Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Manipur Violence Updates:প্রত্যক্ষদর্শীৰ ভাষ্য কোন মুহূর্তত মৃত্যু আহে তাৰ কোনো নিশ্চয়তা নাই মণিপুৰত !

publisher by publisher
November 19, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Manipur Violence Updates:প্রত্যক্ষদর্শীৰ ভাষ্য কোন মুহূর্তত মৃত্যু আহে তাৰ কোনো নিশ্চয়তা নাই মণিপুৰত !
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

Manipur Violence Update:অশান্ত ইম্ফল উপত্যকাৰ সকলো শিক্ষানুষ্ঠান ২৩ নৱেম্বৰলৈ বন্ধ ঘোষণা

11 ministers and MLAs boycotted the Chief Minister’s meeting:মুখ্যমন্ত্ৰীৰ বৈঠক বৰ্জন ১১ মন্ত্ৰী-বিধায়কৰ

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ

Manipur Violence Updates:

সেইদিনা আছিল ১১ নৱেম্বৰ। মেইটেইসকলৰ পৰম্পৰাগত উৎসৱ নিঙ্গল চকৌবাৰ দিন। শাহুআইৰ আমন্ত্রণমর্মে একমাত্র কন্যাক সংগী কৰি মোৰ পত্নী গৈছিল পিতৃগৃহলৈ। জিৰিবাম জিলাৰ জাকুৱাডহৰত পত্নীৰ পিতৃগৃহ। মই মেঘালয়ত নির্মাণ শ্রমিকৰূপে কৰ্মৰত। কামৰ চাপত এইবাৰ নিঙ্গল চকৌবাত ঘৰলৈ আহিব নোৱাৰিলো। আমি অতি সাধাৰণ পৰিয়ালৰ লোক। তথাপি আমি সকলোৱে মিলি এই উৎসৱত আনন্দ কৰো। এইবাৰ মোৰ দৰে কামৰ হেঁচাত মুম্বাইত থকা মোৰ খুলশালিজনো আহিব নোৱাৰিলে। অৱশ্যে মোৰ খুলশালী লাইশ্রম হৈতন্বী সিঙে পাৰিবাৰিক বিবাদৰ বাবে দুই পুত্ৰত্র সন্তানক লৈ মাতৃগৃহতে থাকে।

ADVERTISEMENT

‘নিঙ্গল চকৌবাৰ সেই দিনটোত অইনবাৰৰ দৰে ৬৫ বছৰীয়া শাহুৱে মোৰ কন্যাসহ তেওঁৰ তিনি নাতিক লৈ আনন্দত মজিছিল। দুই ভগ্নীয়ে ৰন্ধা-বঢ়াত ব্যস্ত আছিল। সেই সময়তে জকুৰাডহৰত চৌপাশৰ পৰাই আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে। ঘৰ-বাৰী জুলাই দি দুষ্কৃতিকাৰী দলে উল্লাসত মত্ত হয়। এই ঘটনাটোত দুজন লোক অগ্নিদগ্ধ হৈ প্রাণ হেৰুৱায়। দুষ্কৃতিকাৰীৰ দলে গাঁওখন চৌপাশৰ ঘেৰাও কৰি ঘৰবোৰ জুলাই দি আনন্দত মতলীয়া হৈ উভতি যোৱাৰ পথত মোৰ শহুৰৰ ঘৰৰ সদস্যসকলকো বলপূর্বক লৈ যায়।

শাহু, স্ত্রী, খুলশালী, মোৰ কন্যা আৰু খুলশালীৰ দুই পুত্ৰ কাকো এৰি দিয়া নাছিল। মোৰ পত্নীয়ে দিনৰ প্ৰায় ১২ বজাত মোক ফোন কৰিছিল আৰু তেতিয়া মই অত্যন্ত ব্যস্ত থকাৰ বাবে ফোনটো ধৰিলেও তেওঁক কথা কোৱাৰ সুযোগ দিয়া নাছিলো। মই কাম কৰি আছো, পাছত ফোন কৰিম বুলি কৈ থৈছিলো ফোনটো। মই জনা নাছিলো যে সেয়া আছিল তেওঁৰ শেষ ফোনকল। কাম-বন কৰি আজৰি হৈ আবেলি চাৰি বজাত যেতিয়া মই পত্নীলৈ পুনৰ ফোন কৰো, তেতিয়া ছুইছ অফ আছিল। সেই ম’বাইল আৰু অন নহ’ল আৰু অন নহ’বও।

