Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assembly Speaker Biswajit Daimary:বিধানসভাক বজাৰত পৰিণত কৰিছে কোনে ?

অধ্যক্ষৰ ক্ষমতাৰে দৈমাৰীয়ে মন মর্জিত চলাইছে বিধানসভাৰ সচিবালয়, পুঁজিৰ অপব্যৱহাৰত সচিবালয়ৰ বহুতে ভুগিছে আত্মগ্লানিত, কেলেংকাৰিৰ বিতৰ্কত সাঙোৰ খাইছে পবিত্ৰ ক্ষেত্ৰ

samimsultana by samimsultana
September 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assembly Speaker Biswajit Daimary:বিধানসভাক বজাৰত পৰিণত কৰিছে কোনে ?
3
SHARES
26
VIEWS
ShareShareShareShare

Assembly Speaker Biswajit Daimary:

অসম বিধানসভাৰ দৰে পবিত্র ক্ষেত্ৰক কলুষিত কৰিছে কোনে? অনিয়ম- কেলেংকাৰিক লৈ উপর্যুপৰি বিতৰ্কত সাঙোৰ খাই আহিছে অসম বিধানসভা। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কৰ্মকাণ্ডৰ বাবেই তেনে বিতর্কই লগ নেৰা হৈছে বুলি সচিবালয়ৰ ভিতৰচ’ৰাতে তুমুল চর্চা চলিছে।

ADVERTISEMENT

নিজৰ মন মর্জিত বিধানসভা সচিবালয়ক পৰিচালনা কৰে দৈমাৰীয়ে। যাৰ ফলত বহুসময়ত বদনামী হৈছে সমগ্র বিধানসভাই। পুঁজিৰ অপব্যয় এক মুকলি বিষয় হৈ পৰিছে। বিধানসভা চৌহদক নতুন ৰূপ দিয়াৰ নামত তথাকথিত ইলাহী পৰিৱেশ গঢ় দিয়া দৈমাৰীয়ে যি গতিত পুঁজিৰ অপব্যৱহাৰ কৰি আহিছে, তাকে দেখি বিধানসভা সচিবালয়ৰ বহুতেই এতিয়া আত্মগ্লানিত ভুগিছে।

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

চর্চা অনুসৰি এই ক্ষেত্ৰত অধ্যক্ষৰ সংগী হৈছে নির্দিষ্ট কেইজনমান বিষয়া। বিধানসভাক লুটি-পুতি খোৱাৰ ক্ষেত্ৰত মুঠেই কার্পণ্য কৰিব নিবিচাৰে এইসকল বিষয়াই। বিধানসভা সচিবালয়ত এতিয়া মানুহেই মানুহ। সচিবালয়ৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি, নিয়মীয়া কৰ্মচাৰীতকৈ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা এতিয়া মুঠেই কম নহয়। বিভিন্ন শিতানত ডেৰশৰো অধিক এনে কৰ্মচাৰী দৈমাৰীৰ আমোলত নিয়োগ কৰা হৈছে। তেওঁলোকে ন্যূনতম ২০ হেজাৰ টকাকৈ মাহিলি দৰমহা লাভ কৰে। অথচ তাৰে অধিকাংশ কৰ্মচাৰীয়ে কি কাম কৰে, বিধানসভাৰ বিষয়াসকলেই নাজানে।

অভিযোগ অনুসৰি এনে বৃহৎ সংখ্যক কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত কোনো নীতি-নিয়ম পালন কৰা হোৱা নাই। বিভিন্ন সংযোগৰে ওচৰ চপাসকলক য’ত যিদৰে সুবিধা হৈছে, তাতে সংস্থাপিত কৰা হৈছে। সেইবাবে সাক্ষাৎকাৰ অথবা নিযুক্তিকেন্দ্রিক কোনো প্রক্রিয়া সম্পন্ন কৰা নহয়।

শেহতীয়াকৈ চর্চালৈ অহা আন এটা বিষয় হ’ল বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি)। বিধানসভা সচিবালয়ত যিমান সংখ্যক অ’এছডি আছে, সিমান ৰাজ্যখনৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ লগতো নাই বুলি সৰৱ চর্চা চলি আহিছে। অধ্যক্ষ দৈমাৰীয়ে যেন মন গ’লেই নিজৰ পছন্দৰ মানুহবোৰক অৱসৰৰ পাছতো বিদায় নিদি অ’এছডি কৰি ৰাখি থৈছে।

একোজন অ’এছডিৰ কাৰ্যকাল অৱসৰৰ পাছতো চাৰিবাৰ বৃদ্ধি কৰা হৈছে। উদাহৰণ স্বৰূপে শৰ্মা উপাধিৰ এজন অ’এছডিৰ কাৰ্যকাল এনেদৰে বৃদ্ধি হোৱাই নহয়, জীয়ৰীকো তেওঁ বিধানসভাত নিযুক্তি দিবলৈ সক্ষম হৈছে। অথচ এই নিযুক্তিত সাধাৰণ নিয়মবোৰো পালন কৰা হোৱা নাই। অ’এছডিৰ ক্ষেত্ৰত সৰ্বাধিক চর্চাত থকা নামটো হ’ল সৌমেন বৰুৱা।

বিধানসভা সচিবালয়ত এনে চৰ্চাৰ অন্ত নাই, য’ত যিকোনো অনিয়মৰ কথা ওলালেই বৰুৱাৰ নাম উচ্চাৰিত নোহোৱাকৈ নাথাকে। অ’এছডিৰ নামতে বিধানসভাত দৰমহাৰ বাবদ প্রতিমাহে লাখ লাখ টকা ব্যয় হয়। সম্প্ৰতি চৰ্চাৰ তুংগত থকা বিষয়টো হ’ল পিঠা-পনা দৈনিক যোগানৰ নামত মাহিলি ব্যয় কৰা লাখ লাখ টকা। বিধানসভা সচিবালয় খোলা থকা প্রতিদিনেই বিবিধ প্ৰকাৰৰ পিঠা-লাডু এগৰাকী মহিলাৰ উদ্যোগত যোগান ধৰা হয়। থলুৱা এনে পিঠা প্রতিদিনে অধ্যক্ষৰ পৰা বিষয়ালৈকে ভাগে ভাগে আহে। কৰ্মচাৰীসকলকো যোগান ধৰা হয়।

সচিবালয়ৰ তথ্য অনুসৰি, ইয়াৰ বাবদ মাহিলি ন্যূনতম তিনি লক্ষাধিক টকা ব্যয় কৰা হয়। নাৰিকল, গুড়, তিল আদিৰে প্ৰস্তুত কৰা পিঠা-লাডু বিধে বিধে সদায় বিধানসভা সচিবালয়ত যোগান ধৰাক লৈ আমোদজনক চর্চাও চলি আহিছে। মানুহবোৰে দৈনিক ইমানো পিঠা খায় নেকি বুলি বিধানসভাৰ সচিবালয়ৰ সচেতন মহলত হোৱা চর্চা অব্যাহত আছে।

উল্লেখ্য যে নিজে ২১ টাকৈ শীত-তাপ নিয়ন্ত্রিত মেচিন (এচি) ৰ বতাহ লৈ থাকি ৰাইজক গৰমৰ দিনত গছৰ তললৈ যোৱাৰ পৰামৰ্শ দিয়া অধ্যক্ষ দৈমাৰীয়ে নিজৰ আসনখনৰ মৰ্যাদাও কেতিয়াবাই হেৰুৱাই পেলোৱা বুলি বিজেপিতে মুকলি আলোচনা হৈ আহিছে। অধ্যক্ষৰ পদত থাকিও বিভিন্ন সময়ত প্ৰদৰ্শন কৰা তেওঁৰ দলীয় ৰাজনৈতিক তৎপৰতা চকুত লগা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Legislative AssemblyIllegal AppointmentSpeaker Biswajit Daimari
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d