Jorhat Development Authority Chairman Prashanta Goswami resigns:
যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্রশান্ত গোস্বামীৰ পদত্যাগ। এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত কেইদিনমান পূৰ্বে দ্বিতীয়টো কাৰ্যকালৰ বাটে দায়িত্বত অধিষ্ঠিত হৈছিল গোস্বামী ৷
ADVERTISEMENT
প্ৰশান্ত গোস্বামীয়ে হঠাতে কৰা পদত্যাগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাটত ৷ কি কাৰণে পদত্যাগ কৰিলে এই পৰ্যন্ত সদৰি কৰা নাই গোস্বামীয়ে।