Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Minor Girl Gang rape Incident In Dhing:ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ ধিঙৰ ৰাজপথত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদ অংশগ্ৰহণ বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত অনিদিষ্ট কালীন ধিং বজাৰ বন্ধ, ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ, মুখ্যমন্ত্ৰী নিৰ্দেশত ঘটনাস্থলীলৈ ৰাওনা মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ডিজিপি

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 4 mins read
0
Minor Girl Gang rape Incident In Dhing:ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডক লৈ ধিঙৰ ৰাজপথত সহস্ৰাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ
3
SHARES
27
VIEWS
ShareShareShareShare

Minor Girl Gang rape Incident In Dhing:

কিছুদিন পূৰ্বে নগাঁৱৰ ধিঙত দুৰ্বৃত্তই এগৰাকী ৬০ উৰ্ধৰ মহিলাক নিজ গৃহত ধৰ্ষণ কৰা জঘন্য ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে ধিঙৰ ভকতগাঁও ৰাজহুৱা শ্মশানৰ সমীপত সন্ধিয়া এগৰাকী ছাত্ৰী টিউচন কৰি ঘৰলৈ উভতাৰ পথত তিনি পাষণ্ডই মুখত সোপা দি দলবদ্ধ ধৰ্ষণ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ৷ নিশাই কিশোৰী ছাত্ৰী গৰাকীক স্থানীয় পথচাৰীয়ে উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়  ৷ আনহাতে এই জঘন্য ঘটনাই পিছতে ধিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷নিশাই ৰাইজে ধিং থানাত অৱস্থান কৰি ধৰ্ষণকাৰী তিনি লম্পটক আটক কৰাৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে ৷

ADVERTISEMENT

PROTEST MAINmaster mind

RelatedPosts

Gang-Rape Incident In Tamilnadu:নাৰকীয়! বিদ্যালয়ত ছাত্রীক ‘গণধর্ষণ’ তিনি শিক্ষকৰ

Gang Rape Accused Arrested In Sonapur:সোণাপুৰত দলবদ্ধ ধৰ্ষণৰ ঘটনা

আনহাতে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বান জনোৱা অনিদিষ্ট কালীন ধিং বজাৰ বন্ধ আজি পুৱাৰে সৰ্বাত্মক আছিল ৷ধিং অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে পালন কৰিছে বন্ধ। আছু কৰ্মীয়ে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত ধিং তথা নগাঁও আৰক্ষীয়ে নিশাই আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে। ধৃত দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইয়াৰে এজন নাৰকীয় ঘটনাৰ মাষ্টাৰ মাইণ্ড বুলি নিশ্চিত কৰিছে ৷ ধৃত লম্পট দুটা হ’ল তফজ্জুল ইছলাম আৰু ছহিদুল ইছলাম। আনজন এতিয়াও পলাতক অৱস্থাত আছে ৷

dhind66আনহাতে ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি হাতে হাতে প্লেকাৰ্ডলৈ ৰাজপথলৈ ওলাই আহিছে কে’বা সহস্ৰাধিক মহিলা ৷ ৰাজপথত অৱস্থান কৰি পাষণ্ড তিনিটা ওপৰত কঠোৰতম শাস্তিৰ দাবী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ইফালে প্ৰতিবাদত নগাঁও জিলা আছুৰ নেতৃবৰ্গ ,টাই আহোম ছাত্ৰ সন্থা,বীৰ লাচিত সেনা সহ বহু দল- সংগঠনে অংশ লৈছে ৷ জানিব পৰা প্ৰতিবাদত একাত্ম হ’বৰ বাবে ইতিমধ্যে বীৰ লাচিত সেনাৰ বাগ্মীবৰ নেতা শৃংখল চলিহা শিৱসাগৰৰ পৰা আহি উপস্থিত হ’ব। অসমীয়া জীয়ৰী-বোৱাৰী,কিশোৰী- যুৱতীক এটা বিশেষ সম্প্ৰদায়ে টাৰ্গেট কৰি লৈ উপযুপৰি এনেধৰণৰ জঘন্য ঘটনা সঘনাই সংঘটিত কৰি আহিছে বুলি মন্তব্য কৰে বহু কেইটা জাতীয় সংগঠনৰ নেতৃবৰ্গই ৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক ফাষ্টটেক আদালতৰ জৰিয়তে ফাঁচী দিয়াৰ দাবী কৰে ৷

nagaon 2ইপিনে,ধিং এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷বৰ্তমান বৰাক উপত্যকা থকা মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,ধিঙৰ বলাৎকাৰত জড়িত এটা দুটা পাষণ্ডক গ্ৰেপ্তাৰ কৰিছে ৷ এতিয়াও পলাতক আন এটা বলাৎকাৰী ৷ দোষীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ ইতিমধ্যে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ডিজিপি জিপি সিঙক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে জঘন্য ঘটনাৰ আঁত ধৰি কয়,অসমীয়া সংখ্যালঘু হোৱা স্থানত এনে ঘটনা বাঢ়িছে ৷ ধিঙত এইটোৱেই প্রথম ঘটনা নহয় ৷ অভিযুক্তক কোনো ক্ষেত্ৰতে ৰেহাই দিয়া ন’হব ৷ কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ’ব ৷

nagaon 1ইপিনে , ধিংত সংঘটিত অমানুষিক যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক গৰাকীয়ে জানিবলৈ দিছে ।ইতিমধ্যে ডিএছপি পাৰমিতা সৰকাৰে ভাষ্য গ্ৰহণ কৰি পীড়িত ছাত্ৰী গৰাকীৰ |

PUBLIC2নগাঁও জিলা প্ৰশাসনে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে । নগাঁও আৰক্ষী বিভাগেও এই সমগ্ৰ বিষয়টো গুৰত্বসহকাৰে গ্ৰহণ কৰি ঘটনাটোৰ লগত জড়িত দোষীক কাৰায়ত্ব কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে । নগাঁও জিলা প্ৰশাসনে অনাকাংক্ষিত এই ঘটনাটোৰ বাবে আবেগৰ বশৱৰ্তী নহবলৈ আৰু জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখি দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । আনহাতে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ নগাঁও চিকিত্সা মহাবিদ্যালয়ত উপস্থিত হৈ নির্যাতিতাৰ স্বাস্থ্যৰ বুজ লয়। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ এই মন্তব্য সম্প্রতি সুস্থিৰ হৈ আছে নির্যাতিতাৰ শাৰীৰিক অৱস্থা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asssu ProtestDhing Bazar BondhGang rape IncidentMessive ProtestMinor Girl RapedSpots Visit DGP GP SING
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d