‘মোৰ খুলশালিৰো একেই অৱস্থা। তেওঁলোকৰ চাৰিগৰাকী কন্যা আৰু এজনেই ভ্রাতৃ। মাতৃসহ তেওঁ দুই ভগ্নীক একেলগে হেৰুৱালে। আন দুগৰাকী ভগ্নী ইম্ফলত থাকে। ঘটনাৰ দিনা মাতৃৰ ফোনকলতে সাৰ পাইছিল মোৰ খুলশালিজন। মাতৃয়ে উৎসৱৰ বাবে কিছু টকা বিচাৰিছিল আৰু একাউণ্টত থকা ২৫ হেজাৰ টকাই সম্পূৰ্ণকৈ তেওঁ ঘৰলৈ পঠিয়াইছিল। ঘৰলৈ যাব নোৱাৰিলেও মনে মনে আনন্দিত হৈছিল যে ঘৰলৈ পঠিওৱা টকাকেইটাৰে নিঙ্গল চকৌবা ভালদৰে পালন কৰিব পাৰিব পৰিয়ালে। অৱশ্যে ভবাৰ দৰে নহ’ল। সন্ধিয়া লগাৰ আগতে আমালৈ ফোন আহিল। মই মেঘালয়ৰ পৰা উধাতু খাই গ’লো জিৰিবামলৈ। কিন্তু গাঁওখনত প্ৰৱেশৰ কোনো উপায় নাছিল।

সকলোৱে মোক জিৰিবামৰ আশ্রয় শিবিৰত থাকিবলৈ ক’লে আৰু মই তাতে থাকিলো। গাঁওখনৰ অন্যান্য লোকসকলেও একেটা শিবিৰতে আছিল। পার্থক্য এটাই। সকলোৱে পৰিয়ালৰ সদস্যসকলক লৈ একেলগে আছিল আৰু কেৱল মই আছিলো এই অপেক্ষাত যে কেতিয়া মৃতদেহ চিনাক্ত কৰাৰ মোৰ পাল পৰিব। দুবাৰকৈ শিলচৰ মেডিকেল কলেজৰ মৰ্গলৈ গৈ এই কামটোৱে কৰিলো। এতিয়াও বহি আছো কেতিয়া খবৰ আহিব যে আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মই গৈ অৱশিষ্টৰ পৰা চিনাক্ত কৰিব লাগিব যে তেঁৱেই হৈতম্বী হয় নে নহয় ?

ওপৰোক্ত এই ভাষ্য মণিপুৰৰ অসম সীমান্তৰ জিৰিবামৰ জকুৱাডহৰ গাঁৱৰ সংঘটিত ভয়াৱহ ঘটনাৰ এগৰাকী ভুক্তভোগী স্বামীৰ। মণিপুৰত এতিয়া পৰিস্থিতি ইমান ভয়াৱহ হৈছে যে মৃত্যুৱে কেতিয়া কাৰ বাবে অপেক্ষা কৰি আছে, সেয়া কোনেও নাজানে। মেইটেইসকলৰ অতি গুৰুত্বপূৰ্ণ বিবেচিত উৎসৱ উদ্যাপনৰ বাবে আনন্দ মনেৰে ঘৰলৈ যোৱা পত্নী-কন্যা যে কেতিয়াও পুনৰ উভতি নাহিব, সেয়া সপোনৰো অগোচৰ আছিল উত্তম সিঙৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jiribam UnrestManipur CM n BIREN sINGHManipur Violence Updates
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d