Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manas National Parkমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত পার্কিঙক লৈও চলিছে ছিণ্ডিকেট

সৰৱ অবড়ো সুৰক্ষা সমিতি, ২৪ ঘণ্টাৰ ভিতৰত অবৈধ পার্কিং বন্ধ কৰাৰ দাবী

publisher by publisher
December 24, 2023
in India
Reading Time: 2 mins read
0
Manas National Parkমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত পার্কিঙক লৈও চলিছে ছিণ্ডিকেট
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Manas National Park:

বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত পার্কিঙৰ নামত অবৈধভাবে ধন সংগ্রহক লৈ এক সংবাদমেলত সৰৱ হয় অবড়ো সুৰক্ষা সমিতি। উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় মুখ্য প্রবেশদ্বাৰত সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাসে মানাহত অবৈধ পার্কিং চলি থকা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰে।

ADVERTISEMENT

ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এক অসাধু চক্রই অবৈধ পার্কিং খুলি ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপন কৰি তেওঁ ২৪ ঘন্টাৰ ভিতৰত অবৈধ পার্কিং বন্ধ নকৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে। দেশী- বিদেশী পর্যটকক মাধমাৰ শোধোৱা এই অসাধু চক্রৰ বিৰুদ্ধে সৰৱ হৈ বিটিআৰৰ মুৰব্বী প্রমোদ বড়ো,
স্থানীয় বাগ্‌সা আৰু শালবাৰী মহকুমা প্রশাসনক ক্ষুৰধাৰ সমালোচনা কৰে অবড়ো নেতাজনে।

উল্লেখ্য যে মানাহৰ বেঁকী নদীৰ সমীপৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত পাৰ্কিঙৰ নামত এখন বাছৰ পৰা ৫০০ টকা, চাৰিচকীয়া বাহনত ৩০০ টকা, ই- ৰিস্কা ১০০ টকা আৰু মটৰ চাইকেলৰ নামত ৫০ টকাকৈ সংগ্রহ কৰি আহিছে।

যাক লৈ ক্ষোভিত হৈ আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক দাসে এই অবৈধ পার্কিং বন্ধ নকৰিলে স্থানীয় বিভিন্ন দল- সংগঠনৰ লগতে ৰাইজৰ সহযোগত ভয়ংকৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদানৰ লগতে ২৪ ঘণ্টাৰ পাছত মানাহলৈ অহা সকলো বনভোজকাৰীক বিনামূলীয়া পার্কিঙৰ ব্যৱস্থা কৰি দিব বুলি কয়।

অবড়ো নেতাজনে পার্কিঙৰ নামত এয়া গুণ্ডাগিৰি নে প্ৰশাসনৰ জ্ঞাতসাৰেই ধন ঘটাৰ এক কৌশল বুলি প্রশ্ন উত্থাপন কৰে বনভোজৰ বাবে যিখিনি মাটি আছে তাৰে ৭০ শতাংশ চৰকাৰী মাটি। তেওঁ প্রশাসনক উদ্দেশি কয়, ‘আপোনালোকে কিহৰ স্বাৰ্থত চৰকাৰী মাটিক বেচৰকাৰী বুলি কৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি মানাহলৈ অহা পর্যটকসকলৰ ওপৰত মাধমাৰ শোধাইছে।’

অবড়ো নেতাজনে কয়, ‘যোৱা চাৰি নৱেম্বৰত ইডিচিৰ নামত এটা সংস্থাই একপক্ষীয়ভাবে কোনো নিবিদা নোহোৱাকৈ ধন ঘটাৰ বাবে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰাই মানাহত যি এক পার্কিঙৰ ছিণ্ডিকেট আৰম্ভ কৰিছে এই ছিণ্ডিকেট ব্যৱস্থাক অবড়ো সুৰক্ষা সমিতিয়ে তীব্র নিন্দা আৰু গৰিহণা জনাইছো।’

তেওঁ পুনৰ কয়, ‘বিটিএডিত কণীৰ ছিণ্ডিকেট, ব্ৰয়লাৰ মুৰ্গীৰ ছিণ্ডিকেটৰ কথা শুনি আহিছিলো কিন্তু বিটিএডিত প্রমোদ বড়োৰ নেতৃত্বত যে অৰণ্যৰ ছিণ্ডিকেটো আছে এয়া প্রথম জানিলো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Oboro Surakshya SamitiIllegal Parking TaxManas National ParkNrayanguri Picnic SpotpicnicPressmeet
publisher

publisher

Related Posts

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d