Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Asomiya Yuba Mancha Press Release:ঠগ-প্রবঞ্চনাৰে সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ ওপৰত চলোৱা কদর্য লুণ্ঠন আৰু বৈশ্যক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত বহিৰাগত বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ কঠোৰ সকিয়নী

২৪ ঘণ্টাৰ ভিতৰত বিল্ডাৰৰ CCTV ব্যৱসায়ীক প্ৰতিষ্ঠানত তলা লগোৱাৰ ভাবুকি, বিল্ডাৰৰ বিৰুদ্ধে ৰাজকুমাৰ বৈশ্যৰ দিশপুৰ থানাত এজাহাৰ দাখিল

samimsultana by samimsultana
October 23, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Asomiya Yuba Mancha Press Release:ঠগ-প্রবঞ্চনাৰে সমাজকৰ্মী ৰাজকুমাৰ বৈশ্যৰ ওপৰত চলোৱা কদর্য লুণ্ঠন আৰু বৈশ্যক হত্যাৰ ষড়যন্ত্ৰত লিপ্ত বহিৰাগত বিল্ডাৰ পৱন আগৰৱালাৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ কঠোৰ সকিয়নী
1
SHARES
13
VIEWS
ShareShareShareShare

Asomiya Yuba Mancha Press Release:

বিশিষ্ট সমাজকর্মী, জাতীয়তাবাদী আৰু মানৱ অধিকাৰ আন্দোলনৰ একনিষ্ঠ কর্মী তথা লেখক ৰাজকুমাৰ বৈশ্যক পৱন আগৰৱালা নামৰ এজন বহিৰাগত বিল্ডাৰে চলোৱা কদর্য লুণ্ঠন কাৰ্যৰ বিৰুদ্ধে আজি জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী মহানগৰ সমিতি।

ADVERTISEMENT

বিল্ডাৰ জনে ২৪ ঘণ্টাৰ ভিতৰত এই অসৎ কাৰ্য বন্ধ নকৰিলে বিল্ডাৰৰ “CAM QUEST” নামৰ ব্যৱসায়ীক প্রতিষ্ঠানত তলা লগোৱা হ’ব বুলি সংগঠনটোৱে কঠোৰ ভাষাৰে সকিয়াই দিছে।

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

উল্লেখযোগ্য যে ২০১৪ চনত বৈশ্যই চকুৰ গ্লোকোমা ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁৰ ধনৰ প্ৰয়োজন হোৱাত তেওঁৰ আত্মীয় সকলে পৱন আগৰৱালা নামৰ এজন বিল্ডাৰক বৈশ্যই পৈতৃক সূত্রে লাভ কৰা এক কঠা পাচ লেচা ভূমিত গৃহ নিৰ্মাণৰ বাবে চুক্তি সম্পাদন কৰিছিল ৷ চুক্তি অনুসৰি দুটা ফ্লেট আৰু অট্টালিকাটোৰ পিছফালৰ সম্পূৰ্ণ পার্কিং এলেকা বৈশ্যৰ নামত পঞ্জীয়ন কৰা আছিল।

কিন্তু বৈশ্যই চিকিৎসাজনিত কাৰণত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সুযোগত বিল্ডাৰজনে বৈশ্যৰ নামত থকা আন চাৰি লেচা মাটিও দখল কৰি লৈছিল। ইয়াৰ উপৰিও বৈশ্যক দিবলগীয়া ২৫ লাখ টকাও আজিলৈ আদায় দিয়া নাই।

আনহাতে,পৌৰ নিগমৰ নিয়ম মতে চেপটিক টেঙ্ক নিৰ্মাণ নকৰি বৈশ্যৰ ব্যক্তিগত ভূমিত পূৰ্বৰে পৰা থকা চেপটিক টেঙ্কটোকে এতিয়াও ব্যৱহাৰ কৰি আছে। আনহাতে বিল্ডাৰে বৈশ্যৰ পৰা এটা পার্কিং ভাৰা লৈছিল। আজি ৮ বছৰে মুঠ তিনি লাখ টকা পার্কিঙৰ বাবদ এতিয়াও দিবলৈ বাকী আছে।

আন এক গুৰুত্বপূৰ্ণ অভিযোগ অনুসৰি বিল্ডাৰে পৌৰ নিগমৰ অনুমতি উলংঘা কৰি ১২৭০ বর্গফুট এলেকা অবৈধ ভাৱে নিৰ্মাণ কৰিছিল। যাৰ ফলত উক্ত অবৈধ নির্মাণ ভাঙিবলৈ পৌৰ নিগমে বৈশ্যক জাননী জাৰী কৰিছে।

যোৱা ২৯ জুলাই আৰু আৰু ৭ আগষ্টত বিল্ডাৰৰ নামত দুজন অজ্ঞাত লোকে বৈশ্যক হত্যাৰ চেষ্টাও কৰিছিল। ঘটনা সম্বন্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰাও হৈছিল।বিল্ডাৰে আজিলৈ পৌৰনিগমৰ পৰা অট্টালিকাটো নির্মাণ সম্পূৰ্ণ হোৱা প্ৰমাণ পত্রও লোৱা নাই।

অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিয়ে বিবৃতিটোত আৰু উল্লেখ কৰে যে,বিল্ডাৰৰ এই দুষ্কাৰ্যৰ প্ৰধান সহযোগী হৈছে বিতর্কিত শিক্ষয়িত্ৰী তথা চিবিআইৰ জালত বন্দী গায়ত্রী শইকীয়া আৰু তেওঁৰ স্বামী হেমচন্দ্ৰ বৰা। হেম চন্দ্ৰ বৰা উত্তৰ-পূৱ সীমান্ত ৰেলৰ অতিৰিক্ত মুখ্য অভিযন্তা আছিল। বহু কোটি টকা আত্মসাৎ কৰা অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰি বৰাক তিহাৰ জেলত ৰাখিছিল। সম্প্রতি জামিনত মুক্তি লাভ কৰি বৰ্তমান ঘৰতে আছে আৰু শেহতীয়াকৈ বিল্ডাৰৰ সৈতে লগ লাগি সমাজবিৰোধী কাম কৰি আছে।

আনহাতে,গায়ত্ৰী শইকীয়া ভাস্কৰ বিদ্যাপীঠত শিক্ষয়িত্ৰী কাম কৰে যদিও স্বামী হেমচন্দ্ৰ বৰাৰ অবৈধ ধনৰ সৰবৰাহ কৰা অভিযোগত চিবিআইৰ জালত বন্দী হৈ আছে। এই দম্পতি হালে বৈশ্যক অবর্ণনীয় মানসিক হাৰাশাস্তি কৰি আহিছে আৰু বৈশ্যৰ নামত থকা পার্কিং দখল কৰিবলৈ চেষ্টা চলাই আছে।

বিল্ডাৰে এই দুষ্কাৰ্য সমূহ সংঘটিত কৰি বৰ্তমান পলাতক অবস্থাত আছে। বিল্ডাৰে সৃষ্টি কৰা এক অৰাজক আৰু আতংকময় পৰিস্থিতিৰ বিৰুদ্ধে চৰকাৰব্যৱস্থা লবলৈ আহ্বান দাবী জনায় সংগঠনটোৱে ৷

ইতিমধ্যে বিল্ডাৰৰ এই দুষ্কাৰ্য সমূহৰ বিৰুদ্ধে ৰাজকুমাৰ বৈশ্যই দিশপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। অসমীয়া যুৱ মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিয়ে তিনিটা দাবী কৰে ৷ দাবী তিনিটা হ’ল -১) ৰাজকুমাৰ বৈশ্যক দিবলৈ বাকী থকা সমুদায় ধন ক্ষতিপুৰণ সহ অহা ২৪ ঘণ্টাৰ ভিতৰত আদায় দিবলৈ দাবী। ২) বিল্ডাৰে পৌৰ নিগমৰ বিধি উলংঘা কৰি যি বিবাদ সৃষ্টি কৰিছে তাক নিষ্পত্তি কৰাৰ দাবী। ৩) বৈশ্যৰ ব্যক্তিগত ভূমিৰ পৰা চেপটিক টেঙ্ক স্থানান্তৰ কৰা হওক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asomiya Yuba Mancha PROTESTFlattened BuildersIllegally Land OccupiedPress release
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d