Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !

বৰ্তমানৰ উপাচাৰ্য ড:সন্দিকৈৰ কাৰ্যকাল ২৫ দিন থকা অৱস্থাতে ড:মহন্তক দায়িত্ব, যিকোনো বেমেজালিৰ বাবে জবাবদিহি কোন হ'ব ?, প্রক্রিয়াআৰম্ভ হোৱাৰ পূৰ্বেই নতুন উপাচাৰ্যৰ নাম প্রকাশ কেনেকৈ ?, নিযুক্তিৰ পূৰ্বে প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত নকৰাক লৈও প্রশ্ন উত্থাপন

publisher by publisher
August 2, 2024
in Uncategorized
Reading Time: 3 mins read
0
Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

হেকাৰৰ কৱলত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট

Liquor shop permits suspended:অৱশেষত বিশ্ববিদ্যালয়ৰ সমীপত সুৰা বিপণীৰ অনুমতি স্থগিত

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

Two vice-chancellors of Guwahati University are in controversy:

উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি প্রক্রিয়াটোক লৈ সৃষ্ট প্রতিক্রিয়াই সম্প্রতি নতুন ৰূপ লৈছে। ৰাজ্য চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা অধ্যাপক ড: ননীগোপাল মহন্তক বিশ্ববিদ্যালয়খনৰ উপাচার্য নিযুক্তি দিয়াক লৈ ইতিমধ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ADVERTISEMENT

সম্প্রতি এনে প্রতিক্রিয়াক আন এক গতি দি বিশ্ববিদ্যালয়খনৰ উপাচার্য ড: প্রতাপজ্যোতি সন্দিকৈয়ে ফেচবুকত এটা খেদ সম্বলিতপ’ষ্ট কৰে। ড: সন্দিকৈয়ে ফে’চবুকৰ প’ষ্টটোত প্ৰকাশ কৰিছে যে তেওঁৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থকাৰ পূৰ্বেই ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যই নতুন উপাচার্য নিযুক্তি দিলে।

গতিকে ড° মহন্তৰ উপাচার্য নিযুক্তিকেন্দ্রিক প্রতিক্রিয়াই নতুন ৰূপ লৈছে। তদুপৰি বিশ্ববিদ্যালয়খনৰ শেহতীয়া উপাচার্য নিযুক্তি প্রক্রিয়াটোকে লৈও বিভিন্ন প্রশ্নৰ উদ্রেক হৈছে। ইয়াৰ দুটাদিশ আছে। তাৰে এটা হ’ল ড: মহন্তক উপাচার্য নিযুক্তি দিয়াটো আৰু আনটো হ’ল নিযুক্তি প্রদান ব্যৱস্থাটো।

গুৱাহাটী বিশ্ববিদ্যালয় আইন, ১৯৪৭ অনুসৰি ড:মহন্তক নিযুক্তি দিয়া বুলি কোৱা হ’লেও ইয়াক লৈ বিতৰ্কৰ সূত্রপাত হৈছে। উপাচার্য ড:সন্দিকৈৰ কার্যকাল শেষ হ’বলৈ ২৫ দিন থকা অৱস্থাত ৰাজভৱনত এনে কি এৰাব নোৱাৰা কাৰণত ড° মহন্তৰ শপতগ্রহণ কার্যসূচী অনুষ্ঠিত কৰা হ’ল তাকে লৈ বিশ্ববিদ্যালয় পৰিয়ালতো প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

gu000ইয়াৰ মাজতে ড: সন্দিকৈয়ে ফে’চবুকত উক্ত প’ষ্ট দিয়ে। এজন উপাচার্যই সামাজিক মাধ্যমত প্রকাশ কৰা মন্তব্যই স্বাভাৱিকতে লাভ কৰে ব্যাপক চর্চা। বহু দিশলৈ ইংগিতেৰে আঙুলিয়াই ড: সন্দিকৈয়ে প’ষ্টটোত লিখে এইদৰে, ‘২০১৯ৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো। মোৰ জীৱনৰ সমগ্র সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব। মোৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচার্য নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ। মই আঁতৰি যাবলৈ সাজু হৈছো। জীৱনে মোক নির্মোহ হ’বলৈ শিকাইছে। মনৰ মাজত নিসংগ অহং। গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সর্বকাল।’

উল্লেখ্য যে ড° মহন্ত বিশ্ববিদ্যালয়খনৰ নতুন উপাচার্য হ’ব বুলি আগৰ পৰা চৰ্চা চলি আছিল। অথচ উপাচার্য কোন হ’ব এই বিষয়টো প্রকাশ্য নহয়। নিয়ম অনুসৰি চৰকাৰী বিশ্ববিদ্যালয়ৰ উপাচার্য বাছনিৰ বাবে এখন তিনিজনীয়া সমিতি থাকে। বিশিষ্ট শিক্ষাবিদেৰে গঠিত সমিতিখনত এজন সদস্য হ’ল আচার্য তথা ৰাজ্যপালৰ প্রতিনিধি,এজন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু তৃতীয়জন হ’ল বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ প্ৰতিনিধি। তেওঁলোকে নিজা –নিজাকৈ বিভিন্ন পক্ষৰ লগত আলোচনা মর্মে সম্ভাব্য উপাচাৰ্যৰ তিনিজনীয়া এক পেনেল প্রস্তুত কবে।

সেই পেনেল বিশ্ববিদ্যালয়ৰ আচাৰ্যলৈ প্ৰেৰণ কৰা হয়। আচাৰ্যই তাৰে যিকোনো এজনক উপাচার্য হিচাপে বাছনি কৰিব পাৰে। অভিযোগ অনুসৰি এনে তিনিজনীয়া সমিতিয়ে অজ্ঞাত কাৰণত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পেনেল প্রস্তুত নকৰিলে। ড° মহন্ত বিশ্ববিদ্যালয়খনৰ নতুন উপাচার্য হ’ব বুলি দীর্ঘদিনৰ পৰা চলি অহা চর্চা সত্যত পৰিণত হোৱাত একাংশই প্রতিক্রিয়া ব্যক্ত কৰিছে।

দ্বিতীয় প্রতিক্রিয়াটো হ’ল শপতগ্ৰহণ কৰি উপাচাৰ্য বুলি স্বাক্ষৰ কৰাৰ লগে লগে এজন ব্যক্তি উপাচাৰ্যত পৰিণত হয়। গতিকে ড° মহন্ত ইতিমধ্যে উপাচাৰ্যত পৰিণত হৈছে আৰু ড:সন্দিকৈৰো কাৰ্যকাল শেষ নোহোৱাৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বর্তমানে উপাচার্য দুজন বুলি বিদ্বৎ মহলত ব্যাপক চর্চা হৈছে।

আনহাতে, নাম প্রকাশত অনিচ্ছুক বিশ্ববিদ্যালয়খনৰ শীর্ষ প্রশাসনিক বিষয়া এজনে জনায় যে বিশ্ববিদ্যালয়খন পৰিচালনা আইন অনুসৰি এজন উপাচার্যক কাৰ্যনিৰ্বাহ কৰি থকাজনৰ কাৰ্যকাল শেষ হ’বলৈ এমাহ থাকোতেই বাছনি কৰিব পাৰে। তাত বাধা নাই। আগৰজনৰ কার্যকাল শেষ হোৱাৰ পাছত পঞ্জীয়কে নতুন উপাচাৰ্যক আদৰি নি নির্দিষ্ট আসনত বহুৱাব লাগে।

এই প্রচলিত নিয়মৰ বিপৰীতে শেহতীয়াকৈ উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত শপত গ্ৰহণৰ যি নীতি লোৱা হৈছে, তাৰ ফলত জটিলতাৰ সৃষ্টি হৈছে। শপতগ্ৰহণৰ ব্যৱস্থা নাথাকিলে এনে জটিলতা সৃষ্টিৰ সম্ভাৱনা ক্ষীণ হ’লহেঁতেন বুলি বিষয়াজনে কয়। উচ্চ স্তৰীয় সূত্রই কয়, ‘দুজন উপাচার্যক লৈ আজি হয়তো দেখাত কোনো অসুবিধা নাই। আজিৰ মানুহবোৰ যেতিয়া আজিৰ দায়িত্বত নাথাকিব তেতিয়াহে কিছুমান এৰাব নোৱাৰা জটিল সমস্যাৰ সৃষ্টি হব।’ আগতীয়াকৈ অব্যাহতি ল’বলৈ বাধ্য কৰা হ’ল নেকি ড° সন্দিকৈক?

নিজে উপাচার্য হৈ থাকোতেই আন এজনক উপাচার্য নিযুক্তি দিয়াক লৈ যথেষ্ট অস্বস্তিত ভুগিছে ড° সন্দিকৈ। তাৰেই প্রতিফলন ঘটিছে সামাজিক মাধ্যমত কৰা প’ষ্টত। অৱশ্যে ‘দৈনিক অগ্রদূত’ৰ আগত তেওঁ দাবী কৰে যে পদ এৰিবলৈ তেওঁক কোনেও বাধ্য কৰা নাই। নিজেহে তেওঁ অব্যাহতি ল’বলৈ সিদ্ধান্ত গ্রহণ কৰিছে। লগতে তেওঁ কয়, ‘যিহেতু মোৰ কার্যকাল বাকী থকা অৱস্থাত শপতগ্ৰহণৰ জৰিয়তে নতুন উপাচার্য নিযুক্তি দিয়া হ’ল, গতিকে ভাবিছো, মই নিজে অব্যাহতি লোৱাটোৱে সঠিক হ’ব।

শপতগ্রহণেৰে উপাচার্য পদত নিযুক্তি দিয়া ব্যৱস্থাটো আগতে নাছিল। এতিয়া হৈছে। গতিকে মই পদটো এৰি দিয়াই ভাল হ’ব। সেয়েহে ময়েই তেওঁক মাতি আনি কথা-বতৰা পাতিছো। আমাৰ মাজত আলোচনা কৰিছো। আলোচনাৰ জৰিয়তে তেওঁক কৈছো যে মই ১৩ আগষ্টলৈ দায়িত্বত থাকিম আৰু ১৪ আগষ্টত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিব।। নতুন উপাচাৰ্যজনৰ নিযুক্তি পত্ৰত লিখা আছে যে ‘তেওঁ যিদিনা কাৰ্যভাৰ গ্ৰহণ কৰিব, সেইদিনাৰ পৰা পাঁচ বছৰলৈ তেঁও পদটোত থাকিব ৷

#নতুন নিযুক্তিক লৈ আৰু কি চর্চা?

ড° মহন্তৰ উপাচার্য নিযুক্তিক লৈ বিশ্ববিদ্যালয় চৌহদত চৰ্চাৰ অন্ত নাই। ড° মহন্তৰ বাছনি তথা শপতগ্রহণ এনে সময়ত কৰা হ’ল যে তদানীন্তন আচার্য তথা ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াক পঞ্জাবলৈ বদলিৰ নিৰ্দেশ জাৰি কৰা হয়। এনে এক পৰিবেশৰ মাজতে ড° মহন্তক উপাচার্য পদত নিযুক্তি দিয়া সমগ্র প্রক্রিয়াটো সম্পন্ন কৰা হয়।

এনেদৰে কিয় কৰা হ’ল বুলি বিশ্ববিদ্যালয়ত চর্চা অব্যাহত আছে। এই চৰ্চাৰ মূলতে হ’ল তেওঁ উপাচার্য হ’ব বুলি দীর্ঘদিনৰ পৰা নাম উচ্চাৰিত হৈ থকা বিষয়টো। চর্চা হৈ আছে যে উপাচার্য হ’বলৈকে ড° মহন্তই অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ কেবিনেট মৰ্যাদাৰ পদ ত্যাগ কৰি পুনৰ বিশ্ববিদ্যালয়ৰ শিক্ষাদান ব্যৱস্থালৈ উভতি গৈছিল। গতিকে সকলো প্রক্রিয়া অতি পৰিকল্পিতভাবে আগবঢ়াই নিয়া হৈছিল বুলি আজিও বিশ্ববিদ্যালয়খনৰ চৌহদত সৰৱভাবে আলোচিত হৈ আছে।

আকৌ আন এক চর্চা অনুসৰি এই সময়ছোৱাত বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্ৰত নানান বেমেজালিৰ সৃষ্টিৰ আশংকা বাঢ়িছে। । এই বেমেজালি হয়তো অদূৰ ভৱিষ্যতত স্পষ্ট হ’ব। নতুন উপাচাৰ্যৰ শপতগ্ৰহণ এক ভবিষ্যতে দায়বদ্ধ হ’বলগীয়া কোনো বিষয়ত কোনজন উপাচার্যক আচাৰ্যই জবাবদিহি কৰিব, তাক লৈ প্ৰশ্নৰ অৱতাৰণা আনুষ্ঠানিক প্রক্রিয়া।

একেদৰে বৰ্তমানৰ দোদুল্যমান মুহূৰ্তত কোনজন উপাচার্যক বিশ্ববিদ্যালয় নিকায়সমূহে মানি চলা উচিত হ’ব তাক লৈও আন এক প্ৰশ্নৰ উদয় হৈছে। কাৰণ ড:সন্দিকৈ আৰু ড: মহন্ত- এই দুয়োজনেই এই সময়ত আচাৰ্যৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয় আইন অনুসৰি নিয়োজিত উপাচার্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনে অভূতপূর্ব ঘটনাই উত্তৰ-পূবৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠানখনত অধিক জটিলতাৰ সৃষ্টি কৰিব বুলিও বিভিন্ন মহলে আশংকা প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CONTROVERSYDr. Pratap Jyoti HandiqueDr.Nanigopal MahantaGuwahati UniversityTwo vice-chancellors
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ
Uncategorized

TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা
Uncategorized

Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

May 6, 2026
Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ
Uncategorized

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

May 6, 2026
Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d