Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসম মহিলা সাংবাদিক মঞ্চৰ উদ্যোগত সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম শীৰ্ষক আলোচনা চক্ৰ

publisher by publisher
November 13, 2024
in Assam, News
Reading Time: 1 min read
0
অসম মহিলা সাংবাদিক মঞ্চৰ উদ্যোগত সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম শীৰ্ষক আলোচনা চক্ৰ
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
Assam Women Journalists’ Forum (AWJF) Hosts Pre-National Press Day Discussion on Press Freedom and Gender Equality in New Age Media

গুৱাহাটী: ১৩, নৱেম্বৰ: ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি কলকাতাস্থিত ব্ৰিটিছ উপ উচ্চায়ুক্তৰ সহযোগত অসম মহিলা সাংবাদিক মঞ্চই সংবাদ মাধ্যমৰ স্বাধীনতা আৰু লিংগ সমতা আৰু নব্য গণমাধ্যম বিষয়ত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে কলকাতাৰ ব্ৰিটিছ উপ উচ্চায়ুক্ত ড০ এণ্ড্ৰু ফ্লেমিঙে। নিজৰ বক্তৃতাত সংবাদ মাধ্যমৰ স্বাধীনতাক প্ৰসাৰিত কৰা আৰু সাংবাদিকতাৰ লিংগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত সীমান্তৰ সিপাৰে সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ডঃ ফ্লেমিঙে। ড° এণ্ড্ৰু ফ্লেমিংয়ে সংবাদ মাধ্যমত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু লিংগ সমতাৰ গুৰুত্বৰ ওপৰত জোৰ দি বিশদভাৱে কয়, ‘উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সাংবাদিকসকলক এই মঞ্চ সৃষ্টি কৰাৰ বাবে, তেওঁলোকে সন্মুখীন হোৱা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহৰ বিষয়ে স্পষ্টভাৱে আলোচনা কৰাৰ বাবে আৰু পাৰস্পৰিক সহায়ৰ নেটৱৰ্ক প্ৰদান কৰাৰ বাবে অভিনন্দন জনাইছো। উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সাংবাদিকসকলে সকলো বাধা অতিক্ৰম কৰি সিদ্ধান্ত গ্ৰহণৰ ভূমিকা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহক আৰু সাংবাদিকতাৰ উদ্দেশ্য সফল কৰক।”

ADVERTISEMENT

”

সংবাদ স্বাধীনতা, লিংগ সমতা আৰু নতুন যুগৰ সংবাদ মাধ্যম” শীৰ্ষক বিষয়ত মুখ্য বক্তা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, আৰু দ্য ৱায়াৰৰ ৰাষ্ট্ৰীয় পৰিক্ৰমা সম্পাদক সংগীতা বৰুৱা পিছাৰোটীয়ে বক্তব্য প্ৰদান কৰে। বিগত বহু বছৰ ধৰি অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমতো নেতৃত্ব প্ৰদান কৰি অহা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে ভাৰতত সাংবাদিকসকলৰ বিকাশশীল ভূমিকা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান, আৰু উদ্যোগটোত মহিলা সাংবাদিকসকলে সন্মুখীন হোৱা অনন্য বাধাসমূহৰ বিষয়ে আলোকপাত কৰে।

আধুনিক পৰিবেশত সংবাদ মাধ্যমত ক্ৰমান্বয়ে কেনেদৰে বৈচিত্ৰময় প্ৰতিনিধিত্বমূলক বাতৰি কক্ষ অপৰিহাৰ্য হৈ পৰিছে তাৰেই অবলোকনৰ লক্ষ্যৰে আয়োজন কৰা এই আলোচনাৰ চক্ৰত গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ ক্ষেত্ৰত সংবাদ স্বাধীনতাৰ গুৰুত্বৰ প্ৰসংগতো আলোচকসকলে বক্তব্য আগবঢ়ায়।

সংগীতা বৰুৱা পিছাৰোটিয়ে সংবাদ মাধ্যমত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, “গুৱাহাটীত প্ৰেছ স্বাধীনতা, লিংগ সমতা, আৰু নতুন যুগৰ সংবাদ মাধ্যমৰ বিষয়ে আলোচনা কৰি মই অত্যন্ত সুখী। সংবাদ মাধ্যমৰ স্বাধীনতাই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও বাতৰি কক্ষত লিংগ সমতা আৰু অধিক সমস্যাজনক। ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অসমত এতিয়াও ভাৰসাম্যৰ অভাৱ বুলি মন্তব্য কৰি তেওঁ লগতে কয় , ” ২৫ বছৰ আগতে যেতিয়া মই মোৰ যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়াও একেই আছিল, গতিকে আমি মহিলা হিচাপে দৃঢ়তাৰে আগবাঢ়িব লাগিব আৰু নিজৰ বাবে স্থান সৃষ্টি কৰিব লাগিব।” তেওঁ আৰু কয় যে চৰকাৰক প্ৰশ্ন কৰাটোহে প্ৰকৃততে এগৰাকী সাংবাদিকৰ কৰ্তব্য হোৱা উচিত। জনতাৰ কণ্ঠ হোৱাটোহে
সাংবাদিকতাৰ ধৰ্ম হ’ব লাগে। আলোচনাৰ অন্তত ডঃ এণ্ড্ৰু ফ্লেমিঙৰ সৈতে এক প্ৰশ্নোত্তৰ কাৰ্যসূচীও অনুষ্ঠিত হয়।

উল্লেখ্য যে, এ ডব্লিউ জে এফ হৈছে সংবাদ মাধ্যমৰ পেছাদাৰী মহিলা সাংবাদিক তথা সংবাদকৰ্মীসকলৰ এখন মঞ্চ য’ত এই ক্ষেত্ৰখনৰ সৈতে জড়িত মহিলাসকলে প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰে। ৰাজ্যখনৰ মহিলা সাংবাদিকসকলৰ মাজত এটা নেটৱৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে এই মঞ্চ গঠন হৈছে। এই মঞ্চৰ লক্ষ্য হৈছে সংবাদ ক্ষেত্ৰত মহিলা সাংবাদিক আৰু সংবাদকৰ্মীৰ পেছাদাৰীত্ব বৃদ্ধিত সহায় কৰাৰ লগতে ক্ষেত্ৰখনত নতুনকৈ প্ৰৱেশ কৰাসকলক গুৰুত্ব প্ৰদান কৰা। আজিৰ আলোচনা চক্ৰখন আছিল মঞ্চৰ দ্বিতীয় পদক্ষেপ। অনুষ্ঠানৰ আৰম্ভনিতে উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষে। মঞ্চৰ সাধাৰণ সম্পাদক নাছৰীণ হাবিবে আঁত ধৰা অনুষ্ঠানত কলকাতাৰ ব্ৰিটিছ উপ উচ্চায়ুক্ত কাৰ্যালয়ৰ ৰাজনৈতিক অৰ্থনীতি উপদেষ্টা অজিতা মেনন আৰু পৰামৰ্শদাতা ৰঞ্জিনী ফুকনো উপস্থিত থাকে। সমতা, সৱলীকৰণ, আৰু উৎকৃষ্টতাৰ নীতিসমূহ ৰক্ষা কৰা এক অন্তৰ্ভুক্ত সংবাদ মাধ্যমৰ পৰিৱেশ গঢ়ি তোলাৰ অভিযানৰ অংশ হিচাপে অসম মহিলা সাংবাদিক মঞ্চ‌ই এই অনুষ্ঠানৰ আয়োজন কৰিছিল। গণতান্ত্ৰিক মূল্যবোধৰ সুৰক্ষা আৰু সংবাদ মাধ্যমত সুষম প্ৰতিনিধিত্বৰ প্ৰসাৰৰ ক্ষেত্ৰত সাংবাদিকসকলৰ দায়িত্বৰ ওপৰত আলোচনা আৰু চিন্তা-চৰ্চাক উৎসাহিত কৰাই আছিল এই আলোচনাৰ উদ্দেশ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Women Journalists’ Forum (AWJF)New Age MediaPress Freedom and Gender Equality
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d