Horoscope:ৰাশিফল
মেষ: আর্থিকত বাধা দেখা নাযায়। কৰ্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব। শৰীৰ মধ্যম। আগবেলা অলপ বাধা দেখিব।
বৃষ: দিনটো উৎসাহজনক নহ’ব পাৰে। পৰিৱেশৰ লগত মনৰ মিল কম হ’ব। স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব।
মিথুন: কর্মক্ষেত্রত বাধা থাকিব। বিদ্যাত জটিলতা নাই। পঢ়াত মন বহুৱাওক। প্রেমত নতুন সংযোগ। প্রেমত শুভ।
কর্কট: অনুকূল দিন। যোগাযোগত প্রায় ভালেই। নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা। ঘৰুৱাতো সিমান জটিলতা নাথাকিবা
সিংহ: কোনো কৰ্মৰ লগত কৌশলগত সংযোগ ৰাখিব কৃতকার্য হ’ব। মনৰ অৱস্থা ভালেই থাকিব। বিদ্যাত মধ্যম। প্রেমত অশুভ।
কন্যা: মধ্যম দিন। শৰীৰো একৰকম। বিদ্যাত খেলি-মেলিৰ মাজেৰে অগ্রগতি। দাম্পত্যত চিন্তা থাকিব।
তুলা: আর্থিক উন্নতিৰ চেষ্টাত অনুকূল। প্রাপ্য মান-সম্মান লাভৰ সংবাদ। জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে। বিদ্যাত শুভ।
বৃশ্চিক: অস্থিৰতা লাহে লাহে হ্রাস পাব। কিছু পৰিৱৰ্তনীয় কামৰ অগ্ৰসৰতা। শৰীৰ ভালেই যাব। পঢ়াত বাধা।
ধনু: খৰচ বৃদ্ধি পাব। ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব। ভ্রমণত সতর্ক থাকিব। মূৰৰ বিষ হ’ব পাৰে।
মকৰ : দিনটো আপোনাৰ প্ৰায় ফৰকাল বুলিব পাৰে। কর্মক্ষেত্ৰত জটিলতা নাথাকিব। শৰীৰো মধ্যম। বিয়াৰ যোগাযোগত শুভ।
কুম্ভ: কৰ্ম আৰু পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আৱেগ প্ৰৱণতাৰ দ্বাৰা নচলিব। ভ্রমণত লাভজনক ফল। বিদ্যাত শুভ।
মীন: কৰ্মত নিৰাশ নহ’ব। চেষ্টাত অটল থাকক। বিদ্যাত শুভ। আর্থিকত দশ্চিন্তা কম। নিবনুৱাৰ কৰ্মলাভৰ যোগ।