Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা

আপক নিঃশেষ কৰিবলৈ বিজেপিয়ে ৰচা ষড়যন্ত্ৰ ব্যৰ্থ, ইডি- চিবিআইৰ জৰিয়তে ক্ষমতাৰ অপপ্ৰয়োগ কেন্দ্ৰীয় চৰকাৰৰ :আপ

samimsultana by samimsultana
October 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Aap Pressmeet In Guwahati:সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা
1
SHARES
9
VIEWS
ShareShareShareShare

Aap Pressmeet In Guwahati:

হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰা বিজেপি নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ইডি বা চিবিআইৰ প্ৰয়োগ কৰা নাই। ৭০ হাজাৰ কোটি টকাৰ দুৰ্নীতিত লিপ্ত বিজেপি নেতা জে’ললৈ যাবলগীয়া হোৱা নাই। বিজেপিত যোগদান কৰা মুকুল ৰায়, শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত হোৱা নাই। বৃহৎ কেলেংকাৰি সংঘটিত কৰি বিদেশত বিলাসী জীৱন অতিবাহিত কৰিছে নিৰৱ মোদী, ললিত মোদী, বিজয় মালিয়াৰ দৰে বিজেপি চৰকাৰৰ ঘনিষ্ঠ ব্যক্তি।

ADVERTISEMENT

অথচ কোনো ধৰণৰ দুৰ্নীতি, অনিয়মৰ প্ৰমাণ নোহোৱাকৈ আপৰ চাৰিগৰাকীকৈ নেতাৰ বিৰুদ্ধে ইডি – চিবিআই লগাই কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সাংসদ সঞ্জয় সিং, মনীষ ছিছ’দিয়া, আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু সত্যেন্দ্ৰ জৈনক অন্যায় ভাৱে ইডি, চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰি ৰাখিছিল। দুৰ্নীতি বা ধন সৰবৰাহৰ কোনো তথ্য নোপোৱাত আদালতে এজন এজনকৈ আটাইকেইজনকে জামিনত মুক্তি দিয়ে।

RelatedPosts

Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল

Aap Pressmeet In Guwahati:ৰাজ্যৰ ৪৮ শতাংশ মানুহৰ মুখৰ ভাষা অসমীয়া

AAP nominates candidate in state by- elections:বিহালী আৰু চামগুৰিত প্ৰতিদ্বন্দ্বিতা কৰিব আপে

দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক কালি ৰাউছ এভিনিউ আদালতে জামিনত মুক্তি দিয়ে। আম আদমী পাৰ্টিয়ে আদালতৰ ৰায়ক আদৰণি জনাইছোঁ। আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এইদৰে মত ব্যক্ত কৰে দলটোৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই।

দলৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ অভিযোগ, যি বিজেপি চৰকাৰে গণতন্ত্ৰৰ সুৰক্ষাৰ কথা কয়, সেই বিজেপিয়ে আপক নিঃশেষ কৰাৰ বাবে অন্যায়ভাৱে ইডি আৰু চিবিআইৰ ব্যৱহাৰ কৰিছে। ভুৱা গোচৰত আমাৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ জীৱনৰ বহু মূল্যৱান সময়ৰ অপচয় কৰিছে। যি গৰাকী সত্যেন্দ্ৰ জৈনে স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈ দিল্লীত মহল্লা ক্লিনিক স্থাপনৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰিলে তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দিলে। এয়া বিজেপিৰ ষড়যন্ত্ৰ । ন্যায়ালয়ে দিয়া ৰায়ে কেন্দ্ৰীয় চৰকাৰৰ স্বৰূপ উন্মোচন কৰিলে।

আনহাতে সংবাদমেলত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় অনুৰূপা ডেকাৰজাই । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি শীঘ্ৰেই ৰোধ কৰিবলৈ দাবী জনায় আপৰ নেত্ৰী গৰাকীয়ে । সংবাদমেলত আপ অসমৰ আন এগৰাকী উপ সভাপতি সৌমিক সেনগুপ্ত, সংবাদ মাধ্যম কোষৰ সমন্বয়ক গুৰপ্ৰীত সিং উপ্পল আৰু যুৱ নেতা জিতু ডেকাও উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aap PressmeetAddressing Vp Anurupa DekarajaState Aap Office
samimsultana

samimsultana

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d