Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AWJF WORKSHOP:অসম মহিলা সাংবাদিক মঞ্চৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ

জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক বাতৰি পৰিবেশনৰ ওপৰত আলোকপাত

samimsultana by samimsultana
September 20, 2024
in India, Assam, News
Reading Time: 3 mins read
0
AWJF WORKSHOP:অসম মহিলা সাংবাদিক মঞ্চৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণ
2
SHARES
19
VIEWS
ShareShareShareShare

AWJF WORKSHOP

অসম মহিলা সাংবাদিক মঞ্চই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বৃহস্পতিবাৰে ‘জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক সংবাদ পৰিবেশন’ শীর্ষক প্রশিক্ষণ কার্যসূচী সম্পন্ন কৰে। শেহতীয়াভাৱে জলবায়ু পৰিৱৰ্তনে দেশৰ বিভিন্ন অঞ্চলত বিধ্বংসী প্ৰভাৱ পেলাইছে। উত্তৰ- পূৰ্বাঞ্চল আৰু অসমো বতৰ পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱৰ সম্মুখীন হৈছে। এই পৰিৱেশত জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ ফলত জীৱকুলে সম্মুখীন হোৱা ক্ষতিকাৰক প্ৰভাৱ আৰু লিংগ সম্পৰ্কীয় জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক বাতৰি পৰিবেশনৰ বাবে প্রয়োজনীয় কিছুমান নির্দিষ্ট দক্ষতা আৰু জ্ঞানৰ ওপৰত আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্রশিক্ষণ কালত এডব্লিউজেএফৰ সমল ব্যক্তিসকলে আলোকপাত কৰে।

ADVERTISEMENT

যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড° ভাৰতী ভৰালীয়ে সমল ব্যক্তিসকলক আদৰণি জনায় আৰু সংগঠনটোৰ এনে পদক্ষেপক প্রশংসা কৰে। এডব্লিউজেএফৰ সভাপতি তথা পিটিআইৰ ব্যুৰ’ চীফ দুর্বা ঘোষে নতুনকৈ গঠিত সাংবাদিক সংগঠনটোৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে আৰু কয় যে এই সুদীর্ঘ বছৰৰ পাছত অসমৰ মূলসুঁতিৰ সংবাদ মাধ্যমত এগৰাকী মহিলা সম্পাদক নাই। তেওঁ কয়, ‘আমি ইয়াৰ পৰিৱৰ্তন হোৱাটো বিচাৰো, আশা কৰো অনাগত ১০ বছৰত আমাৰ এই আশা পূৰণ হ’ব।

RelatedPosts

Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !

Guwahati University:সাত মাহে ফলাফল নাই গুৱাহাটী বিশ্ববিঃৰ স্নাতক ষান্মাসিকৰ পৰীক্ষাৰ

Tense Situation at Guwahati University:গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ আৰ্টছৰ ডীন জয়ন্ত কৃষ্ণ শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সম্পাদক ধ্ৰুৱজ্যোতি চহৰীয়াই প্রশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিৰ অনুষ্ঠানত উপস্থিত থাকে আৰু তেওঁলোকৰ মন্তব্য প্রকাশ কৰে। আজি প্রশিক্ষণ কালত সমল ব্যক্তিসকলে জলবায়ু পৰিৱৰ্তনৰ বলি হোৱা স্থানীয় জনসমষ্টিৰ বিষয়ে কয় আৰু দুৰ্গতসকলে কিদৰে এই পৰিৱৰ্তনৰ ক্ষতিকাৰক দিশৰ স’তে মোকাবিলা কৰিছে সেই বিষয়েও উল্লেখ কৰে।

এডব্লিউজেএফৰ উপ-সভাপতি তথা ‘দৈনিক অগ্রদূত’ কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে লিংগ বৈষম্যৰ বিষয়ে সংবাদ পৰিবেশন কৰোতে লক্ষ্য কৰিবলগীয়া দিশসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এজন সাংবাদিকে সমাজৰ চিন্তা আৰু কাৰ্যকলাপৰ গতি নিৰ্ণয়ত গুৰুতৰ ভূমিকা পালন কৰিব পাৰে। তৃণমূল পৰ্যায়ৰ পৰা লিংগ সংবেদনশীল বাতৰি পৰিবেশনৰে দেশৰ নীতি নির্ধাৰকসকলক সুস্থ নীতি বলবৎ কৰিবলৈ আৰু লিংগ অসমতাৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে সংবাদ মাধ্যমে।

তদুপৰি তেওঁ কয় যে মহিলাসকলে আজিও বিভিন্ন কৰ্মক্ষেত্ৰত লিংগ বৈষম্যৰ বলি হৈ সমান কামৰ বিনিময়ত সম মজুৰি লাভ নকৰাটো উদ্বেগৰ বিষয়। সংবাদ মাধ্যমসমূহত লিংগ সংবেদনশীল বাতৰি পৰিবেশনৰ ওপৰত অগ্ৰাধিকাৰ দিব লাগিব বুলি জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে কয়।

ইপিনে, জ্যেষ্ঠ সাংবাদিক মুবিনা আখতাৰ আৰু ৰত্না ভৰালীয়ে এই বিষয়ৰ প্ৰাসংগিকতা দাঙি ধৰিবলৈ তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিবেদনৰ কিছুমান অংশৰ ব্যাখ্যা দাঙি ধৰে। অসমৰ ঐতিহ্যসম্পন্ন মুগা শিল্পৰ ওপৰত বতৰ পৰিৱৰ্তনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে কয় আখতাৰে। ভৰালীয়ে আনহাতে শেহতীয়াভাৱে বতৰ পৰিৱৰ্তনৰ ফলত হোৱা গৃহহাৰা শ্ৰমজীৱী লোক আৰু গ্রামাঞ্চলত কিদৰে দই জীৱন-জীৱিকাক প্ৰভাৱিত কৰিছে সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।

সাংবাদিক অংগনা চক্ৰৱতীয়ে ‘দহনৰ অসমতা’ৰ ওপৰত আলোকপাত কৰে। তেওঁ জলবায়ু পৰিৱৰ্তনে কিদৰে বিপদমুখৰ জনসমষ্টিৰ মহিলাসকলক অসমানুপাতিকভাবে ক্ষতিগ্রস্ত কৰে আৰু তেওঁলোকে কৰা মোকাবিলাৰ বিষয়ে কয় আৰু এই ক্ষেত্ৰত সাংবাদিক চক্রৱতীয়ে গ্ৰাম্য আৰু নগৰীয়া প্রেক্ষাপটত এনে ধৰণৰ বাতৰি পৰিবেশনৰ বিভিন্ন পন্থাৰ ওপৰত আলোকপাত কৰিবলৈ দুটা লেখনিও উপস্থাপন কৰে।

আন এগৰাকী সাংবাদিক চন্দ্রানী সিনহাই বিশ্বৰ প্রেক্ষাপটত স্থানীয় বাতৰিৰ বিষয়ে কয় আৰু জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ মোকাবিলাৰ বাবে প্ৰস্তুতি আদিৰ কথা উল্লেখ কৰে। শেহতীয়া বাংলাদেশৰ উদাহৰণ দাঙি ধৰি কিদৰে ৰাজনৈতিক অস্থিৰতাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ বিত্তীয় পৃষ্ঠপোষকতাত উদ্ভৱ হ’ব পৰা জটিলতাৰ বিষয়ে কয়।

এডব্লিউজেএফে গ্ৰহণ কৰা পদক্ষেপৰ লক্ষ্য হৈছে শ্ৰেণীকোঠা আৰু বাতৰি প্ৰস্তুতৰ মাজত থকা ব্যৱধান দ্রুত আঁতৰৰ এক প্রয়াস যাতে ছাত্র-ছাত্রীসকলে আধুনিক সাংবাদিকতাৰ প্ৰত্যাহ্বানসমূহ অধিক দক্ষতাৰে গ্ৰহণ কৰিব পাৰে। আজি প্রশিক্ষণৰ সমল ব্যক্তিসকল উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্র্য, বতৰ পৰিৱৰ্তন, লিংগ বৈষম্য, বন্যপ্রাণী, জলবায়ু পৰিৱৰ্তন আদিৰ বিষয়ে বিগত সুদীর্ঘ বছৰ ধৰি সংবাদ পৰিবেশনৰ অভিজ্ঞতাপুষ্ট তথা বঁটাপ্রাপক সাংবাদিক। তেওঁলোক হৈছে পিটিআইৰ ব্যুৰ’ চীফ দুৰ্বা ঘোষ, ‘দৈনিক অগ্রদূত’ কাকতৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদ আৰু জ্যেষ্ঠ সাংবাদিক মুবিনা আখতাৰ, ৰত্না ভৰালী তালুকদাৰ, চন্দ্ৰানী সিনহা আৰু অংগনা চক্রবর্তী।

অসম মহিলা সাংবাদিক মঞ্চ হৈছে ৰাজ্যৰ মহিলা সাংবাদিকসকলৰ এক নেটৱৰ্ক যিয়ে সংবাদ মাধ্যমত নতুনকৈ প্ৰৱেশ কৰা সকলৰ পেছাদাৰী বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ প্ৰয়াস কৰে। এডব্লিউজেএফৰ বিভিন্ন উদ্দেশ্যৰ ভিতৰত আছে বিভিন্ন মাছ কমিউনিকেচন বিভাগৰ স’তে সমন্বয় ৰক্ষা কৰি বিদ্যায়তনিক ক্ষেত্ৰ আৰু সংবাদ প্রতিষ্ঠান আদিৰ মাজত থকা ব্যৱধান হ্ৰাসৰ বাবে তথা সংবাদ মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা আদি। এই কার্যসূচীত এডব্লিউজেএফৰ সাধাৰণ সম্পাদক নাছৰিন হাবিবে এনে সুন্দৰ আয়োজনৰ বাবে বিভাগীয় কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Awjf WorkshopDept' OF Communication And JournalismGuwahati University
samimsultana

samimsultana

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d