Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

11 ministers and MLAs boycotted the Chief Minister’s meeting:মুখ্যমন্ত্ৰীৰ বৈঠক বৰ্জন ১১ মন্ত্ৰী-বিধায়কৰ

জিৰিবামৰ হিংসাৰ দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ বীৰেনৰ, সিঙৰ সাতটা সংকল্প প্রস্তাৱ গ্রহণ সাত জিলাত বাহাল সান্ধ্য আইন, তেজে ধোৱা মণিপুৰত ৰাজনৈতিক অস্থিৰতাৰ সম্ভাৱনা, শাসক পক্ষত বৃদ্ধি পাইছে ক্ষোভ-অসন্তুষ্টি

publisher by publisher
November 20, 2024
in India, News
Reading Time: 3 mins read
0
11 ministers and MLAs boycotted the Chief Minister’s meeting:মুখ্যমন্ত্ৰীৰ বৈঠক বৰ্জন ১১ মন্ত্ৰী-বিধায়কৰ
2
SHARES
16
VIEWS
ShareShareShareShare

11 ministers and MLAs boycotted the Chief Minister’s meeting:

তেজে ধোৱা মণিপুৰত এইবাৰ ৰাজনৈতিক অস্থিবতা সৃষ্টির সম্ভাৱনা প্রকট হৈছে। ৰাজ্যখনৰ সাম্প্রতিক হিংসাজৰ্জৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্রী এন বীৰেন সিঙে আহ্বান জনোৱা এখন গুৰুত্বপূর্ণ বৈঠক বৰ্জন কৰি এনডিএৰ ১১ জনকৈ বিধায়কে এনে ইংগিত দিছে। অৱশ্যে বৈঠকত তিনিটা গোচৰ এনআইএলৈ দিয়াৰ লগতে ৰাজ্য খনৰ হিংসাজৰ্জড়িত অঞ্চলত ইণ্টাৰনেট সেৱা মুকলি নকৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

ADVERTISEMENT

আনহাতে বৈঠক বৰ্জন কৰা এই ১১ মন্ত্রী-বিধায়কলৈ মুখ্যমন্ত্ৰীৰ সচিবালয়ে জাৰি কৰিছে কাৰণ দর্শোৱাৰ । লক্ষ্যণীয়ভাবে মুখ্যমন্ত্রীয়ে আহ্বান জনোৱা এই বৈঠকত অনুপস্থিত থকা শাসকীয় এনডিএৰ বিধায়কসকলৰ মাজত একাধিক মন্ত্রীও আছে। ইয়াৰে এজন মন্ত্রী হ’ল বাই খেমচান্দ সিং।

RelatedPosts

Manipur Violence Updates:প্রত্যক্ষদর্শীৰ ভাষ্য কোন মুহূর্তত মৃত্যু আহে তাৰ কোনো নিশ্চয়তা নাই মণিপুৰত !

 CM’s Press Conference After the Cabinet:নলবাৰীত কেবিনেট বৈঠক সম্পন্ন

ইয়াৰ পূৰ্বে যোৱা দেওবাৰে বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰখনলৈ এনপিপিয়ে সমর্থন প্ৰত্যাহাৰ কৰে। উল্লেখ্য যে যোৱা সাত নৱেম্বৰৰ পৰা মণিপুৰৰ পৰিস্থিতি পুনৰ অগ্নিগর্ভা হৈ উঠে। চলিত মাহটোতে উগ্রপন্থীৰ নাৰকীয়তাত শিশু-মহিলাসহ কমেও আঠজন নিৰীহ লোকে প্রাণ হেৰুৱায়।

ইয়াক লৈ ৰাজ্যখনৰ ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন স্থানত হিংসাত্মক প্রতিবাদ সাব্যস্ত হয়। এনে হত্যা-হিংসা নিয়ন্ত্রাত বীৰেন সিং নেতৃত্বাধীন এনডিএ চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰখনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা নেতৃত্বাধীন এনপিপিএয়ে সমর্থন প্রত্যাহাৰ কৰিছে।

এনেদৰে ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰো সম্ভাৱনা প্রকট হোৱাৰ সময়তে কালি মুখ্যমন্ত্রী সিঙে এক গুৰুত্বপূর্ণ বৈঠকৰ আহ্বান জনায়। সন্ধিয়া ছয় বজাৰ পৰা ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত বৈঠকখনত উপস্থিত থকাৰ পৰা বিৰত থাকে একাংশ বিজেপি বিধায়কসহ এনডিএৰ ১১ জনকৈ বিধায়ক। বিভিন্ন অজুহাতত এই বিধায়কসকলে বৈঠকখন বর্জন কৰে বুলি সূত্রই জনায়।

