মেষ ৰাশি : দিনটো মধ্যমীয় । ব্যয় বৃদ্ধিক বেছি হ’ব । আৰ্থিক অৱস্থাৰ উন্নত ৷ কাজিয়া-বিবাদ এৰাই চলক ৷
বৃষ ৰাশি : মানসিক আৰু শাৰীৰিকভাৱে সুস্থ । সকলো কাম সুকলমে কৰিব পাৰিব । আত্মবিশ্বাসী হৈ থাকিব । আৰ্থিক দিশত শুভ । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় লাভ কৰিব ।
মিথুন ৰাশি : শাৰীৰিক আৰু মানসিক অৱস্থা ভাল নহয় । স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক । বন্ধু আৰু পৰিয়ালৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা অধিক । ব্যয় অধিক হ’ব । বিবাদত লিপ্ত নহ’ব ।
ককৰ্ট ৰাশি : দিনটো আনন্দৰে পাৰ হ’ব । ব্যৱসায়-বাণিজ্যত সফলতা লাভৰ সম্ভাৱনা । ভ্ৰমণৰ যোগ । পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ।
সিংহ ৰাশি : আত্মবিশ্বাস বৃদ্ধি পাব ৷ ইচ্ছা শক্তি প্ৰবল হ’ব । কৰ্মত উন্নতি,প্ৰশংসা আৰু সন্মান বৃদ্ধি হ’ব পাৰে । আইনী কামৰ বাবে দিনটো শুভ।
কন্যা ৰাশি : বন্ধু আৰু আত্মীয়াৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ বিদেশত যোৱাৰ কথা ভাবিছে যদি সময় অনুকূল । আৰ্থিক দিশত শুভ ।
তুলা ৰাশি : খং নিয়ন্ত্ৰণ কৰক ৷ আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰক । ধন সঞ্চয় কৰক ।
বৃশ্চিক ৰাশি :বন্ধুৰ সংগ উপভোগ কৰিব । নিজৰ ৰুচি-পছন্দৰ প্ৰতি বেছি যত্নশীল হোৱাৰ সম্ভাৱনা । ভ্ৰমণ কৰক । দিনটো শুভ ।
ধনু ৰাশি : দিনটো আনন্দপূৰ্ণ ৷ ইতিবাচক মনোভাৱেৰে দিনটো পাৰ হ’ব ৷ স্বাস্থ্য উত্তম । কৰ্মক্ষেত্ৰত ইতিবাচক হৈ থাকিব । সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ ।
মকৰ ৰাশি : দিনটো চিন্তাত পাৰ হোৱাৰ সম্ভাৱনা অধিক । মানসিকভাৱে অস্থিৰ হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত বা ঘৰত সংঘাত হোৱাৰ সম্ভাৱনা আছে ।
কুম্ভ ৰাশি : আবেগ আৰু চিন্তাক নিয়ন্ত্ৰণ কৰক । শিক্ষাৰ্থীৰ বাবে শুভ । ব্যয় নিয়ন্ত্ৰণ ৰাখক । আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে থাকিব ।
মীন ৰাশি : সুখ আৰু সফলতাৰ যোগ। কৰ্মক্ষেত্ৰত শুভ । দাম্পত্য জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব । ভ্ৰমণৰ যোগ আছে। সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব ।