Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CM is speaking at an election rally in Dhalai: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়,কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে : মুখ্যমন্ত্ৰী

samimsultana by samimsultana
November 5, 2024
in Assam, India, News
Reading Time: 2 mins read
0
CM is speaking at an election rally in Dhalai: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়,কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে : মুখ্যমন্ত্ৰী
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

CM is speaking at an election rally in Dhalai:

কোন বাংলাদেশী ,কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক’ব। বাংলাদেশী চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি অভিহিত কৰা কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় , বাংলাদেশী কোনে তৈয়াৰ কৰিছিল। কংগ্ৰেছে বাংলাদেশী সৃষ্টি কৰিছে। কংগ্ৰেছে দেশ বিভাজন কৰিছিল। কংগ্ৰেছৰ সোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়। কংগ্ৰেছে বাঙালী লোকক বাংলাদেশী কয়, বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হ’লে ছোনিয়া গান্ধী ইটালিয়ান।

ADVERTISEMENT

তেওঁ কয়, ১৯৭১ চনৰ আগতে যিসকলে ইয়ালৈ আহিছিল তেওঁলোকে নিৰ্যাতনৰ বলী হৈ আহিছিল। বৰ্তমানেও বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন অব্যাহত আছে। মঙলবাৰে ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ  দুখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ হৈ তীব্ৰ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বি এন এম পি হাইস্কুল আৰু পালংঘাটৰ চিচি জে চি হাইস্কুলৰ খেল পথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে । সভাত অংশ গ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই। কংগ্রেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি সজাই অসমৰ পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয়। সেই দায়িত্ব চৰকাৰৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

কংগ্ৰেছক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ হ’ল এনে গৰু , যিয়ে দানা খোৱাৰ পিচতো গাখীৰ নিদিয়ে। ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বাবে কেবাটাও পথ, সেতু, কলেজ সহ বিভিন্ন উন্নয়ন মুলক কামৰ প্ৰতিশ্ৰতি দিয়ে। লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০  হাজাৰ লোকক অৰুণোদয় দিয়া হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। ইফালে, ৰাজ‌্যত অনুষ্ঠিত হব লগা পাচটা সমষ্টিৰ উপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

 বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ সমৰ্থনত ধলাই আৰু পালংঘাটত বিজয় সংকল্প সমাবেশৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, কংগ্ৰেছ এটা গাখীৰ নিদিয়া গাই গৰু। যিমানেই দানা খুৱাব গাখীৰ নিদিয়ে। কিন্তু বিজেপি হ’ল জাৰ্চি গৰু। দানা খুৱালে ষোল্ল লিটাৰ গাখীৰ দিব। কংগ্ৰেছক ভোট দিলে কোনো কাম নহয়। কংগ্ৰেছ মতা গৰুৰ দৰে। সেয়েহে যিমানেই ভোট দিব কাম কৰিব নোৱাৰিব। কংগ্ৰেছৰ বৰ্তমান কোনো ইছ্যু নাই। কংগ্ৰেছে ৰাইজক একো দিব নোৱাৰিব। অৰুণোদয়,নিযুত মইনা, ৰেচন কাৰ্ড, স্কুল -ৰাস্তা একো দিব নোৱাৰিব। কিয়নো দিছপুৰ আৰু দিল্লীত বিজেপি চৰকাৰ আছে। বিজেপি অসমত ৫০ বছৰ থাকিব। তেতিয়ালৈ কংগ্ৰেছৰ চিনচাব নোহোৱা হৈ যাব।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, বৰ্তমান বৰাক আৰু ব্ৰহ্মপুত্ৰ আদি কোনো বিভেদ নাই। বৰাক উপত্যকাত নতুনকৈ কৰিমগঞ্জত মেডিকেল কলেজ হাস্পতাল নিৰ্মাণ হ’ব। ধলাইত বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ বাবে অসীম লাভৱান হৈছে। উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সমষ্টিটোত আহি আছে এখন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়। নতুনকৈ ধলাইৰ ৰাস্তাৰ বাবে ৫০ কোটি টকা দিয়া হৈছে। বৰজালেঙ্গা আৰু নৰসিংপুৰত এখন কলেজ হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, পালংঘাটত প্ৰথম আহিছে। পালংঘাটত ২০ কোটি টকাৰ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

