Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

There is speculation about the expansion of the cabinet in Dispur:দিছপুৰত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ জল্পনা-কল্পনা

উপ- নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰীয়ে অন্তত:দুটা পদ পূৰণ কৰিব বুলি দিছপুৰত চৰ্চা, জুলাইতো স্বয়ং ড: শৰ্মাই ঘোষণা কৰিছিল যদিও মূৰকত নতুন মন্ত্রী অন্তর্ভুক্ত নহ'ল

samimsultana by samimsultana
November 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
CM inaugurates LED streetlight project in Guwahati:গুৱাহাটীত এলইডি ষ্ট্ৰীটলাইট প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ
1
SHARES
11
VIEWS
ShareShareShareShare

There is speculation about the expansion of the cabinet in Dispur:

দিছপুৰত পুনৰ আৰম্ভ হৈছে মন্ত্রীসভা সম্প্ৰসাৰণ কেন্দ্রিক চর্চা। একাংশ বিধায়ক আৰু মন্ত্ৰীৰ মাজতো অব্যাহত থকা চর্চা অনুসৰি, মন্ত্রীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে; অৱশ্যে কোনেও এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পৰা এই পর্যন্ত নিশ্চিত তথ্য লাভ কৰা নাই। আকৌ মুখ্যমন্ত্ৰীৰ ওপৰতো বহুতৰ আছে প্রশ্নবোধক চিহ্ন। ইয়াৰ পূৰ্বে যোৱা জুলাইত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই নিজেই ঘোষণা কৰা অনুসৰি, যোৱা ১৫ আগষ্টত নতুন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তেলন কৰিব লাগিছিল। অথচ শেষত মুখ্যমন্ত্ৰীৰ কথাই নৰজিল।

ADVERTISEMENT

তথাপি এইবাৰ চৰ্চা অলপ বিশেষ ধৰণে হৈছে। অসম বিধানসভাকো সেই চর্চাই বাৰুকৈয়ে স্পৰ্শ কৰিছে। কিয়নো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নাম সম্ভাব্য নতুন মন্ত্ৰীৰ তালিকাত চর্চিত হৈছে। গতিকে দৈমাৰীৰ স্থানত অসম বিধানসভাই আদৰিব লাগিব এজন নতুন অধ্যক্ষক।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

উল্লেখ্য যে ২০২৬ৰ বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ডেৰ বছৰহে আছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ কাম-কাজৰ গতিও সাধাৰণতে ত্বৰান্বিত হয়। আকৌ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ বহু আগতীয়া হ’লেও এতিয়াৰ পৰাই তৎপৰতা বৃদ্ধি হৈছে। গতিকে বিৰোধী দলৰ তৎপৰতাৰ লগে লগে চৰকাৰৰো তৎপৰতা বৃদ্ধি হ’ব। ইতিমধ্যে তেনে তৎপৰতা চৰকাৰৰ মাজত আৰম্ভ হৈছে ।

এনে পৰিৱেশত মন্ত্ৰীসকলৰ দায়িত্ব যিহেতু বৃদ্ধি হৈছে, সেয়েহে খালী থকা পদবোৰো পূৰণ কৰাৰ চাহিদা বাঢ়িছে। মুখ্যমন্ত্রীক বাদ দি বর্তমানে অসম চৰকাৰত থকা মন্ত্ৰীৰ সংখ্যা হ’ল ১৪ গৰাকী। গতিকে চাৰিটা পদ এতিয়াও খালী আছে। গতিকে চাৰিজন মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব বৰ্তমানৰ মন্ত্ৰীসকলেই বহন কৰিবলগীয়া হোৱাত কামত তাৰ নেতিবাচক প্রভাব পৰিছে।

দিছপুৰৰ সূত্ৰ অনুসৰি, চাৰিটা পদ খালী থাকিলেও এইবাৰতে আটাইকেইটা পদ পূৰণ হোৱাৰ সম্ভাৱনা ক্ষীণ। সদ্যহতে দুটা পদ পূৰণৰ সম্ভাৱনা আছে বুলি চর্চা চলিছে। ইয়াৰে এটা পদ বৰাক উপত্যকাৰ পৰা পূৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো পৰিমল শুক্লবৈদ্য সাংসদ নির্বাচিত হোৱাৰ লগে লগে সমগ্ৰ বৰাক উপত্যকা অসম চৰকাৰত মন্ত্ৰী শূন্য হৈ পৰে। সেয়েহে বৰাকৰ পৰা এজন মন্ত্রী হোৱাটো নিশ্চিত।