সূত্ৰৰ মতে, বৈঠকখন বৰ্জন কৰা ১১ জন মন্ত্রী-বিধায়কৰ মাজত দুজনে শাৰীৰিক অসুস্থতাৰ দোহাই বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকে। অৱশ্যে আন পাঁচজন বিধায়কৰ অনুপস্থিতিৰ কাৰণ পোহৰলৈ অহা নাই। সম্প্রতি ৰাজ্যখনত বিজেপি নেতৃত্বাধীন এনডিএৰ ৪৫ জন বিধায়ক আছে। ১১ বিধায়কে কালি সন্ধিয়াৰ বৈঠক বৰ্জন কৰাৰ বিপৰীতে মুখ্যমন্ত্রী সিংসহ ২৭ জনে বৈঠকখনত অংশগ্ৰহণ কৰে। ইয়াৰে ২৬ জনে সোঁশৰীৰে আৰু এজনে ইণ্টাৰনেটৰ মাধ্যমৰে বৈঠকত অংশগ্রহণ কৰে।

আনহাতে, ৰাজ্য প্ৰশাসনৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি সন্ধিয়াৰ এই বৈঠকত উত্তপ্ত বাকবিতণ্ডাও হয়। মূলতঃ দুটা বিষয়ক লৈ বৈঠকখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰে এটা বিষয় হ’ল যে বৈঠকত অংশগ্ৰহণ কৰা ২৭ বিধায়কৰ অধিকাংশই কুকি উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰে।

আনটো বিষয় হ’ল মেইটেই অধ্যুষিত ইম্ফল উপত্যকাৰ ছখন আৰক্ষী থানা অঞ্চলত সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন প্রত্যাহাৰৰ দাবী তোলে কে’বাজনো বিধায়কে প্রস্তাৱ আকাৰে বিধায়কবর্গই এই দুটা দাবী বৈঠকত উত্থাপন কৰে। লগতে বৈঠকত একাংশ মন্ত্রী-বিধায়কৰ বাসভৱনত উন্মত্ত প্রতিবাদকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনাক লৈ উদ্বেগ প্রকাশ কৰা হয়।

ইপিনে, উত্তপ্ত পৰিৱেশৰ মাজতে বৈঠকে এক সাতদফীয়া সংকল্প গ্রহণ কৰে। কঠোৰ শব্দ প্রয়োগ কৰি প্ৰস্তুত কৰা এই সাতদফীয়া সংকল্প প্রস্তাৱৰ জৰিয়তে কেন্দ্রই যোৱা ১৪ নৱেম্বৰত ৰাজ্যখনৰ ছখন আৰক্ষী থানা অঞ্চলত বলবৎ কৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন প্রত্যাহাৰ, জিৰিবামৰ মেইটেই সম্প্রদায়ৰ অপহৃত লোকক হত্যাৰ স’তে জড়িত কুকি উগ্রপন্থীৰ বিৰুদ্ধে ‘গণ অভিযান’ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰা হয়।

লগতে জিৰিবামৰ শেহতীয়া হত্যালীলাৰ তিনিটা প্রধান গোচৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)লৈ হস্তান্তৰৰ সম্পৰ্কে ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্তক উত্ত বৈঠকে অনুমতি জনায়। এই সংকল্প প্রস্তাৱসমূহত বৈঠকত উপস্থিত বিধায়কবর্গই সন্মতি প্রকাশ কৰে।

singh 1ইপিনে, উত্ত গুৰুত্বপূৰ্ণ বৈঠকৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী সিঙে পাছত সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘শাসকীয় বিধায়কবৰ্গৰ স’তে এক গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰো। বৈঠকে জিৰিবামৰ শেহতীয়া নিৰীহ হত্যাক গৰিহণা দিয়ে। অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ভুক্তভোগীক ন্যায় প্রদান কৰা হ’ব। ৰাজ্যত আইন-শৃংখলা শক্তিশালীকৰণ আৰু আফম্পা সম্পর্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ৷

উল্লেখ্য যে যোৱা সাত নৱেম্বৰত সশস্ত্ৰ উগ্রপন্থীৰ দলে জিৰিবামত এগৰাকী মাৰ সম্প্ৰদায়ৰ নিৰীহ মহিলাক জীৱন্তে অগ্নিদগ্ধ কৰি হত্যা কৰে। এই নাৰকীয় ঘটনাৰ পাছৰে পৰা ৰাজ্যখনৰ পৰিস্থিতি পুনৰ অগ্নিগভা হয়।

লক্ষ্যণীয় যে যোৱা দেওবাৰে এনপিপিএ মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰলৈ সমৰ্থন প্রত্যাহাৰ কৰিলেও চৰকাৰৰ পতন নঘটে। কাৰণ অকলে চৰকাৰ গঠনৰ জোখাৰে ৬০ জনীয়া মণিপুৰ বিধানসভাত বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে। অৱশ্যে কালি সন্ধিয়াৰ বৈঠকখন শাসকীয় পক্ষৰ ১১ জনকে বিধায়কে বৰ্জন কৰাটোহে অস্থিৰতা সৃষ্টিৰ ইংগিত বহন কৰিছে।