২০ ২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ষ্টেডিয়াম নিৰ্মাণ হ’ব । আমড়াঘাটে বৰাক নদীৰ ওপৰ সেতু নিৰ্মাণ কৰা হ’ব। যোৱা ৩ অক্টোবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা ও অসমীয়া ভাষাকে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। নীহাৰ ৰঞ্জন দাসক ভোট দি জয়ী কৰিলে ধলাইৰ উন্নয়নৰ দায়িত্ব তেওঁৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ফ্ৰেব্ৰুৱাৰী ভিতৰত লাখ লাখ মহিলাই পাব ১০ হাজাৰ টকা। ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায় |

সভা খনত সাংসদ পৰিমল শুক্লবৈদ্যই কয় , কংগ্ৰেছৰ অভিযোগ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বিদেশী। কংগ্ৰেছে দেশক দ্বিখণ্ডিত কৰিছে। অখণ্ড ভাৰতক দ্বিখন্ডিত কৰিছে। কংগ্ৰেছে কেনেকৈ কব পাৰে বিদেশী আৰু স্বদেশী। নীহাৰ ৰঞ্জন দাসৰ ৰতনপুৰ চাহ বাগিচাত ঘৰ। আইৰংমাৰা স্কুলত পঢ়া-শুনা । শিক্ষক হিচাপে কৰ্মৰত আছিল। ৰতনপুৰ চাহ বাগিচাত মেনেজাৰ হিচাপে কাম কৰিছিল। পাকিস্তানৰ মানুহে‌ বিদেশী আৰু স্বদেশী কয় । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নমূলক কাম-কাজৰ প্ৰশংসা কৰে তেওঁ। কংগ্ৰেছৰ সভাত পাঁচশো মানুহ হোৱা নাই। ৰাহুল গান্ধীক আনিলে এক হাজাৰ মানুহ নহ’ব। ধলাইত বিজেপি বহু শক্তিশালী। ইয়াত কংগ্ৰেছে সমাবেশ কৰি কোনো লাভ নহ’ব বুলি উল্লেখ কৰে তেওঁ।

 বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কয়, নিষ্ঠা আৰু সততাৰ পুৰস্কাৰ লাভ কৰিছে। ২০০০ চনত বিজেপিত যোগদান কৰিছিল। এছচি বোৰ্ডেৰ চেয়াৰমেন হিচাপে কাছাৰত ৪৫ টা শিবিৰ কৰি অনুসূচিত জাতিৰ চাৰ্টিফিকেট বিতৰণ কৰে। ধলাইত ১২ টা শিবিৰ পাতি চাৰ্টিফিকেট বিতৰণ‌ কৰে। ৪০ হাজাৰ মানুহক এছ চি চাৰ্টিফিকেট প্ৰদান কৰিছে। এন আৰচিৰ সময়ত দলীয় নিৰ্দেশত ৰাইজৰ কাম কাজ কৰিছিল। তেওঁ কয়, প্ৰতিজন দলীয় কৰ্মী সদস্য আৰু ৰাইজক লগত লৈ ধলাইৰ উন্নয়নত ভোট দি জয়যুক্ত কৰক।

বিজয় সংকল্প সমাবেশত উপস্থিত আছিল অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মালাহ, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক কৃষ্ণেন্দু পাল, বিধায়ক বিজয় মালাকাৰ, জিলা সভাপতি বিমলেন্দু ৰয়, কাছাৰ জিলাৰ প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য, কংগ্ৰেছ সম্পাদক কণাদ পুৰকায়স্থ, মহিলা নেত্ৰী শিপ্ৰা গুণ,অনুপমা ৰয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaDhalai by Electionelection rally
samimsultana

samimsultana

Related Posts

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d