Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১৪ জুলাইত সভাপতি নির্বাচন সন্দৰ্ভত গুৰুত্বপূর্ণ বৈঠক কংগ্রেছৰ, ইয়াৰ পূৰ্বেই বিদেশ ভ্ৰমণ ৰাহুল গান্ধীৰ

publisher by publisher
July 12, 2022
in India, News, Politics
Reading Time: 1 min read
0
১৪ জুলাইত সভাপতি নির্বাচন সন্দৰ্ভত গুৰুত্বপূর্ণ বৈঠক কংগ্রেছৰ, ইয়াৰ পূৰ্বেই বিদেশ ভ্ৰমণ ৰাহুল গান্ধীৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

বৃহস্পতিবাৰে কংগ্রেছৰ (Congress) গুৰুত্বপূর্ণ বৈঠক । সেই বৈঠকত দলীয় সভাপতি নির্বাচনক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হ’ব । ‘ভাৰত জ’ৰ’ যাত্রা’ক লৈও আলোচনা হ’ব । অহা দুই অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচীৰ মাধ্যমত কেন্দ্রক চাপত ৰখাৰ চেষ্টা হ’ব । কিন্তু এনে গুৰুত্বপূর্ণ বৈঠকতেই উপস্থিত নাথাকিব ৰাহুল গান্ধী (Rahul Gandhi) । দলৰ প্রাক্তন সভাপতি ইতিমধ্যে ইউৰোপ উদ্দেশ্যি ৰাওনা হৈছে । যাক লৈ নতুনকৈ বিতর্ক আৰম্ভ হৈছে ।

ADVERTISEMENT

দলৰ গুৰুত্বপূর্ণ বৈঠক তথা অন্য কোনো গুৰুত্বপূর্ণ সময়ৰ আগতেই বিদেশ যাত্রা অৱশ্যে ৰাহুলৰ এয়ে প্রথম নহয় । ইয়াৰ আগতেও যোৱা বছৰৰ ডিচেম্বৰত তেওঁৰ বিদেশ ভ্রমণক লৈ বিতর্ক হৈছিল । উত্তৰ প্রদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ- পাঁচ ৰাজ্যৰ নির্বাচনৰ আগতে প্রচাৰকাৰ্য আৰম্ভ হোৱাত পলম হৈ গৈছিল ৰাহুল দেশত নথকাৰ বাবে । যাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে নির্বাচনত । এটাৰ পাছত এটা পৰাজয়ৰ পাছত এইবাৰ পুনৰ উত্থানৰ বাবে উঠি-পৰি লাগিছে হাত । এনে পৰিস্থিতিতে বৃহস্পতিবাৰৰ বৈঠকত সভাপতি নির্বাচনক লৈ আলোচনা হ’ব । কিন্তু সেই বৈঠকতো উপস্থিত নাথাকিব ৰাহুলৰ । উল্লেখ্য, অহা দেওবাৰে দেশত উভতিব কংগ্রেছ নেতা ।

২০১৯ৰ লোকসভা নির্বাচনত বিজেপিৰ ধুমুহাত বিধ্বস্ত হৈ পৰিছিল কংগ্রেছ । ইয়াৰ পাছতেই সমস্ত ব্যর্থতাৰ দোষ নিজে জাপি লৈ দলীয় সভাপতিৰ দায়িত্ব ত্যাগ কৰিছে ৰাহুলে । ইয়াৰ পাছৰ পৰাই অন্তর্বর্তীকালীন সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আহিছে ছোনিয়া গান্ধীয়ে । ইমান দিনে কৰা নাই সভাপতি নির্বাচন । কিন্তু এইবাৰ নতুন সভাপতি বাছি ল’ব বিচাৰিছে কংগ্রেছে ।

লগতে ৰাজস্থানৰ উদয়পুৰত আয়োজিত কংগ্রেছৰ চিন্তন দলৰ শেষ দিনাই ঘোষণা কৰা হৈছিল অহা দুই অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিনত কংগ্রেছে আৰম্ভ কৰিব ‘ভাৰত জ’ৰ’ যাত্রা’ । ১৯৪২ত কংগ্রেছ ভাৰত চ’ৰ’ আন্দোলন কৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ২০২২ত এইবাৰ কংগ্রেছে আৰম্ভ কৰিব ‘ভাৰত জ’ৰ’ যাত্রা’ । কোৱা হৈছে, এই যাত্রাৰে দেশৰ মানুহক ঐক্যবদ্ধ কৰাৰ লক্ষ্যমাত্রাই আছে কংগ্রেছৰ । এই বিষয়তো আলোচনা হোৱাৰ কথা বৈঠকত । কিন্তু এনে গুৰুত্বপূর্ণ বৈঠকত ৰাহুলৰ অনুপস্থিতিক লৈ স্বাভাৱিকভাৱেই বিতর্কৰ সৃষ্টি হৈছে । অৱশ্যে দলৰ তৰফৰ পৰা এতিয়াও স্পষ্টভাৱে একো জনোৱা নাই এই বিষয়ত । কিন্তু কিয় এনে এক বৈঠকত ৰাহুল উপস্থিত নাথাকিব, তাক লৈ প্রশ্ন উত্থাপন কৰিছে সংশ্লিষ্ট মহলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressIndia Presidential Election 2022Rahul Gandhi
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d