Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dibrugarh police arrested fraudster Bishal Phukan:আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক বিশাল ফুকন

ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপার্টমেন্টৰ পৰা আটক মহা প্ৰৱঞ্চক বিশালক, চাৰিঘণ্টাজুৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিশালক, প্ৰৱঞ্চনাৰে ২০০০হেজাৰ কোটি লুণ্ঠনৰ অভিযোগ, বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক গ্ৰেপ্তাৰ, বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ আৰবীয় মুদ্রা দিৰহাম, ছটাকৈ আইফোন, বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ, বিশাল ফুকনৰ লগতে নাম সাঙোৰ খাইছে অভিনেত্ৰী চুমি বৰা, ডিব্ৰুগড় বাণীপুৰস্থিত চুমী বৰাৰ বাসগৃহত ডিব্ৰুগড় আৰক্ষীৰ অভিযান, অভিযানত উদ্ধাৰ এটা আইফোন, নিশাৰে পৰা চুমিৰ বন্ধ হৈ আছে মোবাইল ফোন, বেলতলাৰ ঘৰৰ স্বামী কাৰ্তিক বৰা সহ অন্তধ্যান চুমি বৰা, যিকোনো মূহূর্ততে গ্রেপ্তাৰ হ'ব পাৰে অভিনেত্রী চুমি বৰা, অনলাইন ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ডিজিপিক, ৰাজ্যজুৰি অব্যাহত আৰক্ষীৰ মাৰাথন অভিযান

publisher by publisher
September 3, 2024
in Uncategorized
Reading Time: 3 mins read
0
Dibrugarh police arrested fraudster Bishal Phukan:আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক বিশাল ফুকন
3
SHARES
25
VIEWS
ShareShareShareShare

Dibrugarh police arrested fraudster Bishal Phukan:

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ লোকৰ পিঠাৰে বিহু পতা মহা প্ৰৱঞ্চক বিশাল বৰা অৱশেষত পৰিল আৰক্ষীৰ জালত। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপার্টমেন্টৰ পৰা আটক মহা প্ৰৱঞ্চক বিশালক চাৰিঘণ্টাজুৰি জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বিশালক ৷

ADVERTISEMENT

উল্লেখ্য যে Sebi ৰ নিয়ম ভংগ কৰি অনলাইন ট্ৰেডিঙৰ নামত ৬০ দিনত ৩০ শতাংশ নিশ্চিত ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে বহু হেজাৰ বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল প্ৰায় দুহেজাৰ কোটি টকা ৷ এই টকা৷ অধিক মুনাফাৰ আশাত বিনিয়োগকাৰী সকলে নিজৰ দীৰ্ঘদিনীয়া কষ্টোপাৰ্জিত ধন দিছিল ২২বছৰীয়া মহা ধুৰন্ধৰ বিশাল ফুকনক। কিন্ত কাৰ্যত:এই ধন শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাৰ বিপৰীতে মহা প্ৰৱঞ্চকজনে বিলাসবহুল জীৱন কটাইছিল ৷

RelatedPosts

Cow Theft Incident In Dibrugarh: বছৰটোৰ দ্বিতীয়টো দিনতেই ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা

Dibrugarh Murder Incident Update:পুতি থোৱা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিলে মাৰণাস্ত্ৰটো চেংকাইক হত্যাৰ বাবে ৬৫ হেজাৰত নগালেণ্ডৰ পৰা ক্ৰয় কৰিছিল পিষ্টল

 Dibrugarh :প্রাক্তন প্ৰেমিকাৰ বিকৃত ফটো-ভিডিঅ’ ভাইৰেল কৰি ঘটিলে ১০ লাখ

vishal 2হেজাৰ হেজাৰ লোকক ৰামথগন দি এক ৰাজকীয় জীৱন যাপন কৰিছিল ৷ আনকি প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা কোটি কোটি টকাৰে স্থাপন কৰিছিল তিনিটাকৈ কোম্পানী । মন গ’লেই উৰা মাৰিছিল বিদেশলৈ ৷ বিলাসী বহুতাৰকাযুক্ত বিলাসী হোটেলত বাহৰ পাতিছিল ৷
বিদেশত ৰাজকীয় জীৱন যাপনৰ কেতবোৰ ফটোও আপলোড কৰিছিল চ’ছিয়েল মিডিয়াত ৷ বিশেষকৈ স্কাই ডাইভিঙ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ থকা হেতুকে সঘনাই ডুবাইলৈ গৈ নিজৰ অভিলাষ পূৰণ কৰিছিল। সংগৃহীত ধনেৰে মাতৃক উপহাৰ দিছিল ৩৫ লাখটকীয়া বিলাসী বাহন।