কাৰণ ৰাজ্যখনত কোনো দল বা মৰ্চাক ক্ষমতাত থকাৰ বাবে ৩১ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে কালি সন্ধিয়াৰ বৈঠকখনত শাসকীয় পক্ষৰ ৪৫ বিধায়কৰ ঠাইত ২৭ জন বিধায়কহে উপস্থিত থাকে। সম্প্রতি বিজেপি নেতৃত্বাধীন চৰকাৰখনলৈ সমৰ্থন বৰ্তাই ৰখা এনডিএৰ দলসমূহৰ মাজত এনপিএফএৰ পাঁচ বিধায়ক আৰু বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউৰ ছয় বিধায়ক আছে।

তদুপৰি তিনিজন নির্দলীয় বিধায়কো বীৰেন সিং চৰকাৰৰ পক্ষত আছে। তৎসত্ত্বেও এনপিপিৰ সমর্থন প্রত্যাহাৰে এনডিএৰ এই অংশীদাৰী দলসমূহকো সুকীয়া চিন্তা কৰাৰ আলম দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি

আনহাতে, জিৰিবামৰ শেহতীয়া হত্যালীলাই বিজেপিক অস্বস্তিৰ মাজত ৰাখিছে। কাৰণ জিলাখনত সন্দেহযুক্ত কুকি উগ্রপন্থীৰ হাতত ছয়গৰাকীকৈ মেইটেই জনগোষ্ঠীৰ মহিলাই প্রাণ হেৰুৱায়। এই নাৰকীয়তাৰ বিৰুদ্ধে সৰৱ হৈ উঠি মেইটেই জনগোষ্ঠীৰ বিধায়কসকলে কুকি উগ্রপন্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰি আছে।

এই বিধায়কসকলৰ দাবী হ’ল যে কুকি উগ্রপন্থীৰ বিৰুদ্ধে চৰকাৰে পূৰ্বে কঠোৰ স্থিতি লোৱা হ’লে জিৰিবাম জিলাত মেইটেই জনগোষ্ঠী লোকৰ অপহৰণ আৰু হত্যাৰ ঘটনা নখটিলহেঁতেন। আনহাতে, এই নাৰকীয় হত্যালীলাক লৈ ৰাজধানী ইম্ফলৰ দুই জিলাৰ লগতে ৰাজ্যখনৰ সাতখন জিলাত আজিও সান্ধ্য আইন বলবৎ হৈ আছে। আজি বিয়লিলৈকে এই জিলাকেইখনত ইণ্টাৰনেট সেৱা নামমাত্ৰ হৈ আছে। অৱশ্যে হিংসাদগ্ধ জিৰিবামত চৰকাৰে কোনো নিষেধাজ্ঞা জাৰি কৰা নাই।

# মুখ্যমন্ত্ৰীৰ বৈঠকত অংশ লোৱা তিনি দলীয় বিধায়কলৈ এনপিপিৰ জাননী জাৰি:

কালি সন্ধিয়াৰ বৈঠকত অংশ নোলোৱা শাসকীয় পক্ষৰ ১১ বিধায়কলৈ মুখ্যমন্ত্ৰীৰ সচিবালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰাৰ ঘটনাই চর্চা লাভ কৰি আছে। লক্ষ্যণীয়ভাৱে উক্ত বৈঠকত অংশ লৈ দলীয় জাননী লাভ কৰিছে এনপিপিৰ তিনিজন বিধায়কে। দলে চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পাছতো এই তিনি বিধায়কে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি সন্ধিয়া অনুষ্ঠিত বৈঠখনত অংশগ্ৰহণ কৰে।

কাৰণ দর্শেৱাৰ জাননী পোৱা এই তিনি বিধায়ক হ’ল এম ৰামেশ্বৰ সিং, টি শান্তি সিং আৰু আই নলিনী দেবী। দলৰ এই তিনি বিধায়কলৈ জাননী জাৰি কৰাৰ কথা সদৰী কৰি এনপিপিৰ অন্যতম বিধায়ক জাংধেমপুং পান্মেই কয়, ‘আমি এই তিনি বিধায়ক মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত থকাৰ কথা আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাক অৱগত কৰো।

তেওঁ দলীয় স্থিতি অৱমাননা কৰাৰ বাবে এই তিনি বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।’ আনহাতে মুখ্যমন্ত্ৰীৰ সচিবালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা ১১ বিধায়কৰ মাজত এনপিপিৰ বিধায়ক শেখ নুৰুল হাছানো আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manipur Violence UpdatesN.Biren SinghnppState Cabinet Meeting
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d