Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Moral policing case In Guwahati:মহানগৰীৰ কাহিলীপাৰাৰ ৰাজপথত নাৰকীয় ঘটনা

এপেকেট গাখীৰ চুৰিৰ অপৰাধত কিশোৰৰ ওপৰত জপিয়াই পৰিল দুজন লোক, গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ লগতে বাইকৰ চাবিৰে ফুটালে কিশোৰটিৰ চকু, মৰেল পুলিচিঙৰ বলি কিশোৰৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটজনক, পুলিচিঙৰ নামত নিৰ্দয়ভাৱে প্ৰহাৰ কৰা দুই পাষণ্ডক আটক আৰক্ষীৰ

publisher by publisher
November 18, 2024
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Moral policing case In Guwahati:মহানগৰীৰ কাহিলীপাৰাৰ ৰাজপথত নাৰকীয় ঘটনা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Kahilipara Incident:মহানগৰীৰ কাহিলীপাৰাত চাঞ্চল্যকৰ ঘটনা

NIA arrested two youths:স্বাধীনতা দিৱসত দিছপুৰ লাষ্টগেটত বোমা সংস্থাপন

Moral policing case In Guwahati:

মহানগৰীৰ কাহিলীপাৰাৰ জটিয়াত সোমাবাৰে পুৱাতে সংঘটিত হ’ল নাৰকীয় ঘটনা ৷ এপেকেট গাখীৰ চুৰিৰ অপৰাধত এজন কিশোৰৰ ওপৰত জপিয়াই পৰিল দুজনকৈ লোক ৷

ADVERTISEMENT

প্ৰাপ্ত খবৰ অনুসৰি জটিয়াৰ এখন দোকানৰ পৰা পুৱাতে চুৰি হয় গাখীৰৰ পেকেট ৷ দোকানৰ গৰাকীয়ে হাতেলোটে কৰায়ত্ত কৰে কিশোৰ চোৰ টিক ৷ ইয়াৰ পিচত কিশোৰ জনক দোকানৰ সন্মুখৰ এটা খুটাত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ দুজন লোকে। আনহাতে এই হুলস্থূল শুনি সেই স্থানত উপস্থিত থকা আন দুই এজনেও কিশোৰীক চৰিয়াই ৷

আনহাতে দানৱৰ দৰে দুই যুবকে কিশোৰজনক বাহেঁৰে প্ৰহাৰ কৰে ৷ প্ৰহাৰ কৰাত আনকি ফালি যায় বাঁহো ৷ এজনে মুৰত ভৰিৰে গচকি চকুত বাইকৰ চাবিৰে খোচে ৷ ফলত তেজেৰে তুমৰলি হৈ মাটিত পৰি চিৎকাৰ দি কিশোৰটিয়ে কান্দি কান্দি কৈ থাকিল ‘মোক এৰি দিয়ক আজিৰ পৰা নকৰো’।

ইয়াৰ পিছতো  ক্ষান্ত হোৱা নাই দানৱ ৰূপী দুই যুৱক । কিশোৰটিৰ ওপৰত চলাই গৈছিল মৰেল পুলিচিঙ ৷ কিশোৰটিৰ মুমুৰ্ষ অৱস্থা দেখি কেইজনমান হৃদয়ৱান লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ভগদত্তপুৰ আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত ভৰ্তি কৰে হায়াত হাস্পতালত ৷ মৰেল পুলিচিঙৰ বলি হোৱা কিশোৰৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটজনক। হাস্পতালৰ বিছনাত কিশোৰজনে যুঁজিছে  জীৱন-মৃত্যুৰে ৷

আনহাতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা দুই পাষণ্ডক ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে আটক কৰি হাজিৰ কৰিছে আদালতত ৷ দুই অভিযুক্তৰ নাম হিমাংশু বৈশ্য, জয়ন্ত তালুকদাৰক ৷ শেহতীয়া খবৰ অনুসৰি সংশ্লিষ্ট দোকান খনৰ গৰাকীকো আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে।

প্ৰশ্ন হ’ল কিশোৰটিয়ে চুৰ কৰিছে ৷ তাৰ শাস্তি আইনে দিব  ৷ কিন্ত আইন হাতত তুলি দানৱীয় অত্যাচাৰ কৰাৰ অধিকাৰ কোনো দিলে মৰেল পুলিচিঙ কৰা দুই যুৱকক। সচেতন মহলৰ দাবী দুই যুৱকক আৰক্ষী কঠোৰ শাস্তি দিয়ক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhagaduttapur PoliceMoral policing caseTeenager Injured In beatingTWO PERSON ARRESTED
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d