# মহা প্ৰৱঞ্চক বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ আৰম্ভ শ্বেয়াৰ মাৰ্কেটত ডিমাট একাউণ্টৰ জৰিয়তে

সৰৰে পৰা প্ৰৱল উচ্চাকাংশী মনৰ বিশালে মাত্ৰ ১৮ বছৰ বয়সতে শ্বেয়াৰ মাৰ্কেটত ডিমাট একাউণ্ট খুলিছিল বিশালে ৷ ইয়াৰ জৰিয়তে কম সময়ৰ ভিতৰত প্ৰায় বহু কোটি টকাৰ গৰাকী হৈ পৰিছিল ৷ইমান কম সময়ৰ ভিতৰত কি আলাউদ্দিনৰ চাকিৰ জৰিয়তে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছিল৷তাক দেখি তবধ মানিছিল বহুজনে ৷

vishal 3কিন্ত শেহতীয়াকৈ ডিপি ষ্টক কাণ্ডৰ পিছতে বিনিয়োগকাৰীয়ে প্ৰাপ্য ধনৰ বাবে হাহাকাৰ কৰাৰ পিছতে বিশেষ চৰ্চালৈ আহে প্ৰৱঞ্চক বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ ভয়ংকৰ জাল খনৰ খবৰ ৷ আনহাতে ৰাজ্য খনৰ য’তে ত’তে অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে সঘনাই অভিযোগ উদ্থাপিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অনলাইন ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাবলৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছিল ডিজিপিক ৷

ইয়াৰ পিছতে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰে ৷ এই অভিযান অংশ হিচাপে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপার্টমেন্টৰ পৰা প্ৰৱঞ্চক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত বিশালৰ বাসগৃহৰ পৰা জব্দ হয় বহু আপত্তিজনৰ নথিপত্ৰ ,ছটাকৈ আইফোন,আৰবীয় মুদ্রা দিৰহাম ৷ ইতিমধ্যে আটকাধীন বিশালৰ বিৰুদ্ধে 352/24 নম্বৰত পঞ্জীয়ন হয় এটা গোচৰ ৷

বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷নীতিবহির্ভূতভাৱে ফৰেক্স ট্রেড কৰাৰো সন্দেহ তদন্তকাৰী আৰক্ষীৰ ৷ আনহাতে ঘটনাক্ৰমে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাকো আৰক্ষীয়ে আটক কৰিছে । মাত্ৰ ২২ বছৰ বয়সত কে’বা শ কোটি টকাৰ গৰাকী হৈ পৰা বিশাল ফুকনৰ বৃহৎ সাম্ৰাজ্য খনৰ ৰহস্য পোহৰলৈ আহিব আৰক্ষীৰ ক্ষীপ্ৰ তদন্তত।

#বিশাল ফুকনৰ লগতে নাম সাঙোৰ খাইছে অভিনেত্ৰী চুমি বৰাৰ নাম

: মহা প্ৰৱঞ্চক বিশাল ফুকনৰ স’তে নাম সাঙোৰ খাইছে অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ নাম ৷ডিব্ৰুগড় বাণীপুৰৰ এটি সাধাৰণ পৰিয়ালৰ জীয়ৰী চুমি বৰা ৷ অভিনয়ৰ আগ্ৰহ থকাৰ বাবেই খুব সময়ৰ ভিতৰত বিভিন্ন ৱেৱ চিৰিজ আদিত নৃত্য কৰি পৰৱৰ্তী সময়ত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে জনপ্ৰিয় হৈ পৰে । আনকি কি আলাউদ্দিনৰ চাকিৰ বলত কম সময়ৰ ভিতৰত কোটি কোটি টকাৰ গৰাকী গৰাকী হ’ল ইয়াকে লৈ বিভিন্নজনে প্ৰশ্ন উদ্থাপিত কৰিছিল।

