Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Eight candidates filed their nominations in three constituencies in the state:ৰাজ্যত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ, পাঁচ সমষ্টিৰ বাবে মনোনয়ন দাখিল শাসক বিৰোধীৰ প্ৰাৰ্থীসকল

উপ- নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিন, চামগুৰিত বিশাল সমদলৰে চমক দিপ্লু ৰঞ্জন শৰ্মা,বিহালীত কংগ্ৰেছৰ জয়ন্ত বৰা, সন্মিলিত মৰ্চাৰ লক্ষ্মীকান্ত কুৰ্মী, বঙাইগাঁৱত অগপৰ দিপ্তীময়ী চৌধুৰী,কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাৰ মনোনয়ন দাখিল

samimsultana by samimsultana
October 25, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Eight candidates filed their nominations in three constituencies in the state:ৰাজ্যত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ, পাঁচ সমষ্টিৰ বাবে মনোনয়ন দাখিল শাসক বিৰোধীৰ প্ৰাৰ্থীসকল
2
SHARES
22
VIEWS
ShareShareShareShare

Eight candidates filed their nominations in three constituencies in the state:

ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ। পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। পাঁচ সমষ্টিৰ বাবে ইতিমধ্যেই মনোনয়ন দাখিল কৰিছে শাসক বিৰোধীৰ কে’বা গৰাকী প্ৰাৰ্থীয়ে।

ADVERTISEMENT

আজি হাইভল্টেজ সমষ্টি হিচাপে চিহ্নিত হোৱা চামগুৰি আৰু বিহালীত বিশাল সমদলৰে শক্তি প্ৰদৰ্শন কৰি মনোনয়ন দাখিল কৰে বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই।

RelatedPosts

Election violence in Samaguri: নগাঁৱৰ চামগুৰিত নিৰ্বাচনী হিংসা অব্যাহত

Pm Modi Election Rally in Bihali:গোগামুখৰ পিচত বিহালীত বিশাল সভা সম্বোধন প্রধানমন্ত্রী মোদীৰ

Bongaigaon:বঙাইগাঁৱত প্ৰধান শিক্ষক সহ সাত শিক্ষক-কর্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী

ডেৰ বছৰ পাছত অনুষ্ঠিত হ’ব লগা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰে প্ৰস্তুতি সদৃশ পৰিবেশ আজি সৃষ্টি হ’ল তিনিটা সমষ্টিৰ উপ- নিৰ্বাচনৰ শাসক – বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৷

আজি বৃহৎ সমৰ্থকৰে পৰিবেষ্টিত হৈ চামগুৰিৰ বিজেপি মিত্ৰজোঁটৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা আৰু অসম সন্মিলিত মৰ্চাৰ লক্ষ্মীকান্ত কুৰ্মী, বঙাইগাঁৱত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷

agpooপ্ৰাৰ্থী কেই গৰাকীৰ মনোনয়ন দাখিলৰ সময়ত উভয়স্থানত দলদোপ -হেন্দোলদোপ পৰিবেশৰ সৃষ্টি হয়। আনহাতে, ৰাজ্যৰ চলিত পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ‘হাই-ভল্টেজ’ যুঁজ যে চামগুৰিত হ’ব সেয়াও ইতিমধ্যে স্পষ্ট হৈছে। কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত সমষ্টিটো কাঢ়ি আনিবলৈ শাসকীয় বিজেপিয়েও এই উপ- নির্বাচনত সর্বশক্তি প্রয়োগ কৰাত নির্বাচনী বতাহ গৰম হৈছে।

