Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

12-year-old boy sets a record by typing 90 words per minute on a computer:কম্পিউটাৰত এক মিনিটত ৯০ টাকৈ শব্দ টাইপ কৰি ১২ বছৰীয়া কিশোৰৰ অভিলেখ

গোসাইগাঁৱত এজন কিশোৰৰ অসাধাৰণ প্ৰতিভা

samimsultana by samimsultana
October 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
12-year-old boy sets a record by typing 90 words per minute on a computer:কম্পিউটাৰত এক মিনিটত ৯০ টাকৈ শব্দ টাইপ কৰি ১২ বছৰীয়া কিশোৰৰ অভিলেখ
3
SHARES
28
VIEWS
ShareShareShareShare

12-year-old boy sets a record by typing 90 words per minute on a computer:

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এজন ১২ বছৰীয়া কিশোৰৰ অসাধাৰণ প্রতিভাই সকলোকে আচৰিত কৰি তুলিছে। আবু হামজা হুছেইন নামৰ এই কিশোৰজনে মাত্র ১২ বছৰ বয়সতে অনন্য প্রতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। তেওঁ কম্পিউটাৰত দুৰন্ত গতিত শব্দমালা টাইপ কৰি খলকনিৰ সৃষ্টি কৰিছে কম্পিউটাৰ জগতত।

ADVERTISEMENT

গোসাঁইগাঁও সদৰ চহৰৰ পদ্মবিলৰ বাসিন্দা আবু হামজা হুছেইনে সকলোকে চমকিত কৰি প্রতি মিনিটত ৯০ টা শব্দ টাইপ কৰি দেশৰ ভিতৰতে সর্বাধিক শব্দ টাইপ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ এই কৃতিত্ব যে অভিলেখ সৃষ্টি কৰিব সেয়া কেৱল সময়ৰ অপেক্ষা। অভিলেখ গঢ়াৰ আনুষ্ঠানিকতাহে বাকী আছে।

RelatedPosts

Gossaigaon Visit Minister Ashok Singhal: গোসাইগাঁৱৰ ২ গুমা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্য্যসূচী:উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

Professor arrested in Gossaigaon:পাকিস্তানৰ সমৰ্থনত ছছিয়েল মিডিয়াত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল প্ৰবক্তা

Takeyamari  L P School :টকেয়ামাৰী পালপাৰা প্ৰাথমিক বিদ্যালয় হস্তান্তৰকৰণ কৰাত পুনৰ ৰাইজৰ উত্তাল প্ৰতিবাদ

গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰৰ সমীপৰ পদ্মবিলৰ বাসিন্দা তথা অৰুণাচল প্ৰদেশৰ নেহৰু যুব কেন্দ্রৰ অ’এছডি হিচাপে কৰ্মৰত দেলোৱাৰ হুছেইন আৰু মাতৃ মামুদা বেগমৰ পুত্র আবু হামজাই সম্প্রতি প্রতি মিনিটত নির্ভুলকৈ টাইপ কৰিব পাৰে ৯০ টাকৈ শব্দ। আনকি কম্পিউটাৰৰ কিব’র্ড সম্পূর্ণকৈ ঢাকি দিয়াৰ পাছতো কিব’র্ড নোচোৱাকৈ নির্ভুলকৈ ৬০ টা শব্দ টাইপ কৰি আন এক প্রতিভাৰ পৰিচয় দিছে অনন্য প্রতিভাৰ কিশোৰ আবু হামজাই।

গোসাঁইগাঁৱৰ ছেন্ট এন্থনিজ ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এই প্রতিভাধৰ কিশোৰজনে শ্রেণীকোঠাত মেধাৰ পৰিচয় দিয়াৰ সমান্তৰালভাৱে পৱিত্ৰ কোৰান শ্বৰীফ ইংৰাজী ভাষাত অধ্যয়ন কৰিও নিজৰ প্ৰতিভাৰ আন এক চানেকি দাঙি ধৰিছে। মাত্র ডেৰ বছৰৰ পূৰ্বৰ পৰা কম্পিউটাৰৰ প্রতি হঠাতে আগ্রহী হোৱা কিশোৰজনে নিজৰ জ্যেষ্ঠ ভ্রাতৃ কম্পিউটাৰ ইঞ্জিনিয়াৰক চেৰ পেলাই বিখ্যাত হৈ পৰিছে।

কর্মসূত্রে কলকাতাত থকা কম্পিউটাৰ বিশেষজ্ঞ জ্যেষ্ঠ ভ্রাতৃয়ে প্রতি মিনিটত ৭০ টা শব্দ টাইপ কৰিবলৈ সক্ষম যদিও জ্যেষ্ঠ ভ্রাতৃতকৈ এখোপ চৰা কনিষ্ঠ ভ্রাতৃয়ে টাইপ কৰে প্রতি মিনিটত ৯০ টা শব্দ। তথ্য মতে, কম্পিউটাৰত বিশেষ দক্ষতা আৰু আগ্রহ দেখি পিতৃয়ে পাঁচ মাহ পূর্বে এটা অত্যাধুনিক কম্পিউটাৰ ক্ৰয় কৰি দিয়াৰ পাছতে আবু হামজাই প্রতিদিনে বিদ্যালয়ৰ নিয়মীয়া অধ্যয়ন কৰাৰ লগতে কম্পিউটাৰত ব্যস্ত হৈ পৰে।

এতিয়া প্রতিদিনে দুই-তিনি ঘন্টা কম্পিউটাৰত সময় ব্যয় কৰি এই বয়সতে বিৰল প্রতিভাৰ অধিকাৰী হোৱাৰ দিশে ধাবমান হৈছে। সদ্যহতে কম্পিউটাৰত অনলাইন গেম খেলি পর্যায়ক্রমে ১৮ হেজাৰ টকা পুৰস্কাৰ লাভ কৰাৰ উপৰি আমেৰিকাৰ এজন প্রখ্যাত খেলুৱৈক পৰাজিত কৰি আন এক কৃতিত্ব গঢ়িছে কিশোৰ আবু হামজাই।

উল্লেখ্য যে এই কিশোৰজন কোনো বিশেষজ্ঞৰ সহায় অবিহনে এই বিদ্যা আহৰণ কৰিছে। কিশোৰজনে যদি উপযুক্ত প্রশিক্ষণ লাভ কৰাৰ সুযোগ পায় তেনেহ’লে তেওঁ বিশ্বৰ ভিতৰত এক বিৰল কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হ’ব বুলি বিদ্বৎ মহলত চর্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 12-year-old boyAbu Hamja HussainGossaigaonsets a recordtyping 90 words per minute on a computer
samimsultana

samimsultana

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d