Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sonowal Visited the flood victims from Guijan Ghat in Tinsukia to Mulukgaon: নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

আশ্রয় শিবিৰত স্বচ্ছতা বজাই ৰখাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা তৎপৰতাৰে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে সোণোৱালে

publisher by publisher
July 4, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Union Minister Sonowal Visited the flood victims from Guijan Ghat in Tinsukia to Mulukgaon: নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

Tinsukia:তিনিচুকীয়াৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানত গুৱাহাটীৰ আঠজনীয়া জিএছটি দলৰ অভিযান

Union Minister Sonowal Visited the flood victims from Guijan Ghat in Tinsukia to Mulukgaon:

বর্ধিত বান পৰিস্থিতিয়ে ৰাজ্যখনৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰো বিভিন্ন অঞ্চল প্ৰভাৱিত কৰিছে। এই প্রতিকূল পৰিৱেশৰ মাজত আজি কেন্দ্রীয় কেবিনেট মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। তদুপৰি তিনিটা বান সাহায্য শিবিৰতো তেখেতে উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে কথা পাতি ক্ষয়-ক্ষতিৰ বুজ লয়।

ADVERTISEMENT

ৰাইজক সকাহ দিবলৈ সময়মতে সাহায্য সামগ্রী বিতৰণ, স্বাস্থ্যসেৱাৰ সুবিধা, বয়োজ্যেষ্ঠ আৰু শিশুসকলৰ বিশেষ যতন লোৱা, আশ্রয় শিবিৰত স্বচ্ছতা বজাই ৰখাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা তৎপৰতাৰে উপলব্ধ কৰি ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেখেতে নির্দেশ দিয়ে। নাৱেৰে তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা মুলুকগাঁৱলৈ যাত্ৰা কৰি বানাক্ৰান্তৰ অৱস্থাৰো বুজ ল’লে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে।

সোণোৱালে উল্লেখ কৰে, “কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতি গুৰুত্বসহকাৰে অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যৌথভাৱে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অতি উদ্বিগ্নতাৰে ৰাজ্য চৰকাৰৰ পৰা অসমৰ বান পৰিস্থিতিৰ সঘনাই বুজ লৈ আছে। বানপানীৰ সময়ছোৱাত ৰাইজৰ সুবিধার্থে সাহায্য তথা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে, সকলোধৰণৰ জৰুৰীকালীন সহায়-সহযোগিতা, সেৱা উপলব্ধ কৰা হৈছে।

বানপানী হ্রাস পোৱাৰ পাছত ক্ষতিপূৰণকে ধৰি অন্যান্য সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰতো চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰিব। তদুপৰি ভগ্ন মথাউৰিৰ মেৰামতিৰ দিশটো তৎপৰতাৰে ত্বৰান্বিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছোঁ।

বান পৰিস্থিতি পৰিদৰ্শনৰ এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলচ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, হাউছিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, জিলা উপায়ুক্ত, বিজেপি অসম প্রদেশ সমিতিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য সতীৰ্থসকল আৰু বিষয়াসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guijan GhatMulukgaonTinsukiaUnion Minister Sonowal Visited the flood victims
publisher

publisher

Related Posts

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d