Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Thousands of colorful clay candles have come from abroad to challenge local pottery artists:থলুৱা মৃৎ শিল্পীক প্রত্যাহ্বান জনাই বহিঃৰাজ্যৰ পৰা আহিছে ৰং- বিৰঙী হেজাৰ হেজাৰ মাটিৰ চাকি

নানাৰঙী বিজুলী বাতিয়েও কঢ়িয়াইছে প্রত্যাহ্বান, বিগত বৰ্ষৰ তুলনাত হ্রাস পাইছে বিক্ৰী, পোহৰৰ উৎসৱক লৈ হাজো- মাজুলীৰ মৃৎ শিল্পীৰ ভীষণ ব্যস্ততা, মূল্যবৃদ্ধিয়ে দীপাৱলীৰ বজাৰত প্ৰভাৱ পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ব্যবসায়ীয়ে

samimsultana by samimsultana
October 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Thousands of colorful clay candles have come from abroad to challenge local pottery artists:থলুৱা মৃৎ শিল্পীক প্রত্যাহ্বান জনাই বহিঃৰাজ্যৰ পৰা আহিছে ৰং- বিৰঙী হেজাৰ হেজাৰ মাটিৰ চাকি
1
SHARES
13
VIEWS
ShareShareShareShare

Thousands of colorful clay candles have come from abroad to challenge local pottery artists:

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। দীপাৱলী উপলক্ষে ৰাজ্যজুৰি প্রস্তুতি চলাৰ সমান্তৰালভাবে মৃৎ শিল্পীসকলৰো ভীষণ ব্যস্ততা বৃদ্ধি পাইছে। মৃৎ শিল্পীসকলৰ হাতৰ পৰশত সৃষ্টি হোৱা হেজাৰ হেজাৰ মাটিৰ চাকিৰে ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে। তাৰ মাজতে থলুৱা মৃৎ শিল্পীসকলক প্রত্যাহ্বান জনাই বহিঃৰাজ্যত উৎপাদিত ৰং বিৰঙী মাটিৰ চাকিৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ।

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটীৰ বজাৰসমূহো থলুৱা মুৎ শিল্পীসকলে প্রস্তুত কৰা দীপাৱলীৰ সামগ্রীবে ভৰি পৰিছে। উত্তৰ-পূবৰ অন্যতম বাণিজ্যিক কেন্দ্রস্থল ফাঁচীবজাৰৰ পৰা আৰম্ভ কৰি গণেশগুৰি, খানাপাৰা, বেলতলা আদি প্রতিটো অঞ্চলৰ পথৰ কাষে কাষে থলুৱা উৎপাদিত দীপাৱলীৰ সামগ্রীবে ভৰি পৰিছে। সমান্তৰালভাৱে কলকাতাৰ পৰা আমদানিকৃত ৰং-বিৰঙি মাটিৰ চাকিৰেও ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ।

RelatedPosts

Guwahati:আজি কালী পূজাৰ লগতে পোহৰৰ উৎসৱ দীপাৱলী

Kamrup Metro Dist will be closed on November 1:দীপাৱলী উপলক্ষে ১নৱেম্বৰত বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ

Rishi Sunak:নিজৰ হিন্দু পৰিচয়ৰ সন্দৰ্ভত মুখ খুলিলে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে

porty 2তাৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা এই চাকিসমূহে থলুৱা চাকিৰ বজাৰখনত প্রভাৱ পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ক্ষুব্ধ ব্যৱসায়ীসকলে। উল্লেখ্য যে মহানগৰীৰ মালিগাঁও, বিজয়নগৰ, কলংপাৰ আদি অঞ্চলৰ মৃৎ শিল্পীসকলে প্রস্তুত কৰি উলিওৱা হেজাৰ হেজাৰ মাটিৰ চাকিৰে ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ। কেৱল গণেশগুৰি উৰণীয়া সেতুৰ তলৰ পৰা গণেশমন্দিৰলৈ পথৰ দুয়োকাষে অর্ধশতাধিক বিপণীত থলুৱা মৃৎ শিল্পীৰে উৎপাদন কৰা প্রায় সাত-আঠ লাখ মাটি চাকিৰে ঠাহ খাই আছে।

কে’বাজনো ব্যৱসায়ীয়ে বিগত বৰ্ষৰ তুলনাত বর্তমানলৈ বজাৰ ভাল নহয় বুলি স্বীকাৰ কৰি অৱশ্যে মাজৰ দুদিনত বজাৰ ভাল হ’ব বুলি আশা প্রকাশ কৰিছে। অৱশ্যে মূল্যবৃদ্ধিৰ ফলত দীপাৱলীৰ বজাৰত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বুলিও কে’বাজনো ব্যৱসায়ীয়ে মন্তব্য কৰে। গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দীপাৱলীৰ সময়ত বিগত প্রায় ২০ বছৰ ধৰি মাটিৰ চাকিৰ ব্যৱসায় চলাই অহা কৰুণা কলিতাই দীপাৱলীৰ বজাৰ যিদৰে হ’ব লাগিছিল, তেনেধৰণৰ হোৱা নাই বুলি মন্তব্য কৰি কয় যে এইবাৰ তেওঁ মালিগাঁৱৰ পৰা সৰু-বৰ প্রায় ৩০ হেজাৰ মাটি চাকি আনিছে।

এশটা সৰু তেল চাকি দুশ টকাৰ পৰা আৰম্ভ কৰি তেওঁ বিক্ৰী কৰিছে; কিন্তু ব্যবসায় বিগত বৰ্ষৰ দৰে নহয় বুলি তেওঁ উল্লেখ কৰি কয় যে হয়তো মাটিৰ চাকিৰ দোকান বৃদ্ধি পোৱাৰ বাবে বিক্রী হ্রাস পাইছে যেন অনুভৱ হৈছে; কিন্তু গ্রাহকসকলক দেখিলে মূল্যবৃদ্ধিয়ে প্রভাৱ পেলোৱা যেন লাগে। বিশেষকৈ তেল চাকি পূর্বতে যিদৰে শ হিচাপত বিক্ৰী হৈছিল, এইবাৰ এজন গ্রাহকে ৩০টা, ৪০টাহে ক্রয় কৰা দেখিবলৈ পোৱা গৈছে। কে’বাজনো গ্রাহকে আনকি তেলৰ যি দাম কি চাকি জ্বলাব বুলিও মন্তব্য কৰা দেখা গৈছে।

poetry 3তথাপিও আৰু যিহেতু দুটা দিন আছে, সেয়ে বজাৰ ভাল হ’ব বুলি তেওঁ মনত আশা পুহি ৰাখিছে। আন এজন ব্যবসায়ী অতুল ডেকাই এইবাৰ প্রায় পাঁচ হেজাৰ চাকি বিক্ৰীৰ বাবে আনিছে যদিও পূৰ্বৰ দৰে বজাৰ নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে মূল্যবৃদ্ধিৰ লগতে কলকাতাৰ পৰা অহা ৰং-বিৰঙৰ মাটিৰ চাকি, নানা ৰঙৰ বিজুলী বাতি আদিয়ে থলুৱা উৎপাদিত মাটিৰ চাকিৰ বজাৰখনত প্ৰভাৱ পেলোৱা বুলি একাংশ ব্যৱসায়ীয়ে দাবী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: abroad to challenge local pottery artistsDipawaliThousands of colorful clay candles
samimsultana

samimsultana

Related Posts

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

April 29, 2026
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d