Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Thousands of colorful clay candles have come from abroad to challenge local pottery artists:থলুৱা মৃৎ শিল্পীক প্রত্যাহ্বান জনাই বহিঃৰাজ্যৰ পৰা আহিছে ৰং- বিৰঙী হেজাৰ হেজাৰ মাটিৰ চাকি

নানাৰঙী বিজুলী বাতিয়েও কঢ়িয়াইছে প্রত্যাহ্বান, বিগত বৰ্ষৰ তুলনাত হ্রাস পাইছে বিক্ৰী, পোহৰৰ উৎসৱক লৈ হাজো- মাজুলীৰ মৃৎ শিল্পীৰ ভীষণ ব্যস্ততা, মূল্যবৃদ্ধিয়ে দীপাৱলীৰ বজাৰত প্ৰভাৱ পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ব্যবসায়ীয়ে

samimsultana by samimsultana
October 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Thousands of colorful clay candles have come from abroad to challenge local pottery artists:থলুৱা মৃৎ শিল্পীক প্রত্যাহ্বান জনাই বহিঃৰাজ্যৰ পৰা আহিছে ৰং- বিৰঙী হেজাৰ হেজাৰ মাটিৰ চাকি
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:আজি কালী পূজাৰ লগতে পোহৰৰ উৎসৱ দীপাৱলী

Kamrup Metro Dist will be closed on November 1:দীপাৱলী উপলক্ষে ১নৱেম্বৰত বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ

Rishi Sunak:নিজৰ হিন্দু পৰিচয়ৰ সন্দৰ্ভত মুখ খুলিলে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে

Thousands of colorful clay candles have come from abroad to challenge local pottery artists:

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। দীপাৱলী উপলক্ষে ৰাজ্যজুৰি প্রস্তুতি চলাৰ সমান্তৰালভাবে মৃৎ শিল্পীসকলৰো ভীষণ ব্যস্ততা বৃদ্ধি পাইছে। মৃৎ শিল্পীসকলৰ হাতৰ পৰশত সৃষ্টি হোৱা হেজাৰ হেজাৰ মাটিৰ চাকিৰে ৰাজ্যৰ বজাৰসমূহ ভৰি পৰিছে। তাৰ মাজতে থলুৱা মৃৎ শিল্পীসকলক প্রত্যাহ্বান জনাই বহিঃৰাজ্যত উৎপাদিত ৰং বিৰঙী মাটিৰ চাকিৰে উভৈনদী হৈ পৰিছে ৰাজ্যৰ বজাৰসমূহ।

ADVERTISEMENT

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটীৰ বজাৰসমূহো থলুৱা মুৎ শিল্পীসকলে প্রস্তুত কৰা দীপাৱলীৰ সামগ্রীবে ভৰি পৰিছে। উত্তৰ-পূবৰ অন্যতম বাণিজ্যিক কেন্দ্রস্থল ফাঁচীবজাৰৰ পৰা আৰম্ভ কৰি গণেশগুৰি, খানাপাৰা, বেলতলা আদি প্রতিটো অঞ্চলৰ পথৰ কাষে কাষে থলুৱা উৎপাদিত দীপাৱলীৰ সামগ্রীবে ভৰি পৰিছে। সমান্তৰালভাৱে কলকাতাৰ পৰা আমদানিকৃত ৰং-বিৰঙি মাটিৰ চাকিৰেও ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ।

তাৰ মাজতে বহিঃৰাজ্যৰ পৰা অহা এই চাকিসমূহে থলুৱা চাকিৰ বজাৰখনত প্রভাৱ পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ক্ষুব্ধ ব্যৱসায়ীসকলে। উল্লেখ্য যে মহানগৰীৰ মালিগাঁও, বিজয়নগৰ, কলংপাৰ আদি অঞ্চলৰ মৃৎ শিল্পীসকলে প্রস্তুত কৰি উলিওৱা হেজাৰ হেজাৰ মাটিৰ চাকিৰে ভৰি পৰিছে মহানগৰীৰ বজাৰসমূহ। কেৱল গণেশগুৰি উৰণীয়া সেতুৰ তলৰ পৰা গণেশমন্দিৰলৈ পথৰ দুয়োকাষে অর্ধশতাধিক বিপণীত থলুৱা মৃৎ শিল্পীৰে উৎপাদন কৰা প্রায় সাত-আঠ লাখ মাটি চাকিৰে ঠাহ খাই আছে।

কে’বাজনো ব্যৱসায়ীয়ে বিগত বৰ্ষৰ তুলনাত বর্তমানলৈ বজাৰ ভাল নহয় বুলি স্বীকাৰ কৰি অৱশ্যে মাজৰ দুদিনত বজাৰ ভাল হ’ব বুলি আশা প্রকাশ কৰিছে। অৱশ্যে মূল্যবৃদ্ধিৰ ফলত দীপাৱলীৰ বজাৰত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বুলিও কে’বাজনো ব্যৱসায়ীয়ে মন্তব্য কৰে। গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত দীপাৱলীৰ সময়ত বিগত প্রায় ২০ বছৰ ধৰি মাটিৰ চাকিৰ ব্যৱসায় চলাই অহা কৰুণা কলিতাই দীপাৱলীৰ বজাৰ যিদৰে হ’ব লাগিছিল, তেনেধৰণৰ হোৱা নাই বুলি মন্তব্য কৰি কয় যে এইবাৰ তেওঁ মালিগাঁৱৰ পৰা সৰু-বৰ প্রায় ৩০ হেজাৰ মাটি চাকি আনিছে।

এশটা সৰু তেল চাকি দুশ টকাৰ পৰা আৰম্ভ কৰি তেওঁ বিক্ৰী কৰিছে; কিন্তু ব্যবসায় বিগত বৰ্ষৰ দৰে নহয় বুলি তেওঁ উল্লেখ কৰি কয় যে হয়তো মাটিৰ চাকিৰ দোকান বৃদ্ধি পোৱাৰ বাবে বিক্রী হ্রাস পাইছে যেন অনুভৱ হৈছে; কিন্তু গ্রাহকসকলক দেখিলে মূল্যবৃদ্ধিয়ে প্রভাৱ পেলোৱা যেন লাগে। বিশেষকৈ তেল চাকি পূর্বতে যিদৰে শ হিচাপত বিক্ৰী হৈছিল, এইবাৰ এজন গ্রাহকে ৩০টা, ৪০টাহে ক্রয় কৰা দেখিবলৈ পোৱা গৈছে। কে’বাজনো গ্রাহকে আনকি তেলৰ যি দাম কি চাকি জ্বলাব বুলিও মন্তব্য কৰা দেখা গৈছে।

তথাপিও আৰু যিহেতু দুটা দিন আছে, সেয়ে বজাৰ ভাল হ’ব বুলি তেওঁ মনত আশা পুহি ৰাখিছে। আন এজন ব্যবসায়ী অতুল ডেকাই এইবাৰ প্রায় পাঁচ হেজাৰ চাকি বিক্ৰীৰ বাবে আনিছে যদিও পূৰ্বৰ দৰে বজাৰ নাই বুলি মন্তব্য কৰে। উল্লেখ্য যে মূল্যবৃদ্ধিৰ লগতে কলকাতাৰ পৰা অহা ৰং-বিৰঙৰ মাটিৰ চাকি, নানা ৰঙৰ বিজুলী বাতি আদিয়ে থলুৱা উৎপাদিত মাটিৰ চাকিৰ বজাৰখনত প্ৰভাৱ পেলোৱা বুলি একাংশ ব্যৱসায়ীয়ে দাবী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: abroad to challenge local pottery artistsDipawaliThousands of colorful clay candles
samimsultana

samimsultana

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d