Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Supreme Court Has appealed To The AASU :কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান আছুৰ

সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ আছুৰ নেতৃবৰ্গ

publisher by publisher
March 12, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Supreme Court Has appealed To The AASU :কা’ৰ নিয়মাৱলীক প্ৰত্যাহ্বান আছুৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Supreme Court Has appealed To The AASU :

সমগ্ৰ দেশতে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন(কা’)ৰ অধিসূচনা জাৰি কৰাৰ পাছতে অসমত এই আইনৰ বিৰুদ্ধে গৰজি উঠে বিভিন্ন দল-সংগঠন ৷ সোমবাৰ সন্ধিয়াৰে পৰা গুৱাহাটী সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আছু সহ বহুকেইটা দল-সংগঠনে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ADVERTISEMENT

আনহাতে আজিও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ দল-সংগঠনৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত অভেদ্য দূৰ্গত পৰিণত কৰিছে মহানগৰ আৰক্ষীয়ে । বহু কেইটা পথত বাঁহৰ বেৰিকেড স্থাপন কৰা হৈছে ৷

ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাইএই আইনৰ কাৰ্যবিধিক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে। এই আইনখনক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী বুলি অভিহিত কৰি এই আইন খন অসমত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনৰ জৰিয়তে বাধাৰোপ কৰা হ’ব ৷ কোনো কাৰণতে কা’ মানি নোলোৱাৰ হুংকাৰ দিয়ে

আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে আজি আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি নতুন দিল্লীলৈ উৰা মাৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীক প্ৰত্যাহ্বান জনাই আদালতত দাখিল কৰিছে আৱেদন ।

উল্লেখযোগ্য , কা’ আইন খনৰ বিৰুদ্ধে ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ত আছু সহ উত্তৰ পূৰ্বৰ বহুকেইটা সংগঠনৰ ৫০ খন আবেদন দাখিল হোৱাৰ বিপৰীতে সমগ্ৰ দেশৰ পৰা দুই শতাধিক আবেদন দাখিল কৰা হৈছে ৷

কা’ৰ বিৰুদ্ধে ইমান বৃহৎ সংখ্যক আবেদন পৰাৰ পাছত ক্ষীপতাৰে আৰম্ভও হৈছে শুনানি ৷

মনকৰিবলগীয়া যে,লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি চৰকাৰে ততাতৈয়াকৈ দেশত কা’বলবৎ কৰাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ সহ বিভিন্ন বিৰোধী দলে । এন ডি এ চৰকাৰে সংবিধান আৰু দেশৰ অখণ্ডতাক চৰম ভেঙুচালি কৰিছে বুলি এতিয়া সৰ্বত্ৰে সমলোচিত হৈছে ৷

আনহাতে আজি আছুৱে ন্যায়ালয়ত কা’বিৰুদ্ধে আবেদন দাখিল কৰাৰ পাছত আগন্তুক দিনত ন্যায়ালয়ে কি ৰায় দিয়ে সেইয়া হ’ব লক্ষণীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUAgainst CaaFILE CASESupreme Court
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d