Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি

পুনৰ পাঁচ দিনৰ আৰক্ষী জিন্মাত শেৱালি সহ তিনি অভিযুক্ত, সোমবাৰে আৰক্ষীয়ে আটাই কেইগৰাকী অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰা হৈছিল

publisher by publisher
May 15, 2023
in Assam, India, News
Reading Time: 2 mins read
0
SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

SCERT Scam Update:

ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদ (এছ চি ই আৰ টি)ৰ অধীনত স্মার্ট ক্লাছকে ধৰি বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত সংঘটিত হোৱা প্ৰায় ১০৫ কোটিটকীয়া দুৰ্নীতিৰ গোচৰত সম্প্ৰতি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জিম্মাত থকা নিলম্বিত শেৱালী দেৱী শর্মাসহ তিনি অভিযুক্তক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ।

ADVERTISEMENT

গ্রেপ্তাৰৰ আশংকাত আত্মগোপন কৰি থকা অৱস্থাত যোৱা আঠ মে’ত তদন্তকাৰী সংস্থাটোৱে ৰাজস্থানৰ আজমেৰৰ এখন হোটেলৰ পৰা শেৱালী দেৱী সহ আন দুই অভিযুক্ত ক্রমে অজিত পাল সিং আৰু ঠিকাদাৰ ৰাহুল আমিনক গ্ৰেপ্তাৰ কৰাৰ পাছতে যোৱা ১০ মে’ত আদালতত হাজিৰ কৰিছিল আৰু আদালতে তিনিওকে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

সোমবাৰে জিম্মাৰ দিন অন্ত পৰাত  আৰক্ষীয়ে আটাই কেইগৰাকী অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰা হয় বুলি তদন্তকাৰী সংস্থাটোৰ আৰক্ষী অধীক্ষক ৰাজী কলিতাই সদৰী কৰিছে । সোমবাৰে আদালতে পুনৰ পাঁচ দিনৰ আৰক্ষী জিন্মাত দিয়ে শেৱালি সহ তিনি অভিযুক্তক।

শেৱালি দেৱী শৰ্মা আৰু আন এজন অভিযুক্ত এন চি ই আৰ টিৰ গাণনিক জয়চন্দ্ৰক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আদালতৰ নিৰ্দেশ অনুসৰি মুখামুখি জেৰা চলাব গুৱাহাটী আৰক্ষীয়ে ৷

উল্লেখ্য যে ২০১৭ৰ পৰা ২০২২লৈ ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদৰ সঞ্চালকৰ দায়িত্বত থকাৰ সময়ত নিলম্বিত আইএএছ বিষয়া শেৱালীয়ে বিভাগৰ অনুমোদন নোলোৱাকৈ গোপনে পাঁচটাকৈ একাউণ্ট খুলি দুই জোঁৱায়েকসহ মুঠ পাঁচখন ফাৰ্মক ১০৫ কোটি টকাৰ ঠিকা আৱণ্টন দিছিল।

বিশেষকৈ বিদ্যালয়ৰ স্মাৰ্ট ক্লাছ, লেট্রিন- বাথৰূম, লোহাৰ গেট, দেৱাল আৰু বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত এই ধনৰাশি বিভাগীয় অনুমোদন অবিহনে মোকলাই দিয়া হৈছিল যদিও নিম্ন মানৰ কাম কৰি বৃহৎ অংশ ধন হৰলুকি কৰা হৈছিল। ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ বিভাগীয় তদন্ত ঘোষণা কৰা হৈছিল আৰু যোৱা ১৮ মাৰ্চত কৃষি বিভাগৰ সচিব পদত থকাৰ অৱস্থাত শৰ্মাক নিলম্বন কৰা হৈছিল।

ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকীৰ কোষত ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি) / ৪০৬/৪09/201/420/ ৪৬৮/৪৭১, পিচি এক্ট ১৯৮৮ৰ আৰ ডব্লিউ ছেচন ৭ (এ)/১২/১৩ (১) এ/১৩ (২), অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন-২০০৫ৰ আৰ ডব্লিউ ছেকচন আঠ আৰু অসম ৰাজহুৱা ক্ৰয় আইন-১০১৭ৰ আৰ ডব্লিউ ছেকচন ৪১ অধীনত ০৩/২০২৩ নম্বৰত এক গোচৰ ৰুজু হৈছিল আৰু এই গোচৰত বৰ্তমানলৈ বিষয়া-ঠিকাদাৰসহ মুঠ ১০ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ধৃত শেৱালীৰ সৰু জীয়েক বিজিতা শর্মা, তেওঁ স্বামী অজিত পাল সিং, বৰ জোঁৱাই তথা কংগ্ৰেছ নেতা ৰাজেশ যোশী, ঠিকাদাৰ ৰাহুল আমিন, পৰিষদৰ উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, কার্যালয়টোৰ গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কার্যালয় সহায়ক ৰমিজউদ্দিন আহমেদ আৰু  হিচাপৰক্ষক (চিত্র) সাৰংগ ম’ৰে অন্যতম। এই কেলেংকাৰিত আৰু কে’বাজনো গ্ৰেপ্তাৰ হ’ব বুলি তদন্তকাৰী সংস্থাটোৱে সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Five Day Police CustodyGuwahatiSCERT ScamSpl CourtSuspended Director Sewali Devi Sarma Arrest
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d