Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

52nd Assam State Weightlifting Championships in Dibrugarh:ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়': সর্বানন্দ সোণোৱাল

publisher by publisher
August 31, 2024
in Uncategorized
Reading Time: 2 mins read
0
52nd Assam State Weightlifting Championships in Dibrugarh:ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
8
SHARES
78
VIEWS
ShareShareShareShare

RelatedPosts

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

52nd Assam State Weightlifting Championships in Dibrugarh:

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগীসকলক উৎসাহিত কৰে। ডিব্ৰুগড় জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত, ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা আৰু অসমী সংঘৰ সহযোগত অসম ভাৰোত্তোলন সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত বহুমুখী ইন্দোৰ ক্ৰীড়া প্রেক্ষাগৃহত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই প্রতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় খেলৰ বাবে ৰাজ্যিক দলটি নির্বাচন কৰা হ’ব।

ADVERTISEMENT

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, “ভাৰোত্তোলন ক্রীড়াক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগ। ভাৰোত্তোলনৰ যোগেদি আমাৰ খেলুৱৈসকলৰ প্ৰতিভা দেশে-বিদেশে জনাজাত হৈছে। উঠি অহা চামৰ মাজত এই খেলবিধক জনপ্ৰিয় কৰি তোলাৰ লগতে প্রতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়। ডিব্রুগড় জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত ২৯, ৩০, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ বহুমুখী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাই সর্বাংগীণ সফলতা কামনা কৰি উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

” প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শনমর্মে আমি ক্রীড়ামন্ত্রী হৈ থকাৰ কালছোৱাত টার্গেট অলিম্পিক প’ডিয়াম স্কীম গ্রহণ কৰা হৈছিল, যিয়ে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাক লক্ষ্য কৰি বিভিন্ন খেলৰ লগতে ভাৰোত্তোলনতো আমাৰ দেশৰ খেলুৱৈসকলক তৃণমূল পৰ্যায়ৰ পৰাই প্ৰশিক্ষণ দি বিশ্বমানৰ কৰি তোলাত গুৰুত্ব দিছিল। টকিঅ’ অলিম্পিক ২০২০ত মণিপুৰৰ মীৰাবাই চানুৱে দেশৰ হৈ প্ৰথমটো পদক ৰূপ অৰ্জন কৰিছিল এই ভাৰোত্তোলনতে, আনকি এইবাৰো তেখেতে দুর্দান্ত প্রদর্শন আগবঢ়াই একেবাৰে অন্তিম পৰ্যায়ত চতুৰ্থ স্থান দখল কৰি অলপৰ বাবেহে ব্ৰঞ্জৰ পদক জয়ৰ পৰা থমকি ৰয়। ভাৰোত্তোলনৰ বিশ্ব পৰ্যায়ত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও খেলুৱৈৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে এই খেলত বিশেষকৈ গুৰুত্ব দিবলৈ ক্রীড়া উদ্যোক্তা তথা খেলুৱৈসকলক আহ্বান জনালোঁ। এই দিশত চৰকাৰে যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব।

অনুষ্ঠানত লগতে উপস্থিত থাকে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, উদযাপন সমিতিৰ সভাপতি দীপুৰঞ্জন মাক্ৰাৰী, ডিব্ৰুগড় পৌৰনিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 52nd Assam State Weightlifting ChampionshipsDIBRUGARHUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d