মন্ত্রীশূন্য হৈ থকাৰ বাবে বৰাকত প্রতিক্রিয়াও অব্যাহত আছে। অথচ সামগ্রিকভাৱে বৰাক উপত্যকা হ’ল বিজেপিৰ ভোট বেংকৰ অন্যতম কেন্দ্র। শেহতীয়াকৈ ৰঞ্জিত কুমাৰ দাসকে ধৰি যিকেইজন মন্ত্ৰী বৰাক উপত্যকা ভ্ৰমণৰ বাবে গৈছিল, তেওঁলোক সকলোৱে বৰাক মন্ত্রী শূন্য হোৱাৰ আপত্তিৰ সম্মুখীন হয়।

আনহাতে, কংগ্রেছে এই বিষয়টোক লৈ উপত্যকাটোত ইতিমধ্যে আবেগৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি বিজেপি দল আৰু চৰকাৰ অৱগত হৈছে। গতিকে এই আটাইবোৰ দিশ বিবেচনা কৰি বৰাকৰ পৰা সোনকালে এজন বিধায়কক অসম চৰকাৰৰ মন্ত্রীসভাত স্থান দিয়াৰ বাবে মুখ্যমন্ত্রী আগ্রহী আৰু সেই বিষয়ে দলীয় মঞ্চতো তেওঁৰ ভাব ব্যক্ত কৰিছে।

এনে সময়তে উত্থাপিত প্রশ্নটো হ’ল-মন্ত্ৰী হোৱাৰ সৌভাগ্য কোনজন বিধায়কৰ কপালত ফুলিব? যোৱা লোকসভা নির্বাচনত পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাবলৈ যাওঁতে মুখ্যমন্ত্রী ড: শৰ্মাই কৰিমগঞ্জৰ পাথাৰকান্দিৰ এখন প্ৰচাৰ সভাত ঘোষণা কৰিছিল যে সমষ্টিটোৰ বিধায়ক কৃষ্ণেন্দু পাল অসম চৰকাৰৰ মন্ত্ৰী হ’ব। স্বয়ং মুখ্যমন্ত্ৰীৰ সেই ঘোষণাত উৎফুল্লিত হৈ পৰা বিধায়ক পাল আজিও মন্ত্রী হোৱাৰ গভীৰ প্ৰত্যাশাত বন্দী হৈ আছে।

অৱশ্যে দিছপুৰত হোৱা চৰ্চা অনুসৰি, পালৰ মন্ত্ৰী হোৱাৰ সম্ভাৱনা উজ্জ্বল। মুখ্যমন্ত্রীৰো অন্যতম ঘনিষ্ঠ হ’ল বিধায়ক পাল। ইপিনে, মন্ত্রী হোৱাৰ দুৰ্বাৰ আকাংক্ষাত ডুবি আহিছে বিধানসভাৰ অধ্যক্ষ দৈমাৰী। শৰ্মা চৰকাৰ গঠনৰ সময়তে মন্ত্রীসভাত অন্তর্ভুক্ত হ’বলৈ দৈমাৰীয়ে আপ্রাণ চেষ্ট চলাইছিল; কিন্তু সফল নহ’ল। ইয়াকে লৈ গভীৰ অসন্তুষ্টিত ভোগা দৈমাৰীক বিধানসভাৰ অধ্যক্ষ পতা হয়। তাৰ পাছতো দৈমাৰীৰ চেষ্টা অব্যাহত থাকে। এইবাৰ সেই আশা পূৰণ হ’ব বুলি দৈমাৰীয়ে নিজেই ভাবে আৰু তেওঁক লৈয়ো চৰ্চা আৰম্ভ হৈছে।

আকৌ মন্ত্ৰী হোৱাৰ দুৰ্বাৰ আকাংক্ষা কৰি আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। ইতিমধ্যে এবাৰ মন্ত্ৰীৰ আসনত বহা কলিতাই পুনৰ সেই আসন দখলৰ চেষ্টা অব্যাহত ৰাখিছে। স্বয়ং ৰাজ্যিক বিজেপিৰ মজিয়াতে হোৱা চর্চা অনুসৰি, সভাপতিৰ পদটো কলিতাৰ বাবে এতিয়া গৌণ। মন্ত্রিত্ব লাভৰ বাবেহে তেওঁৰ চেষ্টা অব্যাহত আছে।

এই প্রসংগতে উল্লেখ্য যে যদি বিশ্বজিৎ দৈমাৰী মন্ত্ৰী হয়, তেতিয়া বিধানসভাৰ অধ্যক্ষ কোন হ’ব ? বিজেপিৰ মহলত হোৱা আলোচনা মর্মে বিধানসভাৰ নতুন অধ্যক্ষ হ’ব জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী। তেতিয়া পুনৰ এটা মন্ত্রী পদ খালী হ’ব। সেই পদটোতে হয়তো ভবেশ কলিতাক সংস্থাপিত কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDispurexpansion of the cabinet
samimsultana

samimsultana

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d