Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ex. Cm P K Mahanta’s residence in Rakibul Hussain :প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত পুত্ৰ সহ সাংসদ ৰকিবুল হুছেইন

মহন্ত পুত্ৰ শ্যামন্ত মহন্তৰে মতবিনিময় ৰকিবুলৰ,সাংসদ গৰাকীয়ে স্বাস্থ্যৰ বুজ ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ

publisher by publisher
July 20, 2024
in Uncategorized
Reading Time: 2 mins read
0
Ex. Cm P K Mahanta’s residence in Rakibul Hussain :প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত পুত্ৰ সহ সাংসদ ৰকিবুল হুছেইন
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

Ex. Cm P K Mahanta’s residence in Rakibul Hussain :

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত পুত্ৰ শ্যামন্ত কাশ্যপক কংগ্ৰেছলৈ অনাৰ বাবে ব্যাপক চৰ্চা চলি থকাৰ মাজতে শণিবাৰে দুপৰীয়া ভাগত কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনে পুত্ৰ সহ উপস্থিত হয় দিছপুৰস্থ এম এল এ হোষ্টেলৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰী বাসগৃহত ৷

ADVERTISEMENT

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ফুলাম গামোচা পিন্ধাই ৰকিবুল হুছেইনে স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মহন্তৰ অধিবক্তা পুত্ৰ শ্যামন্ত কাশ্যপৰে বাৰ্তালাপ কৰে ৷ কিছু সময় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ঘৰত কটোৱাৰ পিছতে ধুবুৰীৰ সাংসদ গৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় প্ৰফুল্ল কুমাৰ মহন্তক সাক্ষাৎ কৰাটো সম্পূৰ্ণ সৌজন্যতামূলক ৷ ইয়াত ৰাজনীতিৰ কোনো কথা নাই ।

উল্লেখ্য যে,নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ পৰা দীৰ্ঘদিন ধৰি বিধায়ক আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ ২০২৩ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰে হোৱা বুজাবুজি মৰ্মে বঢ়মপুৰ সমষ্টি বিজেপিক এৰি দিয়ে অগপই ৷ সেই অনুসৰি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰাক পৰাভূত কৰি বিধানসভালৈ নিৰ্বাচিত হয় ৷

আনহাতে ঘটনাক্ৰমে বঢ়মপুৰ সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী তথা জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰে ৷ মহন্তৰ দূৰ্গ স্বৰূপ বঢ়মপুৰৰ কংগ্ৰেছ সম্ভাব্য প্ৰাৰ্থী ৰূপে এপিচিচিয়ে মনে প্ৰাণে বিচাৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ শ্যামন্ত কাশ্যপক ৷ ২০২৬ ৰ পূৰ্বে শ্যামন্তক কংগ্ৰেছত যোগদানৰ পৰিকল্পনা এপিচিচিৰ ৷এনে প্ৰেক্ষাপটত অচিৰেই শ্যামন্ত কাশ্যপে কংগ্ৰেছত যোগ দিব নেকি ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৰাজনীতি মহলত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCEx. Cm P K Mahanta's residenceMp Rakibul Hussain
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d