Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসম মহিলা সাংবাদিক মঞ্চৰ উদ্যোগত সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম শীৰ্ষক আলোচনা চক্ৰ

publisher by publisher
November 13, 2024
in Assam, News
Reading Time: 1 min read
0
অসম মহিলা সাংবাদিক মঞ্চৰ উদ্যোগত সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম শীৰ্ষক আলোচনা চক্ৰ
4
SHARES
37
VIEWS
ShareShareShareShare
Assam Women Journalists’ Forum (AWJF) Hosts Pre-National Press Day Discussion on Press Freedom and Gender Equality in New Age Media

গুৱাহাটী: ১৩, নৱেম্বৰ: ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি কলকাতাস্থিত ব্ৰিটিছ উপ উচ্চায়ুক্তৰ সহযোগত অসম মহিলা সাংবাদিক মঞ্চই সংবাদ মাধ্যমৰ স্বাধীনতা আৰু লিংগ সমতা আৰু নব্য গণমাধ্যম বিষয়ত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে কলকাতাৰ ব্ৰিটিছ উপ উচ্চায়ুক্ত ড০ এণ্ড্ৰু ফ্লেমিঙে। নিজৰ বক্তৃতাত সংবাদ মাধ্যমৰ স্বাধীনতাক প্ৰসাৰিত কৰা আৰু সাংবাদিকতাৰ লিংগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত সীমান্তৰ সিপাৰে সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ডঃ ফ্লেমিঙে। ড° এণ্ড্ৰু ফ্লেমিংয়ে সংবাদ মাধ্যমত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু লিংগ সমতাৰ গুৰুত্বৰ ওপৰত জোৰ দি বিশদভাৱে কয়, ‘উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সাংবাদিকসকলক এই মঞ্চ সৃষ্টি কৰাৰ বাবে, তেওঁলোকে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰ বিষয়ে স্পষ্টভাৱে আলোচনা কৰাৰ বাবে আৰু পাৰস্পৰিক সহায়ৰ নেটৱৰ্ক প্ৰদান কৰাৰ বাবে অভিনন্দন জনাইছো। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সাংবাদিকসকলে সকলো বাধা অতিক্ৰম কৰি সিদ্ধান্ত গ্ৰহণৰ ভূমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহক আৰু সাংবাদিকতাৰ উদ্দেশ্য সফল কৰক।”

ADVERTISEMENT

IMG 20241113 WA0138”

RelatedPosts

No Content Available

সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম” শীৰ্ষক বিষয়ত মুখ্য বক্তা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, আৰু দ্য ৱায়াৰৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা সম্পাদক সংগীতা বৰুৱা পিছাৰোটীয়ে বক্তব্য প্ৰদান কৰে। বিগত বহু বছৰ ধৰি অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমতো নেতৃত্ব প্ৰদান কৰি অহা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে ভাৰতত সাংবাদিকসকলৰ বিকাশশীল ভূমিকা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান, আৰু উদ্যোগটোত মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা অনন্য বাধাসমূহৰ বিষয়ে আলোকপাত কৰে।

আধুনিক পৰিবেশত সংবাদ মাধ্যমত ক্ৰমান্বয়ে কেনেদৰে বৈচিত্ৰময় প্ৰতিনিধিত্বমূলক বাতৰি কক্ষ অপৰিহাৰ্য হৈ পৰিছে তাৰেই অবলোকনৰ লক্ষ্যৰে আয়োজন কৰা এই আলোচনাৰ চক্ৰত গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ ক্ষেত্ৰত সংবাদ স্বাধীনতাৰ গুৰুত্বৰ প্ৰসংগতো আলোচকসকলে বক্তব্য আগবঢ়ায়।

IMG 20241113 WA0139
সংগীতা বৰুৱা পিছাৰোটিয়ে সংবাদ মাধ্যমত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “গুৱাহাটীত প্ৰেছ স্বাধীনতা, লিংগ সমতা, আৰু নতুন যুগৰ সংবাদ মাধ্যমৰ বিষয়ে আলোচনা কৰি মই অত্যন্ত সুখী। সংবাদ মাধ্যমৰ স্বাধীনতাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও বাতৰি কক্ষত লিংগ সমতা আৰু অধিক সমস্যাজনক। ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অসমত এতিয়াও ভাৰসাম্যৰ অভাৱ বুলি মন্তব্য কৰি তেওঁ লগতে কয় , ” ২৫ বছৰ আগতে যেতিয়া মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়াও একেই আছিল, গতিকে আমি মহিলা হিচাপে দৃঢ়তাৰে আগবাঢ়িব লাগিব আৰু নিজৰ বাবে স্থান সৃষ্টি কৰিব লাগিব।” তেওঁ আৰু কয় যে চৰকাৰক প্ৰশ্ন কৰাটোহে প্ৰকৃততে এগৰাকী সাংবাদিকৰ কৰ্তব্য হোৱা উচিত। জনতাৰ কণ্ঠ হোৱাটোহে
সাংবাদিকতাৰ ধৰ্ম হ’ব লাগে। আলোচনাৰ অন্তত ডঃ এণ্ড্ৰু ফ্লেমিঙৰ সৈতে এক প্ৰশ্নোত্তৰ কাৰ্যসূচীও অনুষ্ঠিত হয়।

উল্লেখ্য যে, এ ডব্লিউ জে এফ হৈছে সংবাদ মাধ্যমৰ পেছাদাৰী মহিলা সাংবাদিক তথা সংবাদকৰ্মীসকলৰ এখন মঞ্চ য’ত এই ক্ষেত্ৰখনৰ সৈতে জড়িত মহিলাসকলে প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। ৰাজ্যখনৰ মহিলা সাংবাদিকসকলৰ মাজত এটা নেটৱৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে এই মঞ্চ গঠন হৈছে। এই মঞ্চৰ লক্ষ্য হৈছে সংবাদ ক্ষেত্ৰত মহিলা সাংবাদিক আৰু সংবাদকৰ্মীৰ পেছাদাৰীত্ব বৃদ্ধিত সহায় কৰাৰ লগতে ক্ষেত্ৰখনত নতুনকৈ প্ৰৱেশ কৰাসকলক গুৰুত্ব প্ৰদান কৰা। আজিৰ আলোচনা চক্ৰখন আছিল মঞ্চৰ দ্বিতীয় পদক্ষেপ। অনুষ্ঠানৰ আৰম্ভনিতে উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষে। মঞ্চৰ সাধাৰণ সম্পাদক নাছৰীণ হাবিবে আঁত ধৰা অনুষ্ঠানত কলকাতাৰ ব্ৰিটিছ উপ উচ্চায়ুক্ত কাৰ্যালয়ৰ ৰাজনৈতিক অৰ্থনীতি উপদেষ্টা অজিতা মেনন আৰু পৰামৰ্শদাতা ৰঞ্জিনী ফুকনো উপস্থিত থাকে। সমতা, সৱলীকৰণ, আৰু উৎকৃষ্টতাৰ নীতিসমূহ ৰক্ষা কৰা এক অন্তৰ্ভুক্ত সংবাদ মাধ্যমৰ পৰিৱেশ গঢ়ি তোলাৰ অভিযানৰ অংশ হিচাপে অসম মহিলা সাংবাদিক মঞ্চ‌ই এই অনুষ্ঠানৰ আয়োজন কৰিছিল। গণতান্ত্ৰিক মূল্যবোধৰ সুৰক্ষা আৰু সংবাদ মাধ্যমত সুষম প্ৰতিনিধিত্বৰ প্ৰসাৰৰ ক্ষেত্ৰত সাংবাদিকসকলৰ দায়িত্বৰ ওপৰত আলোচনা আৰু চিন্তা-চৰ্চাক উৎসাহিত কৰাই আছিল এই আলোচনাৰ উদ্দেশ্য।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Women Journalists’ Forum (AWJF)New Age MediaPress Freedom and Gender Equality
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d