Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 গছৰ পাতত এম্ব্রইদাৰী: তলাবন্ধত হস্তশিল্পৰ জৰিয়তে উপাৰ্জন

publisher by publisher
August 17, 2020
in Assam, News
Reading Time: 1 min read
0
 গছৰ পাতত এম্ব্রইদাৰী: তলাবন্ধত হস্তশিল্পৰ জৰিয়তে উপাৰ্জন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

তলাবন্ধৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰি উপাৰ্জনৰ পথ লাভ কৰিছে এগৰাকী উদীয়মান ফেশ্বন ডিজাইনাৰে। চৰাইদেউ জিলাৰ চেপনৰ টিফুক গাঁওৰ জয়শ্ৰী লেখাৰুয়ে গছৰ পাতত এম্ব্রইদাৰী কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। উদীয়মান ফেশ্বন ডিজাইনাৰ জয়শ্ৰীৰ তলাবন্ধৰ বাবে উপাৰ্জন কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত কর্মব্যস্ততাও কমি গৈছে । আজৰি সময়ৰ সদব্যৱহাৰ কৰি জয়শ্ৰীয়ে গছৰ পাতত এমব্রইদাৰী কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তেওঁ উক্ত হস্তশিল্পৰ জৰিয়তে ব্যৱসায়ৰ কথা চিন্তা কৰা নাছিল যদিও ছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুক আৰু হোৱাটচএপ যোগে তেওঁ উক্ত হস্তশিল্পৰ ফটো ‘শ্বেয়াৰ’ কৰে।

ADVERTISEMENT

তেওঁৰ উক্ত শিল্পকৰ্মই ছ’চিয়েল মিডিয়াত সমাদৰ লাভ কৰাত বৰ্তমান তেওঁ গছৰ পাতত এম্ব্রইদাৰ’ কৰি উক্ত ফটো ফ্ৰেমিং কৰি বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, “এম্ব্রইদাৰী আৰু হুপ আৰ্ট কৰাটো মোৰ হ’বি। বৰ্তমান কামৰ ব্যস্ততা কমিছে বাবে কিছু ব্যতিক্ৰমী কামেৰে নিজক ব্যস্ত ৰখাৰ কথা চিন্তা কৰিলোঁ। তাৰ বাবেই গছৰ পাতত এম্ব্রইদাৰী কৰিব ললোঁ। ব্যৱসায়ৰ কথা ভবা নাছিলোঁ। কিন্তু দেখিবলৈ ভাল লগা হোৱাত এতিয়া ভাবিছোঁ ভৱিষ্যতে গ্ৰাহকে বিচাৰিলে বিক্ৰী কৰিম।”

প্ৰথমে আহত গছৰ কেঁচা পাতত জয়শ্ৰীয়ে এম্ব্রইদাৰী কৰিছিল। ইয়াৰ পিছত আন গছৰ পাত আৰু শুকান পাততো এম্ব্রইদাৰী কৰিবলৈ লৈছে। প্ৰথম পাতটোত এম্ব্রইদাৰী কৰিবলৈ প্ৰায় দুঘণ্টা মান সময় লাগিছিল বুলি কয় জয়শ্ৰীয়ে। অৱশ্যে কাপোৰৰ তুলনাত গছৰ পাতত এমব্রইদাৰী কৰাটো কিছু কঠিন বুলিও তেওঁ উল্লেখ কৰে। গছৰ পাত, বেজী আৰু এম্ব্রইদাৰী কৰা বিভিন্ন ৰঙৰ সূতাৰে নামমাত্ৰ খৰছত জয়শ্ৰীয়ে গছৰ পাতত এম্ব্রইদাৰী কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এই কলাৰ জৰিয়তে ব্যৱসায় কৰিলে লাভান্বিত হ’ব বুলি তেওঁ আশাবাদী।

WhatsApp Image 2020 08 17 at 3.56.36 PM

উল্লেখ্য যে স্নাতক উত্তীৰ্ণ জয়শ্ৰীয়ে ফেশ্বন ডিজাইনিংত ডিপ্ল’মা গ্ৰহণ কৰিছে। যোৱা দুবছৰৰ পৰা জয়শ্ৰীয়ে বিভিন্ন সাজ-পোছাক ডিজাইন কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হবলৈ সক্ষম হৈছে। চাকৰিৰ আশা বাদ দি হস্তশিল্পৰ জৰিয়তে উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ সপোন জয়শ্ৰীৰ। ভৱিষ্যতে নিজৰ ডিজাইন সমূহক এটা ‘ব্ৰেণ্ড’ নাম দি স্বাধীনভাবে নিজৰ ব্যৱসায়ত আগবাঢ়ি যাব বিচাৰে উদীয়মান ফেশ্বন ডিজাইনাৰ গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCharaideo
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d