Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

City of Guwahati has become a criminal haven:অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ !

তিনি বছৰ ১০ মাহত মহানগৰীত ১৪,৬১০টা চুৰি-১,৫১০টা ডকাইতি, সর্বাধিক পূব গুৱাহাটী আৰক্ষী জিলাত ৫,৩৭৫টা চুৰিকাণ্ডৰ ঘটনা, পশ্চিমত ২,৬৩৯-মধ্য গুৱাহাটীত ৩,৭৯৭টা চুৰিকাণ্ডৰ পৰিসংখ্যা প্রকাশ

samimsultana by samimsultana
November 13, 2024
in India, Assam, News
Reading Time: 2 mins read
0
City of Guwahati has become a criminal haven:অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ !
2
SHARES
16
VIEWS
ShareShareShareShare

City of Guwahati has become a criminal haven:

উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ক্ৰমাৎ অপৰাধীৰ ভূস্বগলৈ পৰ্যবেশিত হৈছে  ৷ চোৰ-ডকাইতৰ সন্ত্ৰাসত মহানগৰবাসীয়ে চৰম নিৰাপত্তাহীনতাত ভুগি অহাৰ সময়তে গুৱাহাটীত বিগত ৪৬ টা মাহত ১৪,৬১০ টা চুৰিকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০২১ৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ আয়ুক্তালয়ৰ অধীনৰ পূৰ্ব গুৱাহাটী আৰক্ষী জিলাত সর্বাধিক ৫,৩৭৫টা চুৰিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা দিছপুৰো আছে।

RelatedPosts

Guwahati:মহানগৰীৰ ৰাজপথত ৰেলী, সমদল, প্রতিবাদ, মাৰাথন নিষিদ্ধ

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Guwahati City: দক্ষিণ শৰণীয়াত বিধ্বস্ত পথে দুর্ভোগ ভোগাইছে পথচাৰীক

একেদৰে এই সময়ছোৱাত পশ্চিম গুৱাহাটী আৰক্ষী জিলাত ২,৬৩৯টা আৰু মধ্য গুৱাহাটী আৰক্ষী জিলাত ৩,৭৯৭টা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে এই ১৪,৬১০টা চুৰিকাণ্ডৰ ভিতৰত ১১,৮১১টা কোনো অনিষ্ট সাধন নকৰাকৈ সংঘটিত কৰা চুৰিকাণ্ড আৰু ২,৭৯৯ টা গৃহত প্রৱেশ কৰি সা-সম্পত্তি অনিষ্ট কৰি সংঘটিত কৰা চুৰিকাণ্ড।

একেদৰে উল্লিখিত তিনি বছৰ ১০ মাহত মহানগৰীৰ তিনিওখন আৰক্ষী জিলাৰ অধীনত ১,৫১০টা ডকাইতিৰ ঘটনা সংঘটিত হৈছে। ইয়াৰে ১,৪৯০টা এজন বা সৰু গ্রুপে সংঘটিত কৰা আৰু ১৮টা পাঁচ জন বা ততোধিক গ্রুপে সংঘটিত কৰা ডকাইতি কাণ্ড।

আনহাতে, আয়ুক্তালয়ে প্রকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে যে মহানগৰীত ২০২১ত ৪,৪৯২টা, ২০২২ত ২,৮৩২টা, ২০২৩ত ২,৭৪৫টা আৰু চলিত বৰ্ষৰ বিগত ১০ মাহত অর্থাৎ অক্টোবৰলৈ ১,৭৪২টা চুৰিকাণ্ড (কোনো অনিষ্টসাধন নকৰাকৈ কৰা চুৰি) সংঘটিত হৈছে। একেদৰে ২০২১ত ১,০৭০টা, ২০২২ত ৫৮৪টা, ২০২৩ত ৭৪০টা আৰু যোৱা ১০ মাহত ৪০৫টা গৃহত প্রৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰা হৈছে।

চলিত বৰ্ষৰ জানুৱাৰীত ১৭০ টা, ফেব্ৰুৱাৰীত ১৩৭ টা, মার্চত ১৬৪ টা, এপ্রিলত ১৭৩ টা, মে’ত ১৭৫ টা, জুনত ১৭২ টা, জুলাইত ১৮০ টা, আগষ্টত ১৭৮ টা, ছেপ্টেম্বৰত ১৮৭ টা আৰু অক্টোবৰত ২০৬ টা সাধাৰণ চুৰিৰ ঘটনা সংঘটিত হৈছে। একেদৰে গৃহত প্ৰৱেশ কৰি তথা সা-সম্পত্তি অনিষ্ট কৰি কৰা চুৰিকাণ্ড জানুৱাৰীত ৪৯টা, ফেব্ৰুৱাৰীত ৪২ টা, মাৰ্চত ৩০ টা, এপ্রিলত ৪৬ টা, মে’ত ৪৮ টা, জুনত ৪০ টা, জুলাইত ২৬ টা, আগষ্টত ২০ টা, ছেপ্টেম্বৰত ৬০ টা আৰু অক্টোবৰত ৪৪ টা সংঘটিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: criminal havenGuwahati CityGuwahati Police Commissionerate Criminal ReportReport
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d