Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jorhat Truck Terminus : নগৰৰ মাজমজিয়াৰ পৰা ট্ৰাক ষ্টেণ্ড আইলামুখীয়াৰ ট্ৰাক টাৰ্মিনাছলৈ স্থানান্তৰৰ পথ প্ৰশস্ত

উপায়ুক্ত-জে ডি এ-ৰ সভাপতিৰ উদ্যোগত আঢ়ৈ দশকজোৰা অচলাৱস্থাৰ অৱসান, পট্টাদাৰক ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ

publisher by publisher
October 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
Jorhat Truck Terminus : নগৰৰ মাজমজিয়াৰ পৰা ট্ৰাক ষ্টেণ্ড আইলামুখীয়াৰ ট্ৰাক টাৰ্মিনাছলৈ স্থানান্তৰৰ পথ প্ৰশস্ত
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

Prominent journalist and writer Nitya Bora passes away:বিশিষ্ট সাংবাদিক, লেখক নিত্য বৰাৰ দেহাৱসান

যোৰহাটত ভয়ংকৰ বিস্ফোৰণ: নিহত এজন, আহত দুগৰাকী মহিলা

Jorhat Truck Terminus :

সুদীৰ্ঘ ২৫ টা বছৰে ক্ষতিপূৰণ লাভ কৰাৰ পৰা বঞ্চিত হৈ থকা ট্ৰাক টাৰ্মিনাচৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ গৰাকীয়ে অতি শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ প্ৰাপ্য । ইতিমধ্যে ৬৩ গৰাকী পট্টাদাৰক তেওঁলোকৰ অধিগৃহিত ভূমিৰ বাবদ ধার্য কৰা ১০ কোটি ১৭ লাখ টকা সাজু তোলাৰ উপৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে ।

ADVERTISEMENT

অতি কম দিনৰ ভিতৰতে মাটিৰ গৰাকীসকলক ক্ষতিপূৰণৰ ধন প্ৰদান কৰা হ’ব বুলি দৈনিক অগ্ৰদূতক জনাইছে জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।

উল্লেখযোগ্য যে ১৯৯৭ তে যোৰহাট উন্নয়ন প্ৰাধিকৰণে (জে ডি এ) নগৰৰ মাজমজিয়াৰ পৰা ট্ৰাক ষ্টেণ্ডটো স্থানান্তৰ কৰা উদ্দেশ্যে নগৰৰ পূৱ দিশৰ কেন্দুগুৰি বাইপাছৰ সমীপৰ আইলামুখীয়াত ৬৩ জন কৃষকৰপৰা ৭৮ বিঘা এক কঠা ১৯ লোচা কৃষি ভূমি অধিগ্ৰহণ কৰা হয় । কিন্তু দীৰ্ঘম্যাদী পৰিকল্পনা আৰু সময় সাপেক্ষ সিদ্ধান্তৰ অভাৱত অধিগৃহিত ভূমিৰ গৰাকী আৰু জে ডি এ-ৰ মাজত আৰম্ভ হয় সংঘাতৰ । বিষয়টো গৈ আদালতৰ মজিয়াও পায়গৈ । পৰিণতিত বহু কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া অভিলাষী ট্ৰাক টাৰ্মিনাচ প্ৰকল্পৰ ভৱিষ্যত অন্ধকাৰাছন্ন হৈ পৰে ।

কিন্তু শেহতীয়াকৈ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু জে ডি এ-ৰ সভাপতি প্ৰশান্তজ্যোতি গোস্বামীৰ তৎপৰতাত ক্ৰমে অচল মুদ্ৰাত পৰিণত হোৱা যোৰহাটবাসীৰ বহু আকাংক্ষিত ট্ৰাক টাৰ্মিনাছৰ বিষয়টোৱে সাৰ পাই উঠে আৰু একে সময়তে দুটাকৈ জ্বলন্ত সমস্যা সমাধানৰ দিশে আগবাঢ়িছে । সকলো ঠিকে থাকে থাকিলে অহা দুটা বছৰৰ ভিতৰত নগৰৰ এটা আহুকলিয়া সমস্যা চিৰ দিনৰ বাবে নাইকিয়া হৈ পৰিব ।

মনকৰিবলগীয়া যে ১৯৯৭ত অধিগ্ৰহণ কৰা ভূমিৰ গৰাকী তথা দুখীয়া কৃষকসকলে জে ডি এ-ৰ তদানীন্তন কৰ্তৃপক্ষৰ ভুলৰ বাবে বিগত সময়ত ভূমিৰ ক্ষতিপূৰণ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছিল । ২০১৩তে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভূমিৰ গৰাকীক ক্ষতিপূৰণ দিবলৈ নির্দেশ দিয়ে যদিও পুঁজিৰ অভাৱকে ধৰি বিভিন্ন অজুহাতত সেয়া কাৰ্যকৰী হৈ উঠা নাছিল । অৱশ্যে ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিবলৈ দুই কোটি টকা আগবঢ়াইছিল যদিও অৱশিষ্ট আঠ কোটি ১৭ লাখ টকা সংগ্রহ কৰিব পৰা নাছিল সেই সময়ৰ জে ডি এ কৰ্তৃপক্ষই ।

কিন্তু গোস্বামীয়ে জে ডি এৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ছবিখন সম্পূৰ্ণৰূপে সলনি হৈ পৰে । বছৰৰ পাছত বছৰ মাহেকীয়া দৰমহাৰ পৰা বঞ্চিত জে ডি এ-ৰ কৰ্মচাৰীক এতিয়া কেৱল নিয়মীয়াকৈ দৰমহা দিয়াই নহয়, সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি দৰমহা দি থকা হৈছে ।

ৰাজহ সংগ্ৰহৰ পৰিমাণো অভাৱনীয় হাৰত বৃদ্ধি পায় । যাৰ বাবে ক্ষতিগ্ৰস্ত পট্টাদাৰক দিবলৈ নিজা উৎসৰ পৰা আঠ কোটি ১৭ লাখকৈ টকা জমা কৰিবলৈ সক্ষম হৈছে জে ডি এ ।

জে ডি এ-ৰ এই অভূতপূৰ্ব উত্তৰণৰ বাবেই দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা পট্টাদাৰে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ড স্থানান্তৰ কৰা আৰু আইলামুখীয়াত বহু চৰ্চিত ট্ৰাক টাৰ্মিনাছ মুকলি হোৱাটো নিশ্চিত হৈ পৰিলে ।

জে ডি এ-ৰ সভাপতি গোস্বামীয়ে দৈনিক অগ্ৰদূতক জনোৱা মতে, আগন্তুক ২০২৪ৰ প্ৰথম ভাগত টাৰ্মিনাছটো মুকলি কৰাৰ সময়-সীমা স্থিৰ কৰা হৈছে আৰু সেই লক্ষ্যৰে টাৰ্মিনাছৰ চৌহদত ৮০টাকৈ গুদাম ঘৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত মাটি আবণ্টন দিয়া হয় ।

অহা ডিচেম্বৰত গুদাম নিৰ্মাণৰ বাবে মাটি গৰাকীক চমজাই দিয়া হ’ব বুলি উল্লেখ কৰি গোস্বামীয়ে কয় যে দুটা বছৰৰ ভিতৰত গুদামসমূহৰ নিৰ্মাণ হৈ উঠিব বুলি আশা কৰা হৈছে ।

উল্লেখযোগ্য যে ট্ৰাক টাৰ্মিনাছটোৰ আভ্যন্তৰীণ বাট-পথ, গুড্‌ছ য়াৰ্ডকে ধৰি কিছু আন্তঃগাঁথনিগত কাম ইতিপূৰ্বে সম্পূৰ্ণ হৈ আছে । বাকী আছিল মাথোঁ গুদাম নিৰ্মাণৰ কাম । এতিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

গুদামসমূহ সাজু হৈ উঠা মানেই ট্ৰাক টাৰ্মিনাছ আৰম্ভ হোৱা । সেয়া হৈ উঠিলেই যোৰহটীয়া ৰাইজৰ বহুদিনীয়া এটা সপোন দিঠকত পৰিণত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JDAJORHATPrasanta Jyoti GoswamiTruck Terminus
publisher

publisher

Related Posts

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’
India

মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d