vishal 4কাৰ্তিক বৰাৰ স’তে বিবাহৰ বিশেষ আয়োজন কৰিছিল ৰাজস্থানৰ উদয়পুৰৰ এটা বিলাসী দুৰ্গত। য’ত খৰছ হৈছিল বহু কোটি টকা ৷ শেহতীয়াকৈ মহা প্ৰৱঞ্চক বিশাল ফুকনে নিৰ্মাণ কৰিব লগীয়া এখন ৱেৱ চিৰিজ আৰু এখন কথাছবিৰ সৈতে চুক্তিবদ্ধ হৈছিল চুমি বৰা ৷ শ্বটিঙৰ বাবে চুমি বৰাই বিশালৰ স’তে উৰা মাৰিছিল ডুবাইলৈ ৷ বিভিন্ন দেশত প্ৰমোদ ভ্ৰমণ কৰা কালত বিশালৰ স’তে উঠা বহু ফটো আপলোড কৰিছিল চ’ছিয়েল মিডিয়াত ৷ ক্ৰমাৎ বিশালৰ স’তে ঘনিষ্ঠতা বৃদ্ধি পাইছিল চুমিৰ ৷ আনকি বিভিন্নজনক চুমি বৰাই কৈছিল বিশাল তেওঁৰ কনিষ্ঠ ভাতৃ ৷

এনে বহুবোৰ অভিযোগ সন্দৰ্ভত ইতিমধ্যে বিশাল গ্ৰেপ্তাৰ হোৱাৰ পিছত যোৱা নিশাৰে পৰা ডিব্ৰুগড় আৰক্ষীয়ে চুমি বৰাৰ ডিব্ৰুগড় বাণীপুৰৰ পৈত্তিক গৃহত অভিযান চলাই জব্দ কৰে এটা বিলাসী আইফোন ৷ নিশাৰে পৰা চুমি বৰাৰ ফোন বন্ধ হৈ আছে। চুমিক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান। গুৱাহাটী বেলতলাৰ ঘোঁৰামৰাস্থ বাসগৃহত মহানগৰ আৰক্ষীয়ে অভিযান চলাইছে যদিও স্বামী কাৰ্তিক বৰা সহ চুমী বৰাৰ শুংসূত্ৰ উলিয়াব পৰা নাই ৷ আৰক্ষীৰ সন্দেহ পলায়ন কৰিছে চুমী বৰা ।

উল্লেখ্য যে ডিব্ৰুগড় বাণীপুৰস্থিত গৃহত ডিব্ৰুগড় আৰক্ষীৰ অভিযানত পিতৃ- মাতৃ সহ পৰিয়ালৰ লোকক সোধা-পোছা কৰে আৰক্ষীয়ে ৷ পিতৃয়ে সদৰি কৰা মতে,‘প্ৰায় ২০ দিনৰ পূৰ্বে চুমী বৰাৰ লগত শেষ যোগাযোগ হৈছিল তেওঁৰ ৷ চুমী বৰা অন্তধ্যান হোৱাৰ পিছত এটা কথা স্পষ্ট যে যিকোনো মূহূর্ততে গ্রেপ্তাৰ হ’ব পাৰে অভিনেত্রী চুমি বৰা  ৷

ইপিনে কেতবোৰ প্ৰশ্ন উঠিছে শেহতীয়াকৈ ,কাৰ টকা বিনিয়োেগ হৈছিল চুমী বৰাৰ উদয়পুৰৰ কোটিটকীয়া বিবাহ ৷ কোটিটকীয়া বিবাহৰ টকা ক’ত পাইছিল ৷ চুমী বৰাৰ বিয়াৰ ফাইনেন্সাৰ কোন আছিল । এইবোৰ বিষয়ও আৰক্ষীৰ তদন্তলৈ অহাৰ সম্ভাৱনা ।

vishal 5আনহাতে অনলাইন ট্ৰেডিঙৰ অপৰাধত ইজনৰ পাছত সিজনকৈ প্ৰৱঞ্চক গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটীত এক সংবাদমেলত মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়,এই কামত জড়িত থকাৰ বিৰুদ্ধে আৰক্ষী অতি কঠোৰ ৷ কোনো সাৰিব নোৱাৰিব ৷ সকলো অচিৰেই আৰক্ষীৰ জালত পৰিব ৷ একেদৰে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ বিনিয়োগকাৰীক আহ্বান জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Actress Sumi BoraDIBRUGARH POLICEfraudster Bishal Phukan Arrested
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d