Horoscope:ৰাশিফল
মেষু: ঘৰত আলহী আগমনৰ ফলত মনলৈ আনন্দ আহিব। ব্যৱসায় বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মাধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
বৃষ: গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল। দুর্ঘটনা ৰক্তপাত আদিৰ যোগ বৃদ্ধি হয়, গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।
মিথুন: যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত
দুর্বলতা প্রকাশ পাব। চলা-ফুৰাত সতর্ক থাকিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।
কর্কট: নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আকস্মিক দুর্ঘটনাৰ যোগ, প্রেমত শুভ। শুভ ৰং বগা। সংখ্যা ৩।
সিংহ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত শনি আৰু হনুমান মন্দিৰত ধূপ-বন্তি প্রজ্বলন কৰিব। যিকোনো যান-বাহনৰ পৰা সতর্ক থাকিব। শুভ ৰং সেউজীয়া। শুভ বং ৪।
কন্যা: আজিৰ দিনটোত আর্থিক লেনদেন নকৰিব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
তুলা: শাৰীৰিক দিশত মাধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্ৰত দিনটো শুভ। কথা বতৰাত সাৱধান থাকিব। সফলতা লাভ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা২।
বৃশ্চিক: এই বাশিৰ জাতক-জাতিকাই শৰীৰৰ প্ৰতি সতর্ক থাকিব। টকা- পইচাৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত বাধা, শুভ ৰং নীলা। শুভ সংখ্যা ৭।
ধনু: পাৰিবাৰিক সমস্যাৰ কাৰণে কৰ্ম আৰু আর্থিক ক্ষেত্ৰত বাধা। শৰীৰত আমাত প্ৰাপ্তিৰ যোগ। জুইৰ পৰা সতর্ক থাকিব। শুভ ৰং বগা, শুভ সংখ্যা ৬।
মকৰ: যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
কুম্ভ: এই ৰাশিৰ জাতক-জাতিকাই নতুন কামত হাত নিদিব। অশুভ বাহুৰ প্ৰভাৱত শৰীৰব নিম্নাংশ আঘাত পাব পাৰে। শুভ ৰং বগা। শুভ সংখ্যা ৭।
মীন: এই বাশিৰ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ, ধূপ-বন্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অৰ্পণ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।