Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meenakshi Das has traveled 64 countries by two-wheeler:দুচকীয়া বাহনৰে ৬৪ দেশ ভ্ৰমণৰে অভিলেখ গঢ়ি স্বভূমিত উপস্থিত অসম কন্যা মীনাক্ষী

publisher by publisher
December 23, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Meenakshi Das has traveled 64 countries by two-wheeler:দুচকীয়া বাহনৰে ৬৪ দেশ ভ্ৰমণৰে অভিলেখ গঢ়ি স্বভূমিত উপস্থিত অসম কন্যা মীনাক্ষী
1
SHARES
12
VIEWS
ShareShareShareShare

Meenakshi Das has traveled 64 countries by two-wheeler:

এবছৰতে দুচকীয়া বাহনৰে ৬৪খন দেশ অর্থাৎ প্রায় ৬৫ হেজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়ি সুকলমে স্বভূমিত উপস্থিত হ’ল অসম কন্যা মীনাক্ষী দাস।

ADVERTISEMENT

এই যাত্রাত বিশ্ব অভিলেখৰ লগতে মীনাক্ষীয়ে কঢ়িয়াই আনিলে মহিলাসকলৰ বাবে এক সম্ভাৱনা আৰু আশাৰ বতৰা। নিজৰ অভিযানৰ অভিজ্ঞতা সন্দৰ্ভত মীনাক্ষীয়ে কয়, ‘মোৰ এই যাত্ৰাৰ দুটা প্রধান উদ্দেশ্য আছিল। মহিলা সবলীকৰণৰ বাৰ্তাৰ লগতে একক ৰাইডাৰৰ ৰূপত নিজৰ বাবে আৰু ৰাজ্যখনৰ বাবে বিশ্ব অভিলেখ গঢ়া। অকলে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা দীর্ঘদিনৰ বাবে ওলাই গৈ বৰফত দুর্ঘটনা, বালিৰ ধুমুহা আৰু এটাৰ পাছত আন এটা সীমা পাৰ হোৱাৰ সমস্যাকে ধৰি বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছিলো যদিও এই সকলো প্রত্যাহ্বানক নেওচি এক ইতিবাচক বার্তা লৈ স্ব-ভূমিত উপস্থিত হৈছে। মোৰ এই দীর্ঘদিনীয়া যাত্রাত মহিলাৰূপে কোনো অপ্রীতিকৰ ঘটনাৰ সম্মুখীন হোৱা নাই।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

মই ক’ম যে বিশ্বজুৰি মহিলা সুৰক্ষিত। নাৰীক সকলোৱে সন্মান কৰে; কিন্তু আমাৰ আত্মবিশ্বাসৰ অভাৱ হৈছে।’ তেওঁলগতে কয়, ‘আত্মবিশ্বাস আৰু সাহসেৰে মই নিজৰ অঞ্চলটোক প্রতিনিধিত্ব কৰি আগুৱাই গৈছিলো। প্রত্যেকে মোক এগৰাকী ৰাইডাৰৰ ৰূপত সন্মান আৰু মৰ্যাদাৰে আগবঢ়াই নিছিল।’

উল্লেখ্য যে ২০১৯ত মটৰ চাইকেল চালক ৰূপে যাত্ৰা আৰম্ভ কৰা মীনাক্ষী পৰিগণিত হয় বিশ্বৰ সুউচ্চ বাহন উপযোগী পথ উমলিং লা পাছলৈ দুচকীয়া বাহন চলাই যোৱা বিশ্বৰ দ্বিতীয় গৰাকী মহিলা।

উল্লেখ্য যে মীনাক্ষীৰ স্বামীও এজন বাইক ৰাইডাৰ। যোৱা ডিচেম্বৰত এখন দুচকীয়া বাহন লৈ বিশ্ব ভ্রমণৰ বাবে সাজু হোৱা মীনাক্ষীয়ে বিশেষ কোনো সহায় নোহোৱাকৈ দক্ষিণ-পূব এছিয়া, মধ্য প্রাচ্যৰ বিভিন্ন ঠাই, ইউৰোপ, লণ্ডন, জার্মানীকে ধৰি ৬৪খন দেশ ঘূৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মীনাক্ষীৰ এই অকলশৰীয়া যাত্ৰা অসমীয়া নাৰীৰ সাহস আৰু মানসিক ক্ষমতাৰ এক বিৰল উদাহৰণ হৈ পৰিছে।

বিভিন্নজনৰ লগত হোৱা বাৰ্তালাপত মীনাক্ষীয়ে উল্লেখ কৰিছে যে এই যাত্রা আছিল অত্যন্ত প্রত্যাহানপূর্ণ। বহু ঠাইলৈ ভিছা নাপালে, এমাহ ধৰি বৰষুণত দুচকীয়া বাহন চলাই যাত্ৰা কৰোতে মীনাক্ষীৰ গাৰ কাপোৰ গাতে শুকাইছিল। ছৌদি আৰবত বালিৰ ধুমুহা, আর্মেনিয়াত বৰফৰ ধুমুহাত তেওঁৰ বাহনখন বিকল হৈ পৰিছিল। কেতিয়াবা জ্বৰ উঠে, আকৌ কেতিয়াবা অন্যান্য অসুখত ভুগি ঔষধ সেৱন কৰি তেওঁ যাত্রা অব্যাহত ৰাখিছিল। মীনাক্ষীৰ এই যাত্ৰাত চীনত কেইজনমান ভাৰতীয়ই আর্থিক সহযোগিতা আগবঢ়ায়। লগতে লণ্ডনত প্রবাসী অসমীয়া সমাজে ভিছাৰ পৰা আৰম্ভ কৰি আৰ্থিকভাৱেও সহায় কৰে তেওঁক।

তদুপৰি ডুবাইতো প্রবাসী অসমীয়াসকল সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। দেশ-বিদেশৰ বহু দুচকীয়া বাহন সংস্থাই তেওঁক সহযোগিতা কৰা বুলি মীনাক্ষীয়ে সদৰী কৰিছে। উল্লেখ্য যে মীনাক্ষী পেছাত এগৰাকী জিম ট্রেইনাৰ। এই যাত্রাত মীনাক্ষীয়ে অসমৰ কথা বিশ্বৰ বিভিন্ন প্রান্তত লৈ গ’ল, ভ্রাতৃত্ববোধৰ প্ৰসাৰ কৰিলে। মীনাক্ষীৰ এই যাত্ৰাই আত্মবিশ্বাস আৰু সাহসেৰে নিজৰ পথত আগবাঢ়ি যাবলৈ বহু অসমীয়া যুৱতীক অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে।

মীনাক্ষীৰ এই বিশ্ব অভিলেখক সম্মান জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সন্মুখত ‘ৰঙালী’ নামৰ অনুষ্ঠানটোৱে সম্বর্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত, ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তৰ লগতে বাইক ৰাইডাৰ সংস্থা, ছাত্র সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiMeenakshi Dastraveled 64 countriestwo-wheeler
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d