এনে অৱস্থাতে শুকুৰবাৰে সমষ্টিটোৰ বিজেপিৰ মিত্ৰজোঁটৰ প্রার্থী দিপ্লু ৰঞ্জন শৰ্মাই এক সমদল উলিয়াই মনোনয়ন পত্র দাখিল কৰে। এই সমদলত দুচকীয়া আৰু চাৰিচকীয়া বাহন লৈ প্রার্থীজনৰ কে’বা হেজাৰ সমর্থকে অংশগ্ৰহণ কৰে। সমদলত শৰ্মাক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,  মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা , জয়ন্তমল্ল বৰুৱা, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত , সাংসদ ৰামেশ্বৰ তেলী,কামাখ্যা প্ৰসাদ তাছা,দিলীপ শইকীয়া,বিধায়ক জিতু গোস্বামী,ৰূপক শৰ্মা,ৰাজ্যিক বিজেপিৰ উপ- সভাপতি ৰাণা গোস্বামী,প্ৰাক্তন মন্ত্ৰী বিস্মীতা গগৈ সহ বহু কেইজন জ্যেষ্ঠ নেতা । বিশাল সমদলত সমৰ্থক সকলে বিজেপি প্ৰাৰ্থীজনৰ সমৰ্থনত বিভিন্ন ধ্বনি দিয়ে।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ কৰি কয় ,এইবাৰ চামগুৰি ৰাইজে পৰিয়ালবাদক বিদায় দিব। সুদীৰ্ঘ সময় সমষ্টিৰ ৰাইজক প্ৰাপ্য পৰা বঞ্চিত কৰি ৰাখি একাদিক্ৰমে বংশবাদ চলাই আহিছিল ৷ একনায়কত্ববাদী ৰকিবুল হুছেইন পুত্ৰক ৰাইজে বিদায় দি বিজেপিৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত বিজয়ী কৰাব ৷

অগপৰ কাৰ্যকৰী সভাপতি কেশব মহন্তই কয় ,সমষ্টিটোত অব্যাহত থকা প্ৰাক নিৰ্বাচনী হিংসাৰ বাবে মুলত দায়ী ৰকিবুল হুছেইন ৷ কিয়নো পূৰ্বে বহু নিৰ্বাচন এই সমষ্টিত দেখিছো ৷প্ৰতিবাৰেই কংগ্ৰেছৰ অতপালিৰ বাবে বিজেপি ,অগপই নিৰ্বাচনী সভা পতাত বাধাৰ সন্মুখীন হৈ আছিল৷ আজিৰ যি পৰিবেশ সৃষ্টি হৈছে । ইয়াৰ প্ৰধান হোতা ৰকিবুল হুছেইন ৷ এইবাৰ চামগুৰিৰ ৰাইজে ডবল ইঞ্জিন চৰকাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক বিপুল ভোটক জয়ী কৰিব ৷ এই জয়ে সমষ্টিটোৰ উন্নয়ন তৰাম্বিত কৰিব বুলি আশা কৰে মন্ত্ৰী মহন্তই ৷

ইপিনে,চামগুৰিত আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী,ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ব্বাবুল হুছেইনেও দাখিল কৰে মনোনয়ন ।

আনহাতে বঙাইগাঁৱত বিশাল সমদলৰে চমক সৃষ্টি কৰি মনোনয়ন দাখিল কৰে অগপ- বিজেপি- ইউপিপিএলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে। তেওঁক সংগ দিয়ে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা,বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী সহ কে’বাগৰাকী বিধায়ক আৰু জ্যেষ্ঠ নেতাই।

বঙাইগাঁৱত কংগ্ৰেছ প্ৰক্ষেপিত প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাও কে’বা সহস্ৰাধিক সমৰ্থকৰে সমদল কৰি ৰিটাৰ্ণি বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷

একেদৰে বিহালীত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই বৃহৎ সমৰ্থকৰে সমদল কৰি বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ ৷ বৰাক সংগ দিয়ে লোকসভাত বিৰোধী উপ-দলপতি গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰা সহ বহু কেই গৰাকী জ্যেষ্ঠ নেতা।

বিহালীৰ অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কূৰ্মীয়েও আজি দাখিল কৰে মনোনয়ন। সহস্ৰাধিক সমৰ্থকৰে পৰিবেষ্টিত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে অসম সন্মিলিত মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞা লুৰিন জ্যোতি গগৈ,চিপিআইএমএলৰ নেতা বিবেক দাস সহ বহু কেই গৰাকী নেতা।

ইফালে একে সময়তে সমষ্টিটোত মনোনয়ন দাখিল কৰে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈয়ে । কে’বা শতাধিক সমৰ্থকৰে সমদল কৰি আহি বিশ্বনাথত দাখিল কৰে মনোনয়ন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Assembly BY ElectionbihaliBongaigaonEight candidates filed their nominationsSamaguriState Five constituencies
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d