থানীয় দল-সংগঠনসমূহে ক্ষোভ প্রকাশ কৰে ৷

ৰাইজে অভিযোগ করে যে শেহতীয়াকৈ ছাতলার্ফেং আৰু নব-ডিলংক্রুক-এই দুয়োখন গাঁৱক সামৰি থকা দুহেজাৰ বিঘা আৰু ব’ৰ লক্ষিণভং, খার্বেলাংহু, রাক্কা আদিকে ধৰি মুঠ নখন গাঁৱক সামৰি বিস্তৃত হৈ থকা প্রায় নহেজাৰ বিধা ভূমি কৃষকৰ পৰা কাঢ়ি চুণশিল খননৰ বাবে পুঁজিপতিক হস্তান্তৰ কৰাৰ আঁৰতো গলোছাৰ ষড়যন্ত্র জড়িত হৈ আছে।

উল্লেখ্য যে কিছুদিন পূর্বে চ্ছতলার্ফেং আৰু নব-ডিলংক্রুক গাঁৱৰ বাসিন্দাই তেওঁলোকৰ পিতৃপুৰুষৰ দুহেজাৰ বিঘা ভূমি পুঁজিপতিৰ হাতত গতাই নিদিয়াৰ সিদ্ধান্তৰে প্ৰতিবাদ কৰাত পৰিষদখনৰ কাৰ্যবাহী সদস্য তথা গর্লোচাৰ ঘনিষ্ঠ মনিজিৎ নাইডিঙে স্থানীয় প্রতিবাদী কৃষকৰ ওপৰত গুলিচালনা কৰিছিল।

বৃহত্তৰ উমৰাংছ’ অঞ্চলৰ বহুকেইটা দল-সংগঠনে ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে মুখ্য কার্যবাহী সদস্য গর্লোছাকে ধৰি তেওঁৰ অত্যন্ত ঘনিষ্ঠ পৰিষদৰ একাংশ কার্যবাহী সদস্যই সম্প্রতি দিনে-নিশাই নিজৰ নামত অথবা পুঁজিপতিৰ হৈ দালালি কৰি, কোটি কোটি টকা অবৈধভাবে উপাৰ্জন কৰাৰ লক্ষ্যৰে স্থানীয় কৃষকৰ মাটি কাঢ়ি নিয়াত উঠিপৰি লাগিছে। তেওঁলোকে ক্ষোভ প্রকাশ কৰি কয়, ‘দিল্লী-দিছপুৰতকৈ এতিয়া তেওঁলোকেই আমাৰ প্রধান শত্রু। তেওঁলোকৰ কৰ্মকাণ্ডত আমি প্রতিনিয়ত শংকিত হৈ থাকিবলগীয়া হৈছে, অনিশ্চয়তাত ভুগিবলগীয়া হৈছে। কোন মুহূর্তত আমাৰ মাটি কাঢ়ি লৈ যায় তাক লৈ আমি বিনিদ্র ৰজনী পাৰ কৰিবলগীয়া হৈছে। স্বায়ত্তশাসিত পৰিষদখন তেওঁলোকৰ লাভজনক দোকান আৰু নির্বাচনত জয়ী হোৱাৰ প্ৰমাণপত্ৰখন তেওঁলোকৰ কাৰণে লুণ্ঠনৰ অনুজ্ঞাপত্ৰত পৰিণত হ’ল।’

উল্লেখ্য যে উপৰোক্ত সম্পত্তিৰ তালিকাখনত মুখ্য কার্যবাহী সদস্য গর্লোছাই অবৈধভাৱে আহৰণ কৰা মুঠ সম্পত্তিৰ এটা নগণ্য অংশহে অসমৰ ৰাইজৰ স্বাৰ্থত প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী সময়ত অতি দৰিদ্ৰ জনজাতীয় কৃষক পৰিয়ালত জন্মগ্রহণ কৰি, যৌৱনকালত সশস্ত্র সংগ্ৰামৰ জৰিয়তে ৰাজহুৱা জীৱনত আত্মপ্রকাশ কৰা গলোছাই অতি কম দিনৰ ভিতৰত পৰিষদখনৰ জৰিয়তে কেনেকৈ পাহাৰসম সম্পত্তিৰ মালিক হ’ল তথ্যসহ প্রকাশ কৰা হ’ব।

তাৎপর্যপূর্ণ, বৰ্তমানৰ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদখনত মুখ্য কার্যবাহী সদস্য গর্লোছাকে ধৰি ১২ জনকৈ প্রাক্তন উগ্রপন্থীয়ে কার্যবাহী সদস্য হৈ বহু গুৰুত্বপূৰ্ণ বিভাগ চম্ভালি আছে। সেই আটাইকেইজন প্রাক্তন উগ্রপন্থীৰ শিক্ষাগত অর্হতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ উত্তীর্ণলৈহে সীমাবদ্ধ। গতিকে সাম্প্রতিক সময়ৰ জটিল ৰাজনৈতিক পৰিস্থিতিত তেওঁলোকৰ নেতৃত্বই কেনেকৈ উত্তৰ কাছাৰৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব ই সহজেই অনুমেয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cem Debolal GarlosaDima HasaoLand OccupationPublic Complaint
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d