Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Injured tiger was finally tranquilised at Jakhalabandha:কলিয়াবৰৰ আঘাতপ্রাপ্ত বাঘটো অৱশেষত জখলাবন্ধাত ট্রেংকুলাইজ

চকুত গুৰুতৰ আঘাতপ্রাপ্ত বাঘটোক নিয়া হয় কাজিৰঙাৰ বন‍্যপ্ৰাণী সংৰক্ষণ ও পুণৰ সংস্থাপন কেন্দ্ৰলৈ,জীৱশ্ৰেষ্ঠৰ অত্যাচাৰত নৈৰ বালি চাপৰিত তেজেৰে তুমৰলি লেবেজান বনৰজা, মানুহৰ শিলাবর্ষণত আঘাতপ্ৰাপ্ত হৈছিল বাঘটো

publisher by publisher
November 21, 2024
in News, Assam, India
Reading Time: 3 mins read
0
Injured tiger was finally tranquilised at Jakhalabandha:কলিয়াবৰৰ আঘাতপ্রাপ্ত বাঘটো অৱশেষত জখলাবন্ধাত ট্রেংকুলাইজ
1
SHARES
6
VIEWS
ShareShareShareShare

Injured tiger was finally tranquilised at Jakhalabandha:

জীৱশ্ৰেষ্ঠৰ অত্যাচাৰত নৈৰ বালি চাপৰিত তেজেৰে তুমৰলি লেবেজান আঘাতপ্রাপ্ত বাঘটোক অৱশেষত কলিয়াবৰৰ জখলাবন্ধাত ট্রেংকুলাইজ কৰি কৰা হ’ল পিঞ্জৰাবদ্ধ ৷ যথেষ্ট প্ৰত‍্যাহ্বানকো নেওচি আঘাত প্ৰাপ্ত বনৰজাক উদ্ধাৰ কৰে কাজিৰঙাৰ বাহপাৰিস্থ বন‍্যপ্ৰাণী সংৰক্ষণ ও পুণৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ দলে । কাজিৰঙাৰ ডি এফ অ অৰুণ বিগনেছে নেতৃত্ব লোৱা বিশেষ দলটোক সহায় কৰে শালনা বনাঞ্চলিক বিষয়া বিভুতি মজুমদাৰ এটা বন বিভাগৰ বৃহৎ দলে ।ট্রেংকুলাইজ কৰাৰ পিছত বাঘটোৰ চকু পৰীক্ষা কৰি বন বিভাগৰ পশু চিকিৎসাদল নিশ্চিত হয় যে নিকৃষ্ট লোকৰ শিলাবৰ্ষনৰ ফলত এটা চকু চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় বনৰজা ৷

ADVERTISEMENT

উল্লেখ্য যে বুধবাৰে কলঙৰ দুয়োপাৰে হাতে হাতে শিল, ইটা, যাঠি-জোং, ফর্মুটি লৈ এদল মানুহ আৰু কলঙৰ দ পানীৰ মাজত তেজেৰে তুমৰলি হৈ ওপঙি ৰোৱা এটা প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘ। দানৱৰূপী একাংশ মানুহ আৰু বন্যকুলৰ মাজৰ এখন লজ্জাজনক ছবি বুধবাৰে এনেদৰেই পৰিস্ফুট হৈ ৰ’ল কলিয়াবৰত। একাংশ উন্মত্ত লোকৰ নিৰ্যাতনৰ বলি হৈ কলঙৰ ‘দ’ পানীত জীৱন-মৃত্যুৰে যুঁজিছি’ল প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘটো ঢেকীয়াপতীয়াৰ কলঙত জাঁপ |

RelatedPosts

Kaliabor:আবেদন-নিবেদন, প্ৰতিবাদে কামত নাহিল কলিয়াবৰবাসী ৰাইজৰ

Leopard was tranquilised after causing terror in Nagaon: নগাঁও চহৰত সন্ত্ৰাস চলোৱা নাহৰফুটুকীক অৱশেষত কৰা হ’ল ট্ৰেংকুলাইজড

Heroin Seized In Jakhalabandha :কলিয়াবৰত ২৫ কোটি টকাৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

‘দ’ কলঙৰ পানীত পৰি ৰোৱা বনৰজাৰ ওপৰত শিল, ইটা, ফর্মটিৰে চলিল অহৰহ আতিশয্য। ইয়াৰ পাছতে কলঙৰ পানীৰ পৰা প্ৰাণৰ মায়াত পাৰলৈ উঠিবলৈ আপ্রাণ চেষ্টা কৰিও শিল, ইটাৰ আঘাতত আক্রান্ত প্রকাণ্ড বাঘটো আহত অৱস্থাত পানীৰ মাজতেই তেজেৰে তুমুৰলি হৈ প্রায় দুঘণ্টা সময় ওপঙি ৰ’ল। বাৰে বাৰে পাৰলৈ উঠাবলৈ চেষ্ট কৰা বনৰজাক আঁতৰাই পঠোৱাৰ তাড়নাতে বন বিভাগেও কৰিলে গুলিবর্ষণ। এয়া বুধবাৰে কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কেৰিবাকৰিৰ ৰেলৰ দলঙৰ সমীপৰ দৃশ্য।

স্মতৰ্ৱ্য যে বিগত তিনি-চাৰিমাহ ধৰি কলিয়াবৰৰ সোণাৰি গাঁৱৰ লগতে হাতীমূৰা পর্যন্ত এক বৃহৎ অঞ্চলত তিনিটাকৈ ঢেঁকীয়াপতীয়া বাঘে আশ্রয় লৈ আছে। সময়ে সময়ে এই বাঘে অঞ্চলটোৰ বহু পশুধনৰ ক্ষতিসাধন কৰাৰ লগতে জনজীৱনলৈয়ো ভাবুকি কঢ়িয়াই আনিছে। বন বিভাগে পিঞ্জৰা স্থাপনকে ধৰি বাঘ ধৰা আৰু খেদাৰ ধাৰাবাহিক চেষ্টা চলাই আহিছে যদিও এই পর্যন্ত সফলতা লাভ কৰিব পৰা নাই। ইয়াৰ মাজতে আজিৰ পৰা তিনিদিন পূর্বে এটা প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘে দেৱৰ সত্ৰ, ঢেকিয়াল, মিৰিভেটী গাঁৱৰ সমীপৰ হাবিত আশ্ৰয় লৈ গৰু-ছাগলী ভক্ষণ কৰাৰ সময়তে বন বিভাগেও বিভিন্ন প্ৰকাৰে বাঘ খেদাৰ ব্যৱস্থা গ্ৰহণ কৰে।

পুৱাৰ ভাগত বাঘটো দেৱৰ সত্ৰৰ হাবিৰ পৰা ওলাই জখলাবন্ধা চহৰৰ সমীপৰে কলঙৰ উত্তৰ পাৰে হাতীমূৰা, কেৰিবাকৰিৰ মাজৰ জখলাবন্ধা বজাৰৰ বিপৰীত দিশত প্ৰৱেশ কৰোতেই একাংশ লোক বাঘটোৰ ওপৰত একপ্ৰকাৰ জঁপিয়াই পৰি আক্ৰমণাত্মক ৰূপ লয়। এই সময়তে বাঘটো জখলাবন্ধা কেৰিবাকৰিৰ ৰেলৰ দৰঙৰ সমীপৰ দ কলঙত জাঁপ দি প্ৰাণৰ মায়াত পলাবলৈ চেষ্ট কৰোতেই একাংশ লোকে শিলগুটি-ইটা আদি লৈ পানীতে প্রকাণ্ড বাঘটোক আক্রমণ কৰে। ফলত মুখমণ্ডলকে ধৰি দেহৰ বিভিন্ন অংশত তেজ ২ বিৰিঙি উঠে বাঘটোৰ।

‘দৈনিক অগ্রদূত’ৰ কেমেৰাত ধৰা পাৰে দেহৰ বিভিন্ন অংশৰ লগতে বাঘটোৰ বাওঁদিশৰ চকুটোত অতি বেয়াকৈ আঘাতৰ চিন। হয়তো শিলগুটিৰ আঘাতে বাঘটোৰ বাওঁ চকুটো প্রায় থেতেলিয়াই পেলাইছে। সমগ্র দেহ হৈ পৰিছে ৰক্তাক্ত। বহু সময় পানীতে পৰি ৰোৱা বাঘটো আক্রমণকাৰী কিছু শান্ত হোৱাত পাৰলৈ উঠি কলঙৰ বালি চাপৰিতে লেবেজান হৈ থকাৰ পাছত গৰাৰ ওপৰলৈ উঠি গৈ সম্পূর্ণৰূপে শুই পৰে।

সেই সময়ত বাঘটোৰ মুখমণ্ডলৰ বিভিন্ন স্থানৰ লগতে চকুৰ অংশ বেয়াকৈ আঘাতপ্রাপ্ত হোৱাৰ ছবি ‘দৈনিক অগ্রদূত’ৰ কেমেৰাত আৱদ্ধ হয়। গৰাৰ ওপৰৰ অংশৰ পৰা সন্ধিয়াৰ আগে আগে বাঘটো খেদি নিবলৈ বন বিভাগে এক্সকেভেটৰ আৰু ফটকা ব্যৱহাৰ কৰে যদিও আঘাতপ্রাপ্ত বাঘটো সম্পূৰ্ণৰূপে শুই পৰে বালিচৰতে। এই সময়তো একাংশ লোকে হাতে হাতে টায়াৰ আদি জুলাই লৈ বন বিভাগে বাঘ খেদিব নোৱাৰাৰ অভিযোগ তুলি এই স্থান উত্তাল কৰি তোলাৰ লগতে বন বিভাগক তিৰস্কাৰ কৰে।

প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি, বাঘটোৰ মুখমণ্ডলৰ লগতে দেহত আঘাতৰ স্পষ্ট চিন থকালৈ চাই বাঘটো গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে। আনকি আঘাতপ্রাপ্ত বাঘটোৰ প্ৰাণৰ প্ৰতিও শংকা থকাৰ কথা প্রকাশ কৰিছিল স্বয়ং বন বিভাগে।

মনকৰিবলগীয়া যে কলিয়াবৰৰ বৰভকতি, মিৰিভেটি, ঢেকীয়াল, কটিয়ৰী, দেৱৰ সত্ৰ বনৰজাৰ বিচৰণত শংকিত হৈ থকাৰ সময়তে বনৰজাৰ বিচৰণত বুধবাৰে পুৱা হৈ-চৈ লাগে কলিয়াবৰৰ তিনিখনকৈ বিদ্যালয়ত। স্কুললৈ আহি বাঘৰ ভয়ত ছাত্র-ছাত্রী আৰু শিক্ষক-কর্মচাৰী উভতিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

জখলাবন্ধাৰ ৰামানন্দদেৱ গোস্বামী হাইস্কুল, জখলাবন্ধা নিম্ন ছ বুনিয়াদী বিদ্যালয় আৰু আয়ুস পাব্লিক স্কুলৰ পাছফালে পুৱাই দেখা পোৱা গ’ল প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘ। পূর্বতে বিচৰণ কৰি গৰু-ছাগলী নিধন কৰি আতংকৰ সৃষ্টিকৰা ঢেঁকীয়াপতীয়া বাঘটোৱে সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা, হাতীমূৰাৰ পৰা আহি নতুনকৈ কলঙৰ পাৰৰ হাবিয়নিত আশ্রয় লৈ আছিল। বাঘটোৱে বৰভকতি, মিৰিভেটি, ঢেকীয়াল, কটিয়ৰী, দেৱৰ সত্ৰ অঞ্চলত সন্ত্রাস সৃষ্টি কৰি কে’বাটাও ছাগলী আৰু গৰু নিধন কৰিছিল। বন বিভাগে যোৱা নিশাও সেই ঠাইৰ পৰা খেদি পঠিয়াবলৈ প্রচেষ্ট চলাইছিল যদিও সফল হ’ব পৰা নাছিল; কিন্তু ইয়াৰ পাছতে পুৱা এই  স্থানত বাঘৰ উপস্থিতি দেখি বিদ্যালয় কেইখন বন্ধ কৰি দিছিল কর্তৃপক্ষই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: finally tranquilisedInjured tigerJakhalabondhaKaziranga cwrc
publisher

publisher

Related Posts

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d