Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

এ আই ইউ ডি এফৰ সভাত প্ৰচণ্ড মাৰপিট:আহত সাত নেতা-কৰ্মী

publisher by publisher
August 28, 2019
in Uncategorized
Reading Time: 1 min read
0
এ আই ইউ ডি এফৰ সভাত প্ৰচণ্ড মাৰপিট:আহত সাত নেতা-কৰ্মী
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

নগাঁৱৰ এ আই ইউ ডি এফৰ সভা  ৰক্তাক্ত

নগাঁও: আজি নগাঁও চহৰৰ মুক্তি যুঁজাৰু ভৱনত আয়োজিত এ আই ইউ ডি এফ দলৰ এখন সভা ৰণাংগণত পৰিণত হয়।দলীয় নেতা-কৰ্মীৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত ৰক্তাক্ত হৈ পৰে সভাস্থলী। এই আক্ৰমণ-প্ৰত্যাক্ৰমণত দলটোৰ দুটা ফৈদৰ কমেও ৭জনকৈ কৰ্মী আহত হয়। উল্লেখ্য যে,আজি নগাঁও চহৰৰ মুক্তি যুজাৰু ভৱনত এ আই ইউ ডি এফ দলৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াৰ সকলৰ এখন সভা অনুষ্ঠিত হয়। সভা চলি থকাৰ মাজতে কেতবোৰ বিষয়ক লৈ এ আই ইউ ডি এফৰ একাংশ নেতা- কৰ্মীয়ে সভাস্থলী উত্তপ্ত কৰি তোলে। দলটোৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে, দলীয় পতাকা উত্তোলন আৰু যোৱা বিধান সভা নিৰ্বাচনত ৰূপহীহাট সমষ্টিত এ আই ইউ ডি এফৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হোৱা নুৰুল আমিন চৌধুৰী নামৰ নেতা জনক আজিৰ সভালৈ নিমন্ত্ৰণ নজনোৱাক কেন্দ্ৰ কৰি সভা স্থলীত থকা দলটোৰ নেতা-কৰ্মী সকল দুটা ভাগত বিভক্ত হৈ তমুল বাক বিতণ্ডাৰ সৃষ্টি কৰে। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে দুয়োটা পক্ষ‌ই ইটোৱে আনটোক আক্ৰমণৰ লক্ষ্য কৰি লয়। দুয়োটা পক্ষৰ একাংশ নেতা-কৰ্মীয়ে সভাকক্ষৰ চকী দাঙি লৈ পৰস্পৰে পৰস্পৰকআক্ৰমণ কৰাত দুয়ো পক্ষৰ সাতজনকৈ কৰ্মী আহত হ’ব লগা হয়। যাৰ ফলত সভাস্থলী তেজেৰে ৰাঙলি হৈ পৰে। বিসম্বাদী এটা গোটে অভিযোগ কৰা মতে, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু এগৰাকী কেন্দ্ৰীয় সদস্যৰ উচতনিতেই তেওঁ লোকৰ একাংশ সমৰ্থকে সৈতে নুৰুল আমিন চৌধুৰীৰ সমৰ্থক হবিবুৰ ৰহমান আৰু মোবাৰক আলীক আক্ৰমণ কৰে। ফলত দুয়োজন আঘাত প্ৰাপ্ত হয়। ইপিনে, বিধায়ক আমিনুল ইছলামৰ সমৰ্থকে অভিযোগ কৰা অনুসৰি, হবিবুৰ ৰহমান আৰু মোবাৰক আলীৰ নেতৃত্বত একাংশ সমৰ্থকে বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ সমৰ্থক সকলক আক্ৰমণ কৰে। ফলত এই আক্ৰমণত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মতিউৰ ৰহমান, ইছৰাফিল আলী, মাজাহাৰুল ইছলাম, আব্দুল মতিন আৰু নজৰুল ইছলাম আহত হয়। ইয়াৰে মতিউৰ ৰহমান গুৰুতৰ ভাবে আহত হয়। অৱশ্যে বিধায়ক আমিনুল ইছলাম ঘটনাস্থলীৰ পৰা পলায়ন কৰি আত্মৰক্ষা কৰে। ইপিনে, দুয়োপক্ষৰ আক্ৰমণ -প্ৰত্যাক্ৰমনত পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। দেশৰ স্বাধীনতা সংগ্ৰামীৰ স্মৃতি বহন কৰা মুক্তি যুজাৰু ভৱনত অনুষ্ঠিত এআইইউডিএফৰ সভা ৰণ ক্ষেত্ৰলৈ পৰ্যবসিত হোৱাত নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত ধিঙৰ বিধায়ক আমিনুল ইছলামে কয়, আজিৰ সভাত উপস্থিত থকা বিজেপিৰ এজেন্টৰূপী এআইইউডিএফ কৰ্মীৰ বাবেই এই অবাঞ্চিত ঘটনা হ’বলৈ পালে। আন একাংশ কৰ্মীৰ মতে, নুৰুল আমিন চৌধুৰীক সভালৈ আমন্ত্ৰণ নজনোৱাৰ বাবেই আজিৰ সভাখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি দলটোৰ ভাৱমুৰ্ত্তী নষ্ট কৰাৰ অপচেষ্টা চলায়। উল্লেখ্য যে নুৰুল আমিন চৌধুৰীয়ে সদ্য সমাপ্ত লোক সভা নিৰ্বাচনৰ সময়ত অগপত যোগদান কৰিছিল আৰু শেহতীয়াকৈ ভাবে বিজেপিৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিছে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দুয়োটা পক্ষ‌ই নগাঁও সদৰ থানাত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ দাবী জনাইছে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d