Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

FAST TRACKING JUSTICE:’ফাষ্ট ট্ৰেকিং জষ্টিছ: অমীমাংসিত গোচৰসমূহ হ্ৰাস কৰাত ফাষ্ট ট্ৰেক বিশেষ আদালতৰ ভূমিকা’ ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য 

publisher by publisher
September 11, 2024
in Uncategorized
Reading Time: 3 mins read
0
FAST TRACKING JUSTICE:’ফাষ্ট ট্ৰেকিং জষ্টিছ: অমীমাংসিত গোচৰসমূহ হ্ৰাস কৰাত ফাষ্ট ট্ৰেক বিশেষ আদালতৰ ভূমিকা’ ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য 
1
SHARES
11
VIEWS
ShareShareShareShare

FAST TRACKING JUSTICE:

ADVERTISEMENT

ন্যায়ৰ বাবে অন্তহীন প্ৰশ্নৰ সমাপ্তি: ফাষ্ট ট্ৰেক আদালতে ধৰ্ষণৰ সন্মুখীন হোৱা ভুক্তভোগীসকলৰ বাবে আশা প্ৰদান কৰে ।

RelatedPosts

Assam APSC Scam: এপিএছচি কেলেংকাৰীৰ ১৪ অভিযুক্তই লাভ কৰিলে জামিন

SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি

➡️ ‘ফাষ্ট ট্ৰেকিং জষ্টিছ: অমীমাংসিত গোচৰসমূহ হ্ৰাস কৰাত ফাষ্ট ট্ৰেক বিশেষ আদালতৰ ভূমিকা’ ৰ প্ৰতিবেদনত ধৰ্ষণ আৰু পকচো গোচৰৰ ক্ষেত্ৰত আন আদালতৰ তুলনাত ফাষ্ট ট্ৰেক আদালতসমূহ অধিক দক্ষ বুলি প্ৰকাশ পাইছে।
➡️ সকলো আদালতত এনে ধৰণৰ গোচৰৰ নিষ্পত্তিৰ হাৰ আছিল ১০% কিন্তু ২০২২ চনত সমগ্ৰ ভাৰতৰ এফ টি এছ চি ত ৮৩% আছিল।
➡️ প্ৰতি ৩ মিনিটত এটা ধৰ্ষণ বা পকচোৰ ঘটনাৰ গোচৰৰ নিষ্পত্তি-এবছৰৰ ভিতৰত অমীমাংসিত গোচৰবোৰ পৰিস্কাৰ কৰিবলৈ এইটো হৈছে প্ৰয়োজনীয় নিষ্পত্তিৰ হাৰ।

➡️ ভাৰত শিশু সুৰক্ষা প্ৰতিবেদনত সকলো এফ টি এছ চি কাৰ্যকৰী কৰা আৰু তালিকাত ১০০০ খন এফ টি এছ চি স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে, যিটো নকৰিলে দেশখনে কেতিয়াও জমা হৈ থকা অমীমাংসিত গোচৰৰ পৰা মুক্তি নাপাব।
➡️পশ্চিম বংগৰ নিষ্পত্তিৰ হাৰ (২ শতাংশ) দেশৰ ভিতৰতে সৰ্বনিম্ন আৰু ১২৩ খন নিৰ্ধাৰিত এফ টি এছ চিৰ ভিতৰত মাত্ৰ ৩ খন ৰাজ্যতহে কাৰ্যক্ষম হৈ আছে।

fast track 2আদালতৰ গোচৰত ‘তাৰিখ পে তাৰিখ’ পৰম্পৰাৰ বাবে বদনাম হোৱা এখন দেশত, ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ বাবে ন্যায় বিচাৰিবলৈ আৰু সুৰক্ষিত কৰিবলৈ ফাষ্ট ট্ৰেক বিশেষ আদালত (এফটিএছচি) হৈছে একমাত্ৰ পথ যিয়ে এই ক্ষেত্ৰত প্ৰায় অভূতপূৰ্ব প্ৰদৰ্শন কৰিছে। ভাৰত শিশু সুৰক্ষাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ২০২২ চনত দেশৰ সকলো আদালততে ধৰ্ষণ আৰু পকচো ‘গোচৰৰ নিষ্পত্তিৰ হাৰ মাত্ৰ ১০ শতাংশ আছিল |

আনহাতে এফ টি এছ চিয়ে ৮৩ শতাংশত বহু উচ্চ দক্ষতা প্ৰদৰ্শন কৰিছিল যি ২০২৩ চনত ৯৪ শতাংশত অধিক উন্নত হৈছিল। ‘ফাষ্ট ট্ৰেকিং জাষ্টিছ: অমীমাংসিত গোচৰসমূহ হ্ৰাস কৰাৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক বিশেষ আদালতৰ ভূমিকা “শীৰ্ষক প্ৰতিবেদনখনত লগতে সতৰ্ক কৰি দিয়া হৈছে যে বৰ্তমান নিষ্পত্তিৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি, দেশে ২০২৩ চনৰ ডিচেম্বৰলৈকে এবছৰৰ অমীমাংসিত গোচৰসমূহৰ নিষ্পত্তি কৰিবলৈ প্ৰতি ৩ মিনিটত কমেও এটা ধৰ্ষণ বা পকচো গোচৰ নিষ্পত্তি কৰিব লাগিব, ধৰি লোৱা হৈছে যে বৰ্তমানৰ জমা হৈ থকা গোচৰত কোনো নতুন গোচৰ যোগ কৰা হোৱা নাই।

প্ৰতিবেদনটোত আৰু ১০০০ এফ টি এছ চি স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু উল্লেখ কৰা হৈছে যে নিৰ্ভয়া পুঁজিৰ ব্যৱহাৰ নোহোৱা পৰিমাণ পৰৱৰ্তী দুটা বছৰৰ বাবে এই অতিৰিক্ত আদালতবোৰৰ কাৰ্যকলাপৰ বাবে যথেষ্ট হ’ব। প্ৰতিবেদনটোৱে সতৰ্ক কৰি দিয়ে যে এই অতিৰিক্ত এফ টি এছ চি অবিহনে, দেশখনে হয়তো কেতিয়াও অমীমাংসিত ধৰ্ষণ আৰু পকচো ‘ঘটনাৰ গোচৰবোৰ নিষ্পত্তি কৰিব নোৱাৰিব।

ভুক্তভোগীসকলৰ বাবে ন্যায় নিশ্চিত কৰাৰ বাবে এফ টি এছ চি ক কেন্দ্ৰীয় কৰি তোলাৰ এক জৰুৰী প্ৰয়োজনীয়তাৰ পৰামৰ্শ দিয়া, শিশু অধিকাৰ কৰ্মী আৰু বাল্য বিবাহ মুক্ত ভাৰতৰ প্ৰতিষ্ঠাপক, ভুৱন ৰিভুয়ে কয়, “ধৰ্ষণ আৰু শিশু যৌন নিৰ্ষণৰ গোচৰত দীৰ্ঘদিনীয়া প্ৰত্যাশিত ন্যায়ৰ অন্ত পেলোৱাৰ বাবে ভাৰতে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে”।

এইটো এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত য’ত আমি আমাৰ মহিলা আৰু শিশুৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিনিয়োগ কৰিব লাগিব, ১০০০ নতুন এফ টি এছ চি সৃষ্টি কৰি, অহা তিনি বছৰৰ ভিতৰত সকলো অমীমাংসিত গোচৰ নিষ্পত্তি কৰি তেওঁলোকৰ ন্যায়ৰ অধিকাৰ নিশ্চিত কৰিব লাগিব।

উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়কে ধৰি সকলো আদালতত গোচৰ আৰু আবেদনৰ সময়সীমাৰ ভিতৰত নিষ্পত্তিৰ বাবে নীতি প্ৰস্তুত কৰি আৰু ন্যায় প্ৰদান প্ৰক্ৰিয়াত দায়বদ্ধতা প্ৰয়োগ কৰি ভুক্তভোগীসকলৰ বাবে পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা আৰু সমাজত আইনী প্ৰতিৰোধৰ প্ৰচাৰৰ বাবেও এইটো এটা সঠিক সময়”।

বাল্য বিবাহ মুক্ত ভাৰত (চি এম এফ আই) হৈছে বাল্য বিবাহৰ বিৰুদ্ধে ৪০০ ৰো অধিক জিলাৰ ২০০ৰো অধিক বেচৰকাৰী সংগঠনৰে গঠিত এক দেশজোৰা প্ৰচাৰ অভিযান, আৰু ভাৰত শিশু সুৰক্ষা চি এম এফ আই ৰ অন্যতম অংশীদাৰ।
যদি কোনো নতুন ঘটনা যোগ কৰা নহয় তেন্তে এফ টি এছ চিৰ পৰ্যায়ত ২,০২,১৭৫ ধৰ্ষণ আৰু পকচোৰ ঘটনাসমূহৰ বৰ্তমানৰ অমীমাংসিত গোচৰবোৰ নিষ্পত্তি কৰিবলৈ ভাৰতক প্ৰায় ৩ বছৰৰ প্ৰয়োজন হ’ব বুলি সতৰ্ক কৰি প্ৰতিবেদনত সকলো ১০২৩ টা এফ টি এছ চি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা আৰু সমগ্ৰ দেশতে আৰু ১০০০ টা এফ টি এছ চি স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে যদি বিদ্যমান এফ টি এছ চি-ত নতুন ঘটনা যোগ কৰা হয় তেন্তে বেকলগ সম্পূৰ্ণ কৰাৰ বাবে এই আনুমানিক বছৰবোৰ চিৰদিনৰ বাবে অনন্ত লুপত যাব পাৰে। এতিয়ালৈকে, নিৰ্ধাৰিত ১০২৩ খন এফ টি এছ চিৰ ভিতৰত, দেশত মাত্ৰ ৭৫৫ খনহে কাৰ্যকৰী হৈছে। প্ৰতিবেদনখনে স্পষ্টভাৱে দেখুৱাইছে যে কেনেদৰে ফাষ্ট ট্ৰেক বিশেষ আদালতে অমীমাংসিত গোচৰসমূহ নিষ্পত্তি কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে আৰু এফ টি এছ চি আঁচনি আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াক আলোকপাত কৰে, ৪,১৬,৬৩৮ টা গোচৰৰ ভিতৰত মুঠ ২,১৪,৪৬৩ টা গোচৰ নিষ্পত্তি কৰা হৈছে।

মহাৰাষ্ট্ৰত (৮০%) আৰু পঞ্জাৱত (৭১%) গোচৰ নিষ্পত্তিৰ উচ্চ হাৰ ৰেকৰ্ড কৰা হৈছে, আনহাতে পশ্চিম বংগত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বনিম্ন নিষ্পত্তিৰ হাৰ (২%) ৰেকৰ্ড কৰা হৈছে। লক্ষণীয়ভাৱে, ৰাজ্যখনে এতিয়ালৈকে নিৰ্ধাৰিত ১২৩ খন এফ টি এছ চিৰ ভিতৰত মাত্ৰ ৩ খনহে কাৰ্যকৰী কৰিছে।

ধৰ্ষণ আৰু পকচো গোচৰৰ বাবে কঠোৰ বিচাৰৰ সময় নিৰ্ধাৰণ কৰা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিবলৈ অপৰাধ আইন (সংশোধনী) আইন, ২০১৮ ৰ ৰূপায়ণৰ বাবে, চৰকাৰে ধৰ্ষণ আৰু পকচো আইনৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ২০১৯ চনৰ আগষ্টত ফাষ্ট ট্ৰেক বিশেষ আদালত (এফটিএছচি) আঁচনি সৃষ্টি কৰিছিল।

প্ৰতিবেদনত অতিৰিক্ত এফ টি এছ চি প্ৰতিষ্ঠা আৰু মসৃণভাৱে কাম কৰাৰ বাবে নিৰ্ভয়া পুঁজিৰ অব্যৱহৃত পৰিমাণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। “অতিৰিক্ত এফটিএছচিয়ে উপলব্ধ পুঁজিৰ সৈতে কমেও ২ বছৰৰ বাবে সহজে কাম কৰিব পাৰে, কিয়নো অব্যৱহৃত পুঁজিৰ পৰিমাণ ১৭০০ কোটি টকা, আনহাতে প্ৰয়োজন হৈছে ১৩০২ কোটি টকা”।

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে এফ টি এছ চি য়ে অভিযুক্তক দোষী সাব্যস্ত কৰিলেও ন্যায়ৰ বাবে ভুক্তভোগীৰ যুঁজ বন্ধ নহয়; উচ্চ আদালতত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ই অব্যাহত থাকে। “সেয়েহে, দ্ৰুত ন্যায়ৰ নিশ্চয়তাৰ বাবে আবেদন আৰু বিচাৰৰ সময়সীমা নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয়। এই সন্দৰ্ভত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ পৰ্যায়ত আবেদন দাখিলৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি নীতি প্ৰস্তুত কৰিব পাৰি “, বিবৃতিটোত কোৱা হৈছে।

বেকলগ পৰিষ্কাৰ কৰাৰ বাবে অন্যান্য পৰামৰ্শবোৰৰ ভিতৰত আছে ধৰ্ষণ আৰু পকচো গোচৰত দোষমুক্ত আৰু দোষী সাব্যস্ত কৰাৰ ওপৰত ৰিয়েল-টাইম তথ্য দেশজুৰি উপলব্ধ কৰা; এফটিএছচি ডেশ্ববৰ্ডত গোচৰৰ নিষ্পত্তিৰ স্থিতি অন্তৰ্ভুক্ত কৰা যাতে ভুক্তভোগী আৰু ৰাজ্যই ৰিয়েল-টাইম ডাটা আৰু গোচৰৰ স্থিতি ট্ৰেকিংৰ জৰিয়তে দোষমুক্ত কৰাৰ আদেশক প্ৰত্যাহ্বান জনাব পাৰে; আৰু উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰৰ তথ্য উপলব্ধ কৰা।

প্ৰতিবেদনখনত প্ৰাসংগিক তথ্য সংগ্ৰহৰ বাবে একাধিক গৌণ তথ্যৰ উৎস ব্যৱহাৰ কৰা হৈছিল, যাৰ ভিতৰত আছে ভাৰত চৰকাৰৰ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ “ৰ দ্বাৰা প্ৰকাশিত ভাৰতত অপৰাধৰ প্ৰতিবেদন, বিভিন্ন সংসদীয় প্ৰশ্ন আৰু উত্তৰ, আৰু প্ৰেছ ইনফৰমেচন ব্যুৰ” ৰ দ্বাৰা প্ৰকাশিত তথ্য। অধ্যয়নটোত আক্চেছ টু জাষ্টিছ ফৰ চিলড্ৰেন প্ৰগ্ৰেম (A2J) ৰ গোচৰৰ ফাইলসমূহ ভুক্তভোগীসকলৰ ওপৰত গোচৰৰ বিচাৰত পলম হোৱাৰ প্ৰভাৱ বুজিবলৈ ব্যৱহাৰ কৰা হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FAST TRACKING JUSTICEIndia Child ProtectionLatest ReportReducing Case BacklogsRole Of Fast TrackSpl Court
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d