Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Widespread election violence in Samaguri: চামগুৰিত ব্যাপক নিৰ্বাচনী হিংসা অব্যাহত

ৰকিবুল হুছেইনৰ ঘনিষ্ঠ দুই কংগ্ৰেছ নেতাৰ বাসগৃহত দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ, ভাঙি চুৰমাৰ কৰিলে কে'বাখনো বাহন সহ ঘৰৰ সা- সামগ্ৰী

samimsultana by samimsultana
November 9, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Widespread election violence in Samaguri: চামগুৰিত ব্যাপক নিৰ্বাচনী হিংসা অব্যাহত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Renowned Singar surya das Passes Away:মানুহ দেখিছোঁ আজি বহুত মানুহ’ৰ স্ৰষ্টা গণশিল্পী সূৰ্য্য দাসৰ দেহাৱসান

At least 10 hills destroyed in Guwahati Pamohi:পামহিত ধূলিসাৎ কমেও ১০ খন পাহাৰ !

ADVERTISEMENT

Widespread election violence in Samaguri:

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হাইভল্টেজ সমষ্টি ৰূপে পৰিচিত হৈ পৰা চামগুৰি নিৰ্বাচনী হিংসা বৃদ্ধি পাইছে ৷ নিৰ্বাচনী হিংসাজৰ্জৰ চামগুৰিত শাসক- বিৰোধীৰ পৰস্পৰক আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৷ ক্ষমতাৰ দৌৰত মত্ত একাংশৰ বিবেচনাহীন নিৰ্বাচনকেন্দ্ৰীক হিংসা – প্ৰতিহিংসাই সম্প্ৰতি চামগুৰিৰ সামাজিক পৰিবেশ বিনষ্ট কৰি পেলাইছে।

ব্যাপক নিৰ্বাচনী হিংসাই শুকুৰবাৰে নিশা জোকাৰি গ’ল নিৰ্বাচনমুখী চামগুৰিক। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ঘনিষ্ঠ দুজনকৈ কংগ্ৰেছ নেতা সন্তোষ কুমাৰ গুপ্তা আৰু ওছমান আলীৰ ঘৰত নিশা অচিনাক্ত দুৰ্বৃত্তই চলালে ভয়ংকৰ আক্ৰমণ।দুই কংগ্ৰেছী নেতাই অভিযোগ কৰা মতে,যোৱা নিশা হাতে-হাতে ৰ’ড, লাঠী আৰু চোকা জাতীয় অস্ত্ৰ লৈ প্ৰায় কুৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকৰ বাসগৃহত তাণ্ডৱলীলা ৷ আনকি ওছমান আলীৰ বাজিয়াগাঁওৰ ঘৰত থকা চিচিটিভিত বন্দী হৈছে সমস্ত দৃশ্যাৱলী ৷ নিশা ঘৰৰ চৌহদৰ দেৱাল পাৰ হৈ প্ৰৱেশ কৰিছিল দুৰ্বৃত্তৰ দলটো। ওছমান আলীৰ ঘৰৰ চৌহদত থকা কে’বা খনো বাসন সহ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ।

একেদৰে বৃহৎ দুৰ্বৃত্তই দলটোৱে ইয়াৰ পিছত কংগ্ৰেছৰ আন এজন নেতা সন্তোষ কুমাৰ গুপ্তাৰ আমনি তিনিআলীৰ ঘৰতো প্ৰৱেশ কৰি ভীতি প্ৰদৰ্শন কৰি এফালৰ পৰা সকলো সা- সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বাসগৃহৰ চৌহদত থকা চাৰিখনকৈ বাহন ভাঙি চুৰমাৰ কৰে ৷ ইপিনে দুই কংগ্ৰেছ নেতাই অভিযোগ কৰা মতে কুৰিজনীয়া দুৰ্বৃত্তৰ দলটো বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী ৷ এই ঘটনাৰ পিছত আজি ঘটনাস্থলীত চামগুৰিৰ কংগ্ৰেছী প্ৰাৰ্থী ওচমানৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ মন্তব্য কৰে যে,নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত বিজেপিৰ পোহনীয়া গুণ্ডাই আমাৰ কৰ্মীক টাৰ্গেট কৰি ইটোৰ পিছত সিটোকৈ সমাজ বিৰোধী কামকাজ অব্যাহত ৰাখি সন্ত্ৰাস অব্যাহত ৰাখিছে ৷ যোৱা নিশাই আমাৰ দুই নেতাৰ বাসগৃহত আক্ৰমণ কৰিছে দুৰ্বৃত্তই ৷ আনকি ঘটনাস্থলীত উদ্বাৰ হোৱা চাৰিটা একে ফৰটি চেভেনৰ গুলীয়ে প্ৰমাণ কৰে যে শাসনাধিষ্ঠ দলে কি পৰ্যায়লৈ নিছে চামগুৰিৰ অৱস্থা ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ হস্তক্ষেপ দাবী কৰিছে ৷ চামগুৰিত এক সুস্থ গণতন্ত্ৰৰ বাহাল ৰখাৰ স্বাৰ্থত আৰক্ষীয়ে নিৰপেক্ষ দৃষ্টিভংগী ভংগীৰে নিজৰ কৰ্তব্য সম্পাদন কৰক ৷

ইতিমধ্যে আজি বাজিয়াগাঁওৰ কংগ্ৰেছ নেতা ওচমান আলীৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তই এৰি যোৱা একে ফৰটি চেভেনৰ চাৰিটা সক্ষিয় গুলী উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

আনহাতে শুকুৰবাৰে নিশাই শ’লমাৰীত বিজেপিৰ কাৰ্যালয়তো চলিছিল একাংশ কংগ্ৰেছ কৰ্মীৰ আক্ৰমণ। সাংসদ ৰকিবুল হুছেইনৰ স’তে প্ৰচাৰাভিযান অংশ লোৱা একাংশ কংগ্ৰেছ কৰ্মীত হাতত চোকা জাতীয় অস্ত্ৰ লৈ নিৰ্বাচনী কাৰ্যালয় লণ্ড- ভণ্ড কৰাৰ লগতে কে’বাগৰাকী বিজেপি কৰ্মীক উপযুপৰি প্ৰহাৰ কৰে ৷ এই ঘটনাত আহত হয় ছজনকৈ বিজেপি কৰ্মী ৷ আহত বিজেপি কৰ্মী কেইজন হ’ল কামালউদ্দিন, আব্দুল হাছিম আৰু আব্দুল ৰহমান,আবু তাহেৰ, আব্দুল জলিল আৰু আলালউদ্দিন । ইয়াৰে চাৰিজনৰ অৱস্থা অতি গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ নিশাই ভৰ্তি কৰা হয় নগাঁও চিভিল হাস্পতালত ৷ শ’লমাৰীৰ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ আছে ৷ ঘটনাৰ বুজ ল’বলৈ নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল বঢ়মপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামী ৷ বিধায়ক গৰাকী এই ঘটনাক তীব্ৰ গৰিহণা দি কংগ্ৰেছী নেতা- কৰ্মী সকলক সকীয়নি দি কয় যে ,এই ঘটনাই শেষ ঘটনা হওক৷ইয়াৰ পিছত যদি এনে আক্ৰমণ হয় বহি নাথাকে বিজেপি কৰ্মী ৷

আনহাতে ,বৃহস্পতিবাৰে নিশা শ’লমাৰী আৰু মাগুৰমাৰীত কংগ্ৰেছৰ তিনিটা অস্থায়ী নিৰ্বাচনী কাৰ্যালয়ৰ দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ লগতে কংগ্ৰেছ কৰ্মী এজনক ঘৰতো আক্ৰমণ চলাই ৷ এই ঘটনাত এজন কংগ্ৰেছ কৰ্মী আহত হয়। ইয়াৰ পাছতে শুকুৰবাৰে নিশা শ’লমাৰীত কংগ্ৰেছ নেতাৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ চামগুৰিৰ অৱস্থা অতি উত্তেজনাময় হৈ পৰিছে ৷ নিৰ্বাচনী প্ৰচাৰাভিযান অন্ত পৰিবলৈ মাজত তিনিটা দিন থকা অৱস্থাত চামগুৰিত হিংসা আৰু প্ৰতিহিংসাই ভয়ংকৰ ৰূপ লোৱাত সচেতন মহল অধিক চিন্তিত হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cmoassamdgpassamSamaguri By ElectionWidespread election violence
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d