Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Devastating fires in several parts of the state on Diwali night:দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যৰ কে’বা স্থানটো বিধ্বংসী অগ্নিকাণ্ড

অগ্নিদগ্ধ হৈ মৃত্যু এজন লোকৰ, তিনিচুকীয়াত পথৰ ওপৰত ৰৈ থকা টেংকাৰত অগ্নিকাণ্ড

samimsultana by samimsultana
November 1, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Devastating fires in several parts of the state on Diwali night:দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যৰ কে’বা স্থানটো বিধ্বংসী অগ্নিকাণ্ড
2
SHARES
15
VIEWS
ShareShareShareShare

Devastating fires in several parts of the state on Diwali night:

দীপাৱলীৰ উছাহৰ মাজতে গুৱাহাটী মহানগৰী সহ ৰাজ্যৰ কে’বা ঠাইত সংঘটিত হোৱা অগ্নিকাণ্ডত কে’বাজনো লোক হতাহত হোৱাৰ লগতে জুইত ভস্মীভূত হয় বহু লাখ টকাৰ সা- সম্পত্তি ৷

ADVERTISEMENT

দীপাৱলীৰ নিশা মহানগৰীৰ বেহাৰবাৰী শৰ্মা কাটাৰৰ সমীপত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ এটা পুৰণি টায়াৰৰ গুদামৰ পৰা সুত্ৰপাত হোৱা জুয়ে আগুৰি ধৰে কে’বাটাও বাসগৃহ ৷ ফলত মুহূৰ্ততে ভস্মীভূত হয় আবাসগৃহ কেইটা ৷ অৱশ্যে পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

RelatedPosts

No Content Available

moran godamআনহাতে,দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে শিৱসাগৰৰ মাজমজিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ৭নং ৱাৰ্ডৰ লক্ষীপ্ৰিয়া পথৰ প্ৰায় ১১টাকৈ ভাড়াঘৰত হোৱা জুইত অগ্নিদগ্ধ হয় দুজনকৈ লোক। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনে চিকিৎসালয়ত মৃত্যুৰ স’তে যুঁজিছে ৷ জুইত জাঁহ যায় আটাইকেইটা বাসগৃহ ৷

দীপাৱলীৰ নিশাই এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় মৰাণত ৷ দ্বাৰিকা এনক্লেভৰ দ্বিতীয় মহলাত থকা চিল্কালেণ্ড নামৰ এখন কাপোৰ দোকানত জুয়ে পলকতে আগুৰি লয় বস্ত্ৰ দোকান খনৰ গুদামঘৰ। প্ৰাপ্ত খবৰ অনুসৰি আতচবাজীৰ ফিৰিঙতি গুদামত পৰাৰ ফলতে জুইৰ সূত্রপাতৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ অগ্নিকাণ্ডৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

sisagar bharagharইপিনে, পোহৰৰ উৎসৱৰ দিনটোৰ সন্ধিয়া তিনিচুকীয়াতো সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা । হিজুগুৰি ভিআইপি পথত ৰখাই থোৱা টেংকাৰত হঠাতে জুই লাগে । বিধ্বংসী জুইত সম্পূৰ্ণৰূপে জাঁহ যায় টেংকাৰখন।

tinsukia

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Devastating firesDiwali nightseveral parts of the state
samimsultana

samimsultana

Related Posts

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d