Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Unplanned flyover has brought destruction to businessmen in zooroad:বন্ধ হৈছে এখনৰ পাছত সৰু-বৰ দোকান আনখন

পৰিকল্পনাহীন উৰণ সেতুৱে ধ্বংস মাতিছে জুৰোডৰ ব্যৱসায়ীলৈ, ব্যৱসায় নাই, জীৱিকাৰ একমাত্ৰ সাৰথি দোকান বন্ধত হাহাকাৰ বহু পৰিয়ালৰ চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিলে সন্থাই

publisher by publisher
November 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Unplanned flyover has brought destruction to businessmen in zooroad:বন্ধ হৈছে এখনৰ পাছত সৰু-বৰ দোকান আনখন
1
SHARES
8
VIEWS
ShareShareShareShare

Unplanned flyover has brought destruction to businessmen in zooroad:

চৰকাৰৰ পৰিকল্পনাহীন এখন উৰণীয়া সেতুৱে বহু পৰিয়াললৈ অমানিশা কঢ়িয়াই আনিছে। মহানগৰীৰ জু ৰোড-গীতানগৰ সংযোগী উৰণীয়া সেতুখনৰ ফলত উক্ত পথত বছৰ বছৰ ধৰি সৰু সৰু দোকান দি পৰিয়াল পোহপাল দি অহা ব্যৱসায়ী সকলৰ ব্যৱসায় একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।

ADVERTISEMENT

‘শ্রদ্ধাঞ্জলি’ নামৰ সেতুখন নিৰ্মাণৰ পাছতে উক্ত অঞ্চলৰ গৰিষ্ঠসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানত অস্বাভাৱিক হাৰত গ্ৰাহকৰ সংখ্যা হ্রাস পোৱাৰ ফলত বহুতে ব্যৱসায় এৰি জীৱিকাৰ আন পথৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। কোনোধৰণৰ পৰিকল্পনা নকৰাকৈ উৰণীয়া সেতুখন নিৰ্মাণ কৰা বুলি স্থানীয় ব্যৱসায়ীসকলে ক্ষোভ প্রকাশ কৰি সেতুখনৰ ফলত উপাৰ্জন বন্ধ হৈ পৰা প্ৰায় ৩০ খন দোকান সম্প্রতি বন্ধ হৈ পৰিছে বুলি সদৰী কৰিছে।

RelatedPosts

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Mayor Mrigen Sarania:মহানগৰীৰ বেতকুছিত হ’ব গুৱাহাটী পৌৰ নিগমৰ স্থায়ী কাৰ্য্যালয় : মেয়ৰ মৃগেন শৰণীয়া

এই গুৰুতৰ বিষয়টোক লৈ যোৱা ১৬ নৱেম্বৰত জু ৰোড তিনিআলিত ব্যৱসায়ীসকলৰ মাজত এখন সভাও অনুষ্ঠিত হয়। জু-নাৰেংগী তিনিআলীৰ ব্যৱসায়ী সন্থা, স্থানীয় উন্নয়ন সমিতি, সদৌ গুৱাহাটী ব্যৱসায়ী সন্থা আদিয়ে অংশগ্ৰহণ কৰা বৈঠকখনত বৃহত্তৰ অঞ্চলটো ব্যৱসায়ৰ উপযোগী কৰি তুলিবলৈ চৰকাৰ তথা প্ৰশাসনক ১০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে।

fly over 1বিশেষকৈ পথৰ কাষে কাষে আৰু উৰণীয়া সেতুখনৰ তলত গ্ৰাহকৰ বাবে পার্কিঙৰ সুব্যৱস্থা নথকাৰ বাবেই গেলামালৰ পৰা আৰম্ভ কৰি পাণ দোকান, ফলমূলৰ দোকানখনলৈ সকলোৰে ব্যৱসায় বন্ধ হৈ পৰিছে বুলি সংগঠনসমূহে সদৰী কৰিছে। এই সন্দৰ্ভত ব্যৱসায়ীসকলে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক সাক্ষাৎ কৰি তেওঁলোকৰ ব্যৱসায়সমূহ পুনৰুজ্জীৱিত কৰিবলৈ কে’তবোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল বুলি তেওঁলোকে ক্ষোভ উজাৰে।

উল্লেখ্য যে ক’ভিডৰ সময়ছোৱাত ব্যৱসায়িক ক্ষেত্ৰখন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল। লাহেকৈ পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লওঁতেই জু-নাৰেংগী পথৰ উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায় পুনৰ বন্ধ হৈ পৰে। সেতুখন হৈ উঠাৰ পাছত পুনৰ ভাল দিন ঘূৰি আহিব বুলি ব্যৱসায়ীসকলে ধৈৰ্যৰে দিন অতিবাহিত কৰি শেষত পুনৰ ব্যৱসায় আৰম্ভ কৰিলে যদিও সু-পৰিকল্পিতভাবে সেতুখন নির্মাণ নোহোৱাৰ ফলত তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

সম্প্ৰতি অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানে কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰিবলৈ বাধ্য হৈ পৰাৰ লগতে বহুজনে ব্যৱসায় বন্ধ কৰিছে। এই সন্দৰ্ভত জু-নাৰেংগী তিনিআলিৰ ব্যৱসায়ী সন্থাৰ সভাপতি দ্বিজেন ভট্টাচার্যই ‘দৈনিক অগদূত’ৰ আগত কয় যে এই সেতুখন বহুজনৰ কাৰণে অভিশাপ হৈ পৰিছে। বিশেষকৈ যানবাহনৰ পার্কিঙৰ সুব্যৱস্থা নথকা আৰু আৰক্ষীৰ অত্যাচৰৰ বাবে সম্প্রতি দোকানসমূহলৈ গ্রাহক আহিবলৈ এৰি দিছে।

তেওঁ কয়, ‘এখন পাণ খাবলৈ আহিলে যদি পার্কিঙৰ নামত ২০ টকা দিবলগীয়া হয়, ক্ষন্তেক বাহনখন পথৰ কাষত শৃংখলিতভাৱে ৰাখিলে যদি আৰক্ষীক দুহেজাৰ টকা জৰিমনা দিবলগীয়া হয়, দোকানলৈ কোন আহিব? এই দোকানসমূহৰ জৰিয়তে যে বহু পৰিয়াল চলি আছে, কাৰোৱেই সেই চিন্তা নাই। চৰকাৰক কেৱল টকা লাগে।’ তদুপৰি, অ’ত-ত’ত উৰণীয়া সেতু নির্মাণত ব্যৱহৃত সামগ্ৰী পেলাই ৰাখি এক বিশৃংখল পৰিৱেশ কৰি ৰাখিছে বুলি মন্তব্য কৰি তেওঁ উৰণীয়া সেতুৰ তলত থকা পার্কিং স্থানসমূহো কেতবোৰ অনুষ্ঠান-প্রতিষ্ঠানে দখল কৰি ৰাখিছে বুলি অভিযোগ তোলে।

তেওঁ কয়, ‘উৰণীয়া সেতুখনৰ তলত পার্কিঙৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া সাধাৰণ জনতাই ব্যৱহাৰ কৰিব নোৱাৰে। একাংশ অনুষ্ঠান-প্রতিষ্ঠানে সেতুখনৰ তলত থকা পার্কিং স্থানসমূহ দখল কৰি ৰাখিছে। পৌৰ নিগমক টকা লাগে কেৱল, বাকী কথা ভাবিবলৈ সময় নাই। আজি যদি সেই পার্কিং স্থানসমূহ সাধাৰণ জনতাই ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, অন্ততঃ স্থানীয় ব্যৱসায়ীসকলে কিছু হ’লেও সকাহ পালেহেঁতেন।

লগতে সেতুখনৰ তলত যি এটা-দুটা স্থান খালী আছে, তাকো লীজত দিয়া হৈছে। আনহাতে, সেতুখনৰ তলৰে যোৱা পথছোৱা যথেষ্ট বহল যদিও পথৰ কাষে কাষে থকা দোকানসমূহলৈ অহা গ্রাহকে বাহন ৰখাব নোৱাৰে। ৰখালেই মুহূৰ্ততে দুহেজাৰ টকাৰ জৰিমনাৰ বাৰ্তা আহে ম’বাইললৈ । ফলত ব্যৱসায় প্রায় স্তব্ধ। ইতিমধ্যে বহু পুৰণি প্রায় ৩০খন দোকান গৰাকীয়ে বন্ধ কৰি গুচি গৈছে।’ এই সন্দৰ্ভত ব্যৱসায়ীসকলে যোৱা ১৬ নৱেম্বৰত এক বৈঠকত মিলত হয় বুলি তেওঁ মন্তব্য কৰি সংশ্লিষ্ট স্থানৰ পৰা পার্কিং মাচুল তোলা বন্ধ কৰা, আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰা, পার্কিং স্থানসমূহ সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰি জিলা প্ৰশাসন আৰু পৌৰ নিগমক ১০ দিনৰ সময়সীমা বান্ধি দিছে বুলি জনায়।

এই নির্দিষ্ট দিনৰ ভিতৰত যদি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহয়, ব্যৱসায়ীসকল ৰাজপথলৈ ওলাব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে উৰণীয়া সেতুখন নির্মাণ হোৱাৰ পাছতে ব্যৱসায় বেয়া হোৱাত সংশ্লিষ্ট স্থানত থকা ‘ভি-মার্ট’ নামৰ শ্বপিং মলখন সম্পূর্ণৰূপে বন্ধ হৈ পৰে। তদুপৰি গ্ৰাহকৰ অভাৱত কে’বাখনো শ্বপিং মল বন্ধ হৈ যোৱাৰ দিশলৈ গতি কৰিছে বুলি স্থানীয় ব্যৱসায়ীসকলে অভিযোগ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: brought destruction to businessmenbusinessman ProtestGMCUnplanned Zoo Road flyover
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d