Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Muslim Welfare Council opposes the abolition of the Qazi system:অসম চৰকাৰৰ কাজি ব্যৱস্থা বিলোপৰ বিৰোধিতা

বিজেপিৰ সহযোগী অন্ধ্র প্রদেশৰ টিডিপি চৰকাৰে বৃদ্ধি কৰিছে কাজিসকলৰ বেতন, আইনী যুঁজ চলোৱাৰ সিদ্ধান্ত মুছলিম কল্যাণ পৰিষদৰ

samimsultana by samimsultana
September 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Muslim Welfare Council opposes the abolition of the Qazi system:অসম চৰকাৰৰ কাজি ব্যৱস্থা বিলোপৰ বিৰোধিতা
2
SHARES
15
VIEWS
ShareShareShareShare

Muslim Welfare Council opposes the abolition of the Qazi system:

অলপতে অসম কেবিনেটে গ্রহণ কৰা ৰাজ্যত ইছলামিক কাজি ব্যবস্থ বিলোপৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। এই প্রস্তাৱ ইতিমধ্যে কেবিনেটে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে। কেবিনেটৰ এই সিদ্ধাতৰ বিৰুদ্ধে সংগঠনটোৱে আইনী যুঁজ চলোৱাৰ সংকল্প গ্রহণ কৰিছে। এই বিষয়ে আজি ইয়াত এখন সংবাদমেলত সদৰী কৰে পৰিষদে।

ADVERTISEMENT

বিষয়টোক লৈ সৰৰ হৈ উঠি উজনি অসম মুছলিম কল্যাণ পৰিষদে অভিযোগ কৰে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত কাজি পদক বিলুপ্ত কৰি ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক দিশহাৰা কৰি তুলিছে। এই সিদ্ধান্ত নিয়মত পৰিণত হ’লে আগন্তুক সময়ত সাধাৰণ মুছলমান লোকসকল ইছলামিক জ্ঞানৰ পৰা বঞ্চিত হৈ বিপথে পৰিচালিত হ’ব বুলি সংবাদমেলত পৰিষদৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বৰাই মন্তব্য কৰে।

RelatedPosts

No Content Available

বৰাই লগতে কয় যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে অন্ধ্রপ্রদেশত এনডিএৰ অংশীদাৰ টিডিপি দলৰ চৰকাৰে ইছলামিক কাজিসকলৰ মাহিলি বেতন বৃদ্ধি কৰিছে। লক্ষ্যণীয় যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্যমন্ত্রী এনচন্দ্রবাবু নাইডু নেতৃত্বাধীন টিডিপি (তেলুগু দেশম পার্টি)য়ে অন্যতম মূল ভূমিকা গ্রহণ কৰে। তৎসত্ত্বেও নাইডু চৰকাৰে অন্ধ্রপ্রদেশত মুছলমানসকলৰ কল্যাণৰ বাবে বিশেষ উদ্যোগ লৈছে।

এই কথা আঙুলিয়াই দি মুছলিম কল্যাণ পৰিষদৰ বিষয়ববীয়াসকলে লগতে কয় যে দেশৰ আন কোনো ঠাইত কাজি পদ বিলুপ্তিৰ কোনো পৰিকল্পনা গৃহীত হোৱা নাই।ইয়াৰ বিপৰীতে অসমতহে কেৱল কাজি পদ বিলুপ্তি চৰকাৰী সিদ্ধান্ত গৃহীত হৈছে বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘ৰাজ্য চৰকাৰৰ কেবিনেটে অসমত এশ বছৰৰ আগৰ পৰা চলিত অহা ইছলামিক কাজি প্রথাক বিলুপ্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যপাললৈ প্রস্তাৱটো গ্রহণ কৰিছে। অসম কেবিনেটৰ এনে সিদ্ধান্তক আমি অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিৰোধিতা কৰিছো।

কাৰণ কাজিসকল চৰকাৰী বেতনভোগী কর্মচাৰী নহয়। ব্ৰিটিছ আমোলৰ পৰাই দেশৰ আন প্ৰান্তৰ লগতে অসমতো ইছলামিক কাজি ব্যৱস্থা পৰিচালনা কৰিবৰ বাবে ইছলামিক শিক্ষাৰে শিক্ষিত পণ্ডিতক কাজি পদত নিয়োগ কৰি আহিছে। ইছলামিক বিবাহ (নিকাহ) আৰু বিবাহ বিচ্ছেদ (তালাক)ক ইছলামিক শ্বৰিয়ৎ গণ্ডীৰ পৰা প্রশাসনিক আইনী ব্যৱস্থালৈ উন্নীতকৰণৰ কাম ব্ৰিটিছ আমোলতে হয়।

১৯৩৫ত অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন গৃহীত হয়।’ এই আইনৰ অধীনত ইছলামিক বিবাহ, বিবাহ বিচ্ছেদ, এগৰাকী পত্নী থকাৰ পাছতো আন এগৰাকীক বিয়া কৰোৱা অথবা স্বামীক ত্যাগ কৰি আন ব্যক্তিৰ স’তে বিয়া হোৱা, নৱ দম্পতীৰ ক্ষেত্ৰত দৰা-কইনাক প্ৰদান কৰিবলগীয়া মেহেৰ বা মহাৰণাৰসহ অন্যান্য সুবিধা আদিৰ কথা আছে বুলি বৰাই সংবাদমেলত কয়।

অৱশ্যে উক্ত আইন প্রণয়নৰ পূৰ্বৰে পৰা ভাৰত উপ-মহাদেশত কাজি ব্যৱস্থা চলি আহিছে বুলিও তেওঁ উল্লেখ কৰে। এই ব্যৱস্থা বিলোপ হ’লে অতি কম বয়সতে মুছলমান ল’ৰা-ছোৱালী বিবাহপাশত আবদ্ধ হ’ব বুলি উদ্বেগ প্রকাশ কৰি মুছলিম কল্যাণ পৰিষদৰ বিষয়বীয়াজনে পুনৰ কয়, ‘কম বয়সতে ছোৱালীয়ে মাতৃত্বৰ বোজা বহন কৰিব লাগিব। কম বয়সীয়া ল’ৰাই নিজৰে পত্নীৰ মাতৃত্বৰ কথা গুৰুত্ব নিদিব।

বিবাহ বিচ্ছেদৰ সংখ্যা অতিমাত্রা বৃদ্ধি পাব। গতিকে কাজি ব্যৱস্থা হ’ল শ্বৰিয়তৰ পোহৰ বিলোৱা এক প্রথা। এই প্রথা বিলুপ্ত হ’লে নতুন মুছলমান প্ৰজন্মই আন্ধাৰৰ দিশে গতি কৰিব।’ চৰকাৰে কাজি ব্যৱস্থা বিলোপ কৰিলে মুছলিম কল্যাণ পৰিষদে নিজাববীয়াকৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কাজি নিয়োগ কৰিব বুলিও পৰিষদৰ বিষয়ববীয়াজনে সদৰী কৰে। ইয়াৰ সমান্তৰালকৈ পৰিষদে চৰকাৰী সিদ্ধান্তটোৰ বিৰুদ্ধে আইনী যুঁজ চলাই যাব বুলি তেওঁ প্রকাশ কৰে। তদুপৰি, কাজি পদ বাহাল ৰখাৰ দাবীত উজনি অসম মুছলিম কল্যাণ পৰিষদে সদৌ অসম কাজি সন্থাৰ স’তে ঐক্যবদ্ধ সংগ্রাম গঢ়ি তুলিব বুলিও তেওঁ হুংকাৰ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: opposes the abolitionQazi systemUpper Assam Muslim Welfare Council
samimsultana

samimsultana

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d