Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Case Was Filed Against State Bjp President Bhabesh Kalita:বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

মানসিক ভাৰসাম্য সন্তুলন হেৰুৱাই পেলাইছে ভৱেশ কলিতাই :ৰাতুল কলিতা

samimsultana by samimsultana
September 20, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Case Was Filed Against State Bjp President Bhabesh Kalita: বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

GMCH Incident:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন !

Case Was Filed Against State Bjp President Bhabesh Kalita:

প্ৰদেশ কংগ্ৰেছৰ চ’চিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত আজি এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেখেতৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব।

ADVERTISEMENT

মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাশ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে। সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি এক প্ৰকাৰ ধমকি দিছিল নেতা গৰাকীয়ে। বিজেপি সভাপতি গৰাকীৰ এনে দায়িত্বজ্ঞানহীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে।

ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ভঙাঘৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে। এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকি বচাব বিচাৰিছে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰৱৰ্তন কৰা নাই। প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে। ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় -ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ আহ্বান জনাই।

গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদকে ধৰি কিছু প্ৰতিনিধি উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against State Bjp PRESIDENT bHABESH kalitaApcc Leader Ratul BORABhangagarh Police sTATIONFIR filed
samimsultana

samimsultana

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d