Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কৰ’না কালত স্মার্টফোনে গ্রাস কৰিছে শৈশৱক : স্পষ্ট হ’ল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়ােগৰ সমীক্ষাত

অধ্যয়নত নহয়, মেছেজিঙতহে ব্যস্ত ৯০ শতাংশ

publisher by publisher
July 26, 2021
in India, News
Reading Time: 1 min read
0
কৰ’না কালত স্মার্টফোনে গ্রাস কৰিছে শৈশৱক : স্পষ্ট হ’ল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়ােগৰ সমীক্ষাত
4
SHARES
36
VIEWS
ShareShareShareShare

দেশত ক’ভিড-১৯ৰ সংক্ৰমণ আৰম্ভ হােৱাৰ পূর্বে সৰহসংখ্যক ভাৰতীয় অভিভাৱকে শিশু সন্তানক স্মার্টফোন ব্যৱহাৰৰ অনুমতি দিয়া নাছিল। একাংশ অভিভাৱকে কিছু সময়ৰ বাবে শিশুক ম’বাইলত গেম খেলিবলৈ দিছিল যদিও ঘণ্টাৰ পাছত ঘণ্টা ধৰি সন্তানক স্মার্টফোন হাতত ৰাখিবলৈ দিবলৈ শংকাবােধ কৰিছিল; কিন্তু কৰ’না কালত আন বহু সামগ্ৰীৰ দৰে স্মার্টফোনাে শিশুসকলৰ বাবে প্রাথমিক চাহিদাত পৰিণত হ’ল।

ADVERTISEMENT

অনলাইন অধ্যয়নৰ বাবে অপৰিহাৰ্য সঁজুলিত পৰিণত হ’ল স্মার্টফোন। কৰ’না কালত দেশৰ বিদ্যালয়সমূহ বন্ধ হৈ থকাত শিক্ষার্থীসকলে সম্প্রতি অনলাইনত শিক্ষা গ্রহণ কৰিব লগা হৈছে। ফলত অভিভাৱকেও কণমানি সন্তানৰ হাতত একোটা স্মার্টফোন তুলি দিবলৈ বাধ্য হৈছে।

RelatedPosts

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিয়ন্ত্ৰণৰ চিন্তা

কিন্তু শিশুসকলে অধ্যয়নৰ কামত স্মার্টফোন যিমান ব্যৱহাৰ কৰিছে, তাতােকৈ অধিক সময় স্মার্টফোনত ফে’চবুক, ইনস্টাগ্রাম আৰু অন্যান্য মেছেজিং এপ ব্যৱহাৰ কৰি অতিবাহিত কৰিছে। দেশব্যাপী চলােৱা এক সমীক্ষাত এই তথ্য লাভ কৰিলে কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়ােগ (এনচিপিচিআৰ)-এ।

এনচিপিচিআৰৰ দাবী অনুসৰি, স্মার্টফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত নতুন প্রজন্মৰ শৈশৱ প্ৰভাৱিত আৰু বাধাগ্রস্ত হৈছে। ইণ্টাৰনেট ব্যৱহাৰত বাধা নথকাত স্মার্টফোন আৰু ডিজিটেল মাধ্যম ব্যৱহাৰৰ ফলত শিশুৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিছে, শিশুৰ সামাজিক আচৰণ কিমান প্ৰভাৱিত হৈছে; এই সন্দৰ্ভত দেশৰ ছখন ৰাজ্যৰ বাসিন্দাক সামৰি এক সমীক্ষা চলাইছিল এনচিপিচিআৰে।

অধ্যয়নকাৰী সংস্থাটোৱে প্রতিবেদনত উল্লেখ কৰা অনুসৰি, কৰ’না কালত শিক্ষা আহৰণৰ মাধ্যমত পৰিণত হৈছে স্মার্টফোন আৰু টেবলেটসমূহ। কিন্তু মাত্র ১০.১ শতাংশ ছাত্র- ছাত্ৰীয়েহে পঢ়া-শুনাৰ বাবে স্মার্টফোন ব্যৱহাৰ কৰিবলৈ ভাল পায়।

অর্থাৎ ৯০ শতাংশই অন্যান্য কামতহে স্মার্টফোন ব্যৱহাৰ কৰিছে। ৫৯.২ শতাংশ শিশু ছাত্রই ইণ্টাৰনেট আৰু স্মার্টফোনৰ সহায়ত হােৱাটছএপ, ফেচবুক, ইনস্টাগ্রাম আৰু স্নেপচেটৰ দৰে মেছেজিং এপ অত্যধিক ব্যৱহাৰ কৰি আহিছে বুলিও সমীক্ষাটোত স্বীকাৰ কৰিছে।

আঠৰ পৰা ১৮ বছৰ বয়সীয়া ছাত্র-ছাত্রীসকলৰ ৩০.২ শতাংশই সমীক্ষাত প্ৰকাশ কৰা মতে, তেওঁলােকৰ নিজা স্মার্টফোন আছে। একেটা সমীক্ষাতে উল্লেখ কৰা অনুসৰি, স্মার্টফোন থকা ১০ বছৰ বয়সীয়া ছাত্র-ছাত্রীসকলৰ ৩৭.৮ শতাং ফেচবুক একাউন্ট আছে।

একেদৰে ১০ বছৰ বয়সীয়া ছাত্র-ছাত্রীৰ ২৪.৩ শতাংশই ইনস্টাগ্রাম ব্যৱহাৰ কৰে। সমীক্ষাটোত কোৱা হৈছে যে কৰ’না কালত ১৩ বছৰৰ ঊর্ধ্বৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্মার্টফোনৰ ব্যৱহাৰ সবাতােকৈ অধিক হৈছে। পিতৃ-মাতৃৰ সন্মতিৰ ফলতে এইসকল ছাত্র-ছাত্রীয়ে সম্প্রতি অধ্যয়নৰ নামত স্মার্টফোন অত্যধিক ব্যৱহাৰ কৰিছে।

কিয়নাে কৰ’না কালত ১২-১৩ বছৰ বয়সীয়া ছাত্র-ছাত্রীৰ হাতত স্মার্টফোন তুলি দিবলৈ বর্তমানে অভিভাৱক আপত্তি নকৰা হৈছে। অৱশ্যে লেপটপ বা টেবলেট এই বয়সৰ সন্তানক প্রদানৰ ক্ষেত্ৰত অভিভাৱকে বর্তমানৰ পৰিস্থিতিতে ইতস্ততাবােধ কৰে।

পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু উত্তৰ-পূবসহ দেশৰ ছখন ৰাজ্যৰ মুঠ ৫,৮১১ জন লােকক সামৰি এনচিপিচিআৰ-এ এই সমীক্ষাটো চলাইছিল। এইসকল অংশগ্রহণকাৰীৰ ৪৯১ জন স্কুলীয়া ছাত্র-ছাত্রী, ১,৫৩৪ জন অভিভাৱক আৰু ৭৮৬।গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছিল।

অংশগ্রহণকাৰী ছাত্র-ছাত্ৰীসকলৰ সৰহসংখ্যকৰে বয়স ১৪ৰ আশে-পাশে আছিল। যথেষ্ট সময় ধৰি স্মার্টফোন ব্যৱহাৰৰ ফলত কমবয়সীয়া ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ পৰাই নিদ্রাজনিত সমস্যা, ক্লান্তিবােধ আৰু উৎকণ্ঠা বৃদ্ধিৰ সমস্যাত আক্ৰান্ত হৈছে বুলি এনচিপিচিআৰে জানিবলৈ দিয়ে।

কেৱল এয়াই নহয়, স্মার্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্র-ছাত্রীয়ে শিক্ষক-শিক্ষয়িত্রীকো অতিক্ৰম কৰিছে। সমীক্ষাটোত উল্লেখ কৰা অনুসৰি, কৰ’না কালত অনলাইন পাঠদান আৰম্ভ হােৱাৰ পূর্বে ৭২.৭০ শতাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে স্মার্টফোন ব্যৱহাৰ কৰা নাছিল। শ্ৰেণীকোঠাত স্মার্টফোনৰ ব্যৱহাৰৰ ফলত ভবিষ্যতে এইসকল ছাত্র-ছাত্রী অমনােযােগী হ’ব বুলি শংকা প্রকাশ কৰিলে ৫৪.১ শতাংশ অংশগ্রহণকাৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে।

কম বয়সতে ইণ্টাৰনেটৰ প্ৰতি হােৱা আসক্তি দূৰ কৰাৰ বিষয়ক লৈ গৱেষণাৰত দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ বিশেষজ্ঞৰ মতে, সন্তানৰ স্মার্টফোন আৰু ইণ্টাৰনেট ব্যৱহাৰৰ প্রতি অভিভাৱকে কঠোৰ দৃষ্টি ৰখাটো অত্যন্ত জৰুৰী হৈছে। অনলাইন পাঠগ্রহণৰ বাহিৰে দিনটোৰ বাকী সময়ছােৱা ছাত্র- ছাত্রীয়ে যাতে স্মার্টফোন হাতত লৈ ব্যস্ত নাথাকে, তাৰ বাবে শিশু সন্তানক উৎসাহিত কৰা উচিত।

এইমছৰ গৱেষকে এই ক্ষেত্ৰত অভিভাৱকসকলক পৰামর্শ দি কয় যে শিশু-কিশােৰৰ এনে স্মার্টফোন আসক্তি দূৰ কৰিবলৈ হ’লে সন্তানক অন্যান্য সৃষ্টিশীল কাম-কাজ যেনে সংগীত চর্চা, চিত্রাংকন, খেলা-ধূলা আদিৰ প্ৰতি আকর্ষিত কৰাবলৈ ব্যৱস্থা ল’ব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AIIMSNCPCRSocial